• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজে সময়ে সমালোচিত হ’লেও বানাক্ৰান্তৰ কাষত থিয় দিলে youtuber আৰু pubg player

অসম আৰু বিহাৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত আগবঢ়াই দিলে মহানুভৱতাৰ পৰিচয়

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 21, 2020 11:57 am
WhatsApp Image 2020-07-21 at 11.34.37 AM
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Youtube  ত বিভিন্ন ধৰণৰ ভিডিও আপলোড কৰি বা পাবজি খেলি মাজে সময়ে দৰ্শক ৰাইজৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে যদিও মুঠ তিনিগৰাকী youtuber আৰু PUBG খেলুৱৈয়ে দিছে মহানুভৱতাৰ পৰিচয়।

তেওঁলোক ক্ৰমে YOUTUBER দিম্পু বৰুৱা, মিষ্টাৰ ৰাজা আৰু আন্তঃৰাষ্ট্ৰীয় পাবজি খেলুৱৈ তথা টিম 8 বিটৰ স্বত্ত্বাধিকাৰী অনিমেশ আগৰৱাল।

Apply Now

তিনিওৱে youtube ষ্ট্ৰীমিং কৰি বহু ধন সংগ্ৰহ কৰাৰ উপৰিও নিজাববীয়াকৈ বানাক্ৰান্তলৈ সহায়ৰ হাত আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে।

এই সম্পৰ্কে ফেচবুক পেইজৰ জৰিয়তে লিখি দিম্পুৱে কয়, “YouTube ত বানপানীৰ সাহায্যৰ বাবে 50 minutes live আহিলো, আৰু তাতে 100-200 কে super chat ত প্ৰায় 43হাজাৰ টকা উঠিল, এতিয়া এই টকা খিনিৰ কিবা 20 না 30 শতাংশ YouTube এ কাটি ৰাখি বাকী খিনি মোৰ bank account ত দিব ………. এতিয়া কাটি ৰখা টকা খিনি মই নিজে দিম আৰু লগতে মোৰ পৰা অলপ কিবা টকা যোগ কৰি এটা বানপীড়িত অঞ্চলত গৈ এই টকা খিনি মানুহৰ মাজত বিলাম …… যিবোৰ মানুহৰ ঘৰ মাটি সব শেষ হ’ল বানপানীত তেনেকুৱা 43 ঘৰ মানুহক 1000 কৰি দিব পৰিলেও বহুত।”

ইপিনে, আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন গুৱাহাটীৰ ৰিহাবাৰীৰ PUBG খেলুৱৈ অনিমেশ আগৰৱালে তিনিঘণ্টা ৪১ মিনিট লাইভ ষ্ট্ৰীমিং কৰি সংগ্ৰহ হোৱা ৩,০২,৬৩৫ টকাৰ উপৰিও নিজাববীয়াকৈ ৫০ হাজাৰ ৩৬৫ টকা অসম আৰু বিহাৰৰ বানাক্ৰান্তলৈ আগবঢ়াব বুলি ঘোষণা কৰিছে।

তেওঁ মুঠ ৩,৫৩০০০টকাৰ আধাখিনি অসমক আৰু বাকী আধাখিনি বিহাৰৰ বানাক্ৰান্তক আগবঢ়াব।

ইয়াৰোপৰি, ভাৰত বিখ্যাত youtuber আৰু ৰোষ্টাৰ কেৰি মিনতিয়ে লাইভ ষ্ট্ৰীমিং কৰি ১০ লাখ আৰু নিজাববীয়াকৈ ১ লাখ টকা অসম আৰু বিহাৰৰ বানাক্ৰান্তলৈ আগবঢ়াব বুলি ইতিমধ্য ঘোষণা কৰিছে।

আনহাতে, শেহতীয়াকৈ কালি নিশা অসমৰ youtuber তথা ৰোষ্টাৰ মিষ্টাৰ ৰাজাই লাইভ ষ্ট্ৰীমিং কৰি ১২৮০০ টকা দৰ্শকৰ পৰা সংগ্ৰহ কৰি নিজাববীয়াকৈ ২২০০ টকাৰে মুঠ ১৫০০০ টকাৰে বানপীড়িত পৰিয়ালক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd