• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

য়ুনিছ খান পাকিস্তানৰ মুখ্য বেটিং প্ৰশিক্ষক নিযুক্ত; ৩০ জুলাইৰ পৰা ইংলেণ্ডৰ সৈতে শৃংখলা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 10, 2020 6:36 am

1 min read

য়ুনিছ খান পাকিস্তানৰ মুখ্য বেটিং প্ৰশিক্ষক নিযুক্ত; ৩০ জুলাইৰ পৰা ইংলেণ্ডৰ সৈতে শৃংখলা

য়ুনিছ খান

400
VIEWS
Share on FacebookShare on Twitter

ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাৰ বাবে পাকিস্তান ক্ৰিকেট দলৰ বেটিং প্ৰশিক্ষক হিচাপে য়ুনিছ খানক নিযুক্তি দিছে পাকিস্তান ক্ৰিকেট বোৰ্ডে।

পাকিস্তানৰ হৈ টেষ্টত সৰ্বাধিক সংখ্যক ৰান সংগ্ৰহৰ অভিলেখ য়ুনিছ খানৰ নামত আছে।

পাকিস্তান ক্ৰিকেট বোৰ্ডে য়ুনিছ খানৰ লগতে প্ৰাক্তন লেগ স্পীনাৰ মুস্তাক আহমেদকো স্পীন বলিং প্ৰশিক্ষক আৰু দলৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি দিছে।

ক’ৰ’নাৰ সংক্ৰমণৰ ফলত দীৰ্ঘদিনৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বন্ধ হৈ থকাৰ পাছত পাকিস্তানতে ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন টেষ্ট আৰু সমসংখ্যক টি-২০ত অংশগ্ৰহণ কৰিব।

ইংলেণ্ড আৰু পাকিস্তানৰ মাজত শৃংখলাতো ৩০ জুলাইৰ পৰা আৰম্ভ হ’ব।

আনহাতে, ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলে ইংলেণ্ডত তিনিখনীয়া টেষ্ট শৃংখলাত অংশলোৱাৰ উদ্দেশ্যে মঙলবাৰে ইংলেণ্ডত পদাৰ্পন কৰিছে।

উল্লেখযোগ্য যে, আই চি চিয়ে ক’ৰ’নাৰ সংক্ৰমণৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ক্ষেত্ৰত ভালেসংখ্যক নীতি-নিৰ্দেশনা জাৰি কৰিছে।

এতিয়াৰে পৰা বলাৰ সকলে ক্ৰিকেট বলত থু ব্যৱহাৰ কৰিব নোৱাৰিব।

Recent News

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

index.jpgn

কাজিৰঙাত আৰণ্যক আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ মাজত সজাগতাৰ অভিযান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd