• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাহভাশৰ ‘স্বামী’ পোষ্টত লাইক কৰি চৰ্চাত চাহাল; এয়া নতুন সম্পৰ্কৰ আৰম্ভণি নেকি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2025 3:20 pm
155
VIEWS
Share on FacebookShare on Twitter

আৰ জে মাহভাশৰ ছ’চিয়েল মিডিয়া পোষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে যুজবেন্দ্ৰ চাহাল।

চাহালৰ নাম মাহভাশৰ সৈতে জড়িত হৈ পৰিছে। কাকতে-পত্ৰই তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে লিখা প্ৰকাশ হৈ আছে। ডুবাইত চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত দুয়োকে একেলগে দেখা গৈছিল। দুয়োজনৰ উপস্থিতিয়ে জল্পনা-কল্পনাৰ সৃষ্টি কৰিছিল।

চাহালৰ পৰা আইনগতভাৱে বিচ্ছিন্ন হৈছে ধনশ্ৰীয়ে। কিন্তু ভাৰতীয় স্পিনাৰগৰাকীয়ে নতুন সম্পৰ্কত সোমাই পৰিছে নেকি? বুধবাৰে মাহভাশে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা ৰিলটোক লৈ অনুৰাগীসকলে চৰ্চা আৰম্ভ কৰি দিছে।

ৰিলত মাহভাশে কোৱা দেখা যায় যে “মোৰ জীৱনলৈ যিগৰাকী পুৰুষ আহিব তেওঁৱেই মোৰ জীৱনত একমাত্ৰ পুৰুষ হ’ব। তেওঁ মোৰ বন্ধু হ’ব, মোৰ প্ৰেমিক হ’ব, মোৰ স্বামী হ’ব। মোৰ জীৱনটো তেওঁৰ আশে-পাশে ঘূৰি থাকিব। মোক অপদাৰ্থ পুৰুষৰ প্ৰয়োজন নাই। আন কোনো পুৰুষৰ লগত মোৰ কথা পতাৰ প্ৰয়োজন নাই।”

চাহালে সেই ভিডিঅ’টো লাইক কৰিছে। ছ’চিয়েল মিডিয়াৰ অনুৰাগীসকলৰ মতে মাহভাশে পোষ্ট কৰা এই ৰিলৰ ইংগিত দিয়া পুৰুষগৰাকী হৈছে চাহাল। আৰ জে মাহভাশে পোষ্ট কৰা ভিডিঅ’টো চাহালে লাইক কৰাৰ পিছত অনুৰাগীয়ে লিখিছে, “চুকত বহি যুজি ভাইয়ে হাঁহিছে।” আন কোনোবাই কৈছে, ” আন সকলো অস্থায়ী, কিন্তু যুজবেন্দ্ৰ চাহালৰ পছন্দ একমাত্ৰ স্থায়ী।”

মাহভাশ এগৰাকী ইউটিউবাৰ। তেওঁৰ আন এক পৰিচয়ো আছে। মাহভাশ এগৰাকী জনপ্ৰিয় আৰ জে। যোৱা বছৰৰ ডিচেম্বৰ মাহত চাহালৰ সৈতে মাহভাশৰ ইনষ্টাগ্ৰাম পোষ্টৰ পিছত উৰাবাতৰি বিয়পি পৰে, দুয়োৱে সম্পৰ্ক গঢ়িছে নেকি? বাতৰিটোক ভিত্তিহীন বুলি কৈ মাহভাশে ট্ৰলিং বন্ধ কৰি দিছিল। কিন্তু মাহভাশৰ নতুন পোষ্টৰ পিছতে চাহালক লৈ নতুন জল্পনা-কল্পনা আৰম্ভ হৈছে।

Recent News

ৰাজস্থানৰ গাঁৱৰ পৰা উদ্ধাৰ দুই পাকিস্তানীৰ মৃতদেহ! কেনেকৈ ভাৰতলৈ আহি মৃত্যুবৰণ কৰিলে?

ৰাজস্থানৰ গাঁৱৰ পৰা উদ্ধাৰ দুই পাকিস্তানীৰ মৃতদেহ! কেনেকৈ ভাৰতলৈ আহি মৃত্যুবৰণ কৰিলে?

বাংলাদেশত ৰাজনীতিবিদৰ দ্বাৰা ধৰ্ষণৰ বলি ২১ বছৰীয়া হিন্দু যুৱতী, গ্ৰেপ্তাৰ ৫ জন

বাংলাদেশত ৰাজনীতিবিদৰ দ্বাৰা ধৰ্ষণৰ বলি ২১ বছৰীয়া হিন্দু যুৱতী, গ্ৰেপ্তাৰ ৫ জন

বিয়া পাতিবলৈ আমেৰিকালৈ যোৱা ২৪ বছৰীয়া ভাৰতীয় যুৱতী নিৰুদ্দিষ্টঃ পৰিয়ালৰ মাজত উদ্বিগ্নতা

বিয়া পাতিবলৈ আমেৰিকালৈ যোৱা ২৪ বছৰীয়া ভাৰতীয় যুৱতী নিৰুদ্দিষ্টঃ পৰিয়ালৰ মাজত উদ্বিগ্নতা

ভয়াবহ ৰূপ লৈছে গাজা-ইজৰাইল সংঘাতে! গাজাত পুষ্টিহীনতাৰ বাবে মৃত্যু প্ৰায় ৬৬টা শিশু

ভয়াবহ ৰূপ লৈছে গাজা-ইজৰাইল সংঘাতে! গাজাত পুষ্টিহীনতাৰ বাবে মৃত্যু প্ৰায় ৬৬টা শিশু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd