• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আইনী ৰোষত যুৱৰাজ সিং: নিয়ম উলংঘনৰ অভিযোগত গোৱা পৰ্যটন বিভাগে জাৰি কৰিলে জাননী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2022 9:43 am
Yuvraj Singh
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিং আইনী ৰোষৰ সন্মুখীন হোৱাৰ উপক্ৰম হৈছে। ক্ৰিকেটাৰ গৰাকীৰ বিৰুদ্ধে গোৱা পৰ্যটন বিভাগে নিয়ম উলংঘনৰ অভিযোগত জাননী জাৰি কৰি শুনানিৰ সন্মুখীন হ’বলৈ নিৰ্দেশ দিছে।

ৰাজ্যৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত পঞ্জীয়ন নকৰাকৈয়ে মৰ্জিম এলেকাত নিজৰ বাসভৱন অনলাইনত পৰ্যটকৰ আশ্ৰয়ৰ বাবে মুকলি কৰাৰ অভিযোগত এই জাননী জাৰি কৰা হৈছে আৰু ৮ ডিচেম্বৰত শুনানিৰ বাবে নিৰ্দেশ দিছে পৰ্যটন বিভাগে।

Apply Now

উল্লেখ্য যে, পৰ্যটন বিভাগত পৰ্যটকৰ আশ্ৰয়ৰ বাবে নিজৰ বাসভৱন ব্যৱহাৰ কৰিবলৈ দিয়া, অৰ্থাৎ হোমষ্টে’ৰ পঞ্জীয়ন গোৱা পৰ্যটন বাণিজ্য পঞ্জীয়ন আইন, ১৯৮২ৰ অধীনত বাধ্যতামূলক।

পৰ্যটন বিভাগৰ উপ-সঞ্চালক ৰাজেশ কালে উত্তৰ গোৱাৰ মৰ্জিমত অৱস্থিত যুৱৰাজ সিঙৰ মালিকানাধীন ভিলা ‘কাছা সিং’ক উদ্দেশ্যি ১৮ নৱেম্বৰত জাৰি কৰা এই জাননীত ৮ ডিচেম্বৰৰ পুৱা ১১ বজাত ব্যক্তিগত শুনানিৰ বাবে তেওঁৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে।

জাননীখনত ক্ৰিকেটাৰগৰাকীক পৰ্যটন বাণিজ্য আইনৰ অধীনত সম্পত্তি পঞ্জীয়ন নকৰাৰ বাবে তেওঁৰ বিৰুদ্ধে কিয় শাস্তিমূলক ব্যৱস্থা আৰম্ভ কৰিব নালাগে তাৰ ওপৰত প্ৰশ্ন কৰা হৈছে।

জাননীখনত কোৱা হৈছে যে “গোৱাৰ ভাৰ্চেৱাডা, মৰ্জিম, পাৰ্নেমত অৱস্থিত আপোনাৰ আৱাসিক চৌহদটোৱে অভিযোগ অনুসৰি হোমষ্টে হিচাপে কাম কৰি আছে আৰু ইয়াক এয়াৰ বিএনবিৰ দৰে অনলাইন প্লেটফৰ্মত চিহ্নিত কৰা হৈছে।”

বিভাগটোৱে যুৱৰাজ সিঙৰ এটা টুইটৰ উদ্ধৃতিও প্ৰকাশ কৰিছে। টুইটটোত যুৱৰাজে ছয়জনীয়া দলৰ বাবে নিজৰ গোৱাস্থিত বাসভৱন মুকলি কৰাৰ কথা উল্লেখ কৰিছিল।

বিভাগটোৱে জাৰি কৰা জাননীখনত কোৱা হৈছে যে “হোটেল/গেষ্ট হাউচ চলোৱাৰ পূৰ্বে প্ৰতিগৰাকী ব্যক্তিয়ে নিৰ্ধাৰিত পদ্ধতিৰে নিৰ্ধাৰিত কৰ্তৃপক্ষৰ ওচৰত পঞ্জীয়নৰ বাবে আবেদন কৰিব লাগিব। গোৱা ৰেজিষ্ট্ৰেচন অৱ টুৰিষ্ট ট্ৰেড এক্ট, ১৯৮২ৰ অধীনত পঞ্জীয়ন নকৰাৰ বাবে আপোনাৰ বিৰুদ্ধে কিয় শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা উচিত নহয় সেই বিষয়ে ইয়াৰ দ্বাৰা আপোনাক জাননী দিয়া হৈছে।”

আনহাতে যদি যুৱৰাজ সিং শুনানিৰ বাবে নিৰ্দিষ্ট সময়ত হাজিৰ নহয় বা উক্ত তাৰিখৰ ভিতৰত কোনো উত্তৰ পোৱা নাযায়, তেন্তে জাননীত উল্লেখ কৰা ভিত্তিসমূহ শুদ্ধ আৰু এনে ধাৰণাত ২২ নং ধাৰাত বা উলংঘা কৰা বুলি ধৰি লোৱা হ’ব বুলি পৰ্যটন বিভাগৰ বিষয়াগৰাকীয়ে জানিবলৈ দিছে।

লগতে এই জাননী উপেক্ষা কৰিলে আইনখনৰ যিকোনো বিধান অনুসৰি যুৱৰাজ সিঙক এক লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব বুলিও বিষয়াগৰাকীয়ে উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd