DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰথম সপ্তাহত উপাৰ্জন ২.৯ কোটি; অসমীয়া চলচ্চিত্ৰ উদ্যোগত কাঞ্চনজংঘাৰ নতুন জোৱাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2019 7:53 am
Kanchanjgangha

কাঞ্চনজংঘা

6.1k
VIEWS
Share on FacebookShare on Twitter

যোৱা ৬ ছেপ্তেম্বৰত মুক্তি লাভ কৰা জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘাই ছবিগৃহত দৰ্শকৰ পৰা লাভ কৰিছে বিপুল সঁহাৰি।

অসমৰ বিভিন্ন জিলাৰ চলচ্চিত্ৰগৃহ সমূহত সফলতাৰে এসপ্তাহ পাৰ কৰা জুবিন গাৰ্গ প্ৰযোজিত আৰু অভিনীত কাঞ্চনজংঘাই মুক্তিৰ প্ৰথম সপ্তাহত ২.৯ কোটি টকা উপাৰ্জনেৰে চমক দিয়াই নহয় বাণিজ্যিকভাৱে অতি সফল অসমীয়া চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে।

তদুপৰি, এসপ্তাহ হৈ যোৱাৰ পাছতো কাঞ্চনজংঘাৰ প্ৰতি দৰ্শকৰ আগ্ৰহ শেষ হোৱা নায়। এতিয়াও বিভিন্ন চলচ্চিত্ৰগৃহ সমূহত দৰ্শকে কাঞ্চনজংঘাৰ টিকত বিচাৰি ভিৰ কৰা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে, মুক্তিৰ প্ৰথম দিনটোতে ৪০ লাখ টকা উপাৰ্জনেৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল কাঞ্চনজংঘায়।

প্ৰথম তিনিটা দিনত চলচ্চিত্ৰখনে উপাৰ্জন কৰিছিল মুঠ ১.৩৮ কোটি টকা।

ছবিখন বাণিজ্যিকভাৱে সফল হোৱাৰ পাছতে দৰ্শক সকলক ধন্যাবদ জ্ঞাপন জনাই অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱগৰাকীয়ে।

উল্লেখযোগ্য যে, তেজপুৰ, অৰুণাচল আদি ঠাইৰ মনোৰম লোকেশ্যনত দৃশ্যগ্ৰহণ কৰা ছবিখন অসমৰ বিভিন্ন চলচ্চিত্ৰ গৃহৰ লগতে দিল্লী, কলকাতা, হায়দৰাবাদ, বাংগালুৰু, মুম্বাইতো মুক্তি দিয়া হৈছিল।

Recent News

Maharashtra Political Crisis

ৰাজনৈতিক সংকটত অতিষ্ঠ: মহাৰাষ্ট্ৰৰ কাৰ্যকৰী মুখ্যমন্ত্ৰী হোৱাৰ মন মেলি ৰাজ্যপাললৈ প্ৰেৰণ কৰিলে পত্ৰ

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

NITI Aayog

পৰমেশ্বৰণ আয়াৰক নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd