• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

২০০২ চনত আৰম্ভ হোৱা এই সামৰিক অনুশীলনৰ ২২সংখ্যক সংস্কৰণত প্ৰথমবাৰৰ বাবে একেলগে দুখন স্থানত মৰুভূমি আৰু পাহাৰীয়া যুদ্ধৰ প্ৰশিক্ষণ লৈছে দুয়োখন দেশৰ সেনাই

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2026 9:39 am
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তান সীমান্তৰ সমীপৱৰ্তী ৰাজস্থানৰ থৰ মৰুভূমি আৰু চীন নিয়ন্ত্ৰিত তিব্বতৰ সমীপৰ উত্তৰাখণ্ডৰ হিমালয় অঞ্চলত মঙলবাৰৰ পৰা ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’ আৰম্ভ হৈছে। প্ৰতিৰক্ষা ক্ষেত্ৰত দুয়োখন দেশৰ পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে আয়োজিত এই অনুশীলনত ভাৰত আৰু আমেৰিকাৰ প্ৰায় ১২০০ গৰাকী সেনা জোৱান আৰু বিষয়াই অংশগ্ৰহণ কৰিছে। অহা ২৮ ছেপ্টেম্বৰলৈকে চলিবলগীয়া এই সামৰিক অনুশীলনত দুয়োখন দেশৰ ৬০০ গৰাকীকৈ সেনাই অংশগ্ৰহণ কৰিছে।

 

Apply Now

২০০২ চনত প্ৰথমবাৰৰ বাবে আৰম্ভ হোৱা ভাৰত-মাৰ্কিন ‘যুদ্ধ অভ্যাস’ৰ এইবাৰৰ সংস্কৰণটো হৈছে ২২সংখ্যক। এইবাৰেই প্ৰথমবাৰৰ বাবে একেলগে দুখন ভিন্ন স্থানত এই যুটীয়া যুদ্ধ অনুশীলন অনুষ্ঠিত কৰা হৈছে। ৰাজস্থানৰ বিকাণেৰ জিলাৰ মহাজন ফিল্ড ফায়াৰিং ৰেঞ্জ আৰু উত্তৰাখণ্ডৰ আউলিৰ ফৰেইন ট্ৰেইনিং ন’ডত মৰুভূমি আৰু পাহাৰীয়া এলেকাৰ যুদ্ধৰ প্ৰশিক্ষণ চলি আছে। এই অনুশীলনত ভাৰতীয় সেনাৰ ১৪ ইনফেন্ট্ৰি ডিভিজন আৰু মাৰ্কিন ফৌজৰ ১১সংখ্যক এয়াৰবৰ্ণ ডিভিজনৰ সেনাসকল চামিল হৈছে।

 

মঙলবাৰে আউলিত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ভাৰতীয় সেনাবাহিনীৰ ১৪ ইনফেন্ট্ৰি ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিং মেজৰ জেনেৰেল অমৰেশ গুঞ্জন আৰু মাৰ্কিন বাহিনীৰ ১১সংখ্যক এয়াৰবৰ্ণ ডিভিজনৰ প্ৰথম ইনফেন্ট্ৰি ব্ৰিগেড কমবেট টিমৰ কমাণ্ডাৰ কৰ্ণেল বেঞ্জামিন জেকমেন উপস্থিত থাকে। ভাৰতীয় সেনা সূত্ৰই প্ৰকাশ কৰা মতে, ৰাষ্ট্ৰসংঘৰ নিৰ্দেশিকাৰ সপ্তম ধাৰা অনুসৰি সন্ত্ৰাস দমন অভিযানত সামৰিক সক্ষমতা বৃদ্ধি কৰাই হৈছে এই যুটীয়া সেনা অনুশীলনৰ মূল উদ্দেশ্য। এইবাৰৰ অনুশীলনত বিশেষকৈ আধুনিক প্ৰযুক্তিৰ সংযোজন, ড্ৰোণৰ ব্যৱহাৰ আৰু মাল্টি-ডমেইন যুদ্ধ পৰিচালনাৰ সক্ষমতা বৃদ্ধিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে।

 

সামৰিক বিশ্লেষকসকলৰ মতে, দক্ষিণ চীন সাগৰৰ সমীপত যুটীয়া নৌ-অনুশীলনৰ পাছত এতিয়া চীন আৰু পাকিস্তান সীমান্তৰ সমীপত ভাৰত আৰু আমেৰিকাৰ সেনাই যিদৰে একেলগে কাম কৰিবলৈ আৰম্ভ কৰিছে, ই বেইজিং আৰু ইছলামাবাদৰ ওপৰত নিশ্চিতভাৱে এক মানসিক চাপ সৃষ্টি কৰিব। সমাগত দিনত এই যুদ্ধ অভ্যাসে দুয়োখন দেশৰ সামৰিক বাহিনীৰ মাজত কৌশলগত আদান-প্ৰদান আৰু ভৱিষ্যতৰ যিকোনো প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ প্ৰস্তুতিক অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm
নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm
ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm
নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd