• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অটো

এতিয়াৰ পৰা জিৰ’ বেলেঞ্চ একাউণ্টৰ গ্ৰাহক সকলে লাভ কৰিব এনেবোৰ বিনামূলীয়া সুবিধা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 20, 2019 6:38 pm

1 min read

SBI ATM

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

25.8k
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰীৰ জন ধন যোজনাৰ প্ৰতি সহাৰি দি ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকসকলক জিৰ’ বেলেঞ্চ একাউণ্ট খোলাৰ বাবে সুবিধা প্ৰদান কৰি আহিছে।

দেশৰ ভালেসংখ্যক লোকে ভাৰতীয় ষ্টেট বেংকত কোনোধৰণৰ ধন নভৰাকৈ জিৰ’ বেলেঞ্চ একাউণ্ট খুলিছে য’ত কোনোধৰণৰ ন্যূনতম ধনৰাশি জমা ৰখাৰ প্ৰয়োজন নায়।

শেহতীয়াকৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে জিৰ’ বেলেঞ্চ একাউণ্ট থকা লোকসকললৈ কেতবোৰ সুবিধা আগবঢ়াইছে। চলিত বৰ্ষৰ জুলাই মাহৰ পৰা এই নতুন নিয়মসমূহ জিৰ’ বেলেঞ্চ একাউণ্টৰ ক্ষেত্ৰত কাৰ্য্যকৰী হৈছে।

নতুন নিয়ম অনুসৰি, এতিয়াৰে পৰা জিৰ’ বেলেঞ্চ একাউণ্ট থকা গ্ৰাহকসকলে বিনামূলীয়াকৈ এ টি এম কাৰ্ড লাভ কৰাৰ লগতে মাহিলী চাৰিবাৰ বিনামূলীয়াকৈ এ টি এমৰ পৰা ধন উলিওৱাৰ সুবিধা লাভ কৰিব।

তৰোপৰি, জিৰো বেলেঞ্চ একাউণ্টৰ গ্ৰাহকসকলে বিনামূলীয়াকৈ ইণ্টাৰনেট বেংকিং সেৱাও লাভ কৰিব পাৰিব নতুন নিয়ম অনুসৰি।

উল্লেখযোগ্য যে, ভাৰতীয় নাগৰিকৰ কে ৱাই চি চৰ্তসমূহ পুৰণ কৰা সকলো গ্ৰাহকে জিৰ’ বেলঞ্চ একাউণ্ট খুলিব পাৰে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd