• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বজুৰি ১৭ কোটি টকাৰ ওপৰত উপাৰ্জন; দশম দিনটোত কিমান আয় জুবিনৰ ‘ৰৈ ৰৈ বিনালে’ৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2025 11:44 am
75
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৩১ অক্টোবৰত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ মুক্তি লাভ কৰে। এই ছবিখন ঠিক সেই সময়তে মুক্তি পাইছে যেতিয়া কণ্ঠশিল্পীগৰাকীৰ মৃত্যুক লৈ অসম অস্থিৰ হৈ পৰিছে। ছবিখন মুক্তি পোৱাৰ প্ৰথম দিনাৰ পৰাই সমগ্ৰ ৰাজ্যতে ছবিখনক লৈ উন্মাদনা তুংগত আছে।

জুবিনৰ অনুৰাগীসকলে নিজৰ প্ৰিয় কণ্ঠশিল্পীগৰাকীৰ চিনেমা চাবলৈ ফুলৰ মালা লৈ চিনেমা হললৈ আহিছে। অসমৰ প্ৰতিটো হল ঘৰ ভৰ্তি হৈ আছে।

Apply Now

ৰাজেশ ভূঞাৰ পৰিচালনা আৰু গৰিমা গাৰ্গ আৰু জুবিনৰ প্ৰযোজনা এই ছবিখন ইতিমধ্যে অসমীয়া চলচ্চিত্ৰ ইতিহাসৰ অন্যতম উপাৰ্জনকাৰী অসমীয়া ছবি হিচাপে বিবেচিত হৈছে।

SACNILKৰ তথ্য অনুসৰি ষষ্ঠ দিনত ‘ৰৈ ৰৈ বিনালে’ই ১.৫ কোটি, সপ্তম দিনত ১.৩৩ কোটি, অষ্টম দিনত ১.০৬ কোটি, নৱম দিনত ১.৩৯ কোটি আৰু দশম দিনত ১.৫৪ কোটি টকা উপাৰ্জন কৰে। ছবিখনে দৰ্শকৰ সমাদৰ লাভ কৰাৰ লগতে অসমৰ আটাইকেইটা হল প্ৰায় হাউছফুল।

বিশ্বজুৰি ছবিখনে কিমান উপাৰ্জন কৰিলে? SackNilk ৰ তথ্য অনুসৰি বিশ্বজুৰি ৰৈ ৰৈ বিনালেই ১৭.৯৫ কোটি টকা উপাৰ্জন কৰিছে। ভাৰতত এই ছবিখনে এই পৰ্যন্ত ১৫.৪৭ কোটি টকা উপাৰ্জন কৰিছে। আনকি ৰৈ ৰৈ বিনালে মুক্তি পোৱাৰ পূৰ্বেও শিল্পীগৰাকীৰ অনুৰাগীসকল ছবিখনক লৈ উৎসাহী হৈ পৰিছিল।

৩১ অক্টোবৰত মুক্তিৰ দিনটোত ৰৈ ৰৈ বিনালেই ডেৰ কোটি টকাৰ ব্যৱসায় কৰিছিল। দৰ্শকৰ বিপুল চাহিদাৰ বাবে জুবিন গাৰ্গৰ শেষৰখন ছবিৰ আগত বলীউড আৰু দক্ষিণৰ দুখন বিগ বাজেটৰ ছবি পিছুৱাই যাবলৈ বাধ্য হয়।

পাঁচ কোটি টকাৰ বাজেটৰ ছবিখনে অধিক ধন উপাৰ্জন কৰাৰ সম্ভাৱনা আছে। অসমৰ বাহিৰেও দেশৰ আন আন ৰাজ্যতো দেখা গৈছে দৰ্শকৰ ভিৰ। ছবিখন চাই থাকোঁতে দৰ্শকে প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে চকুলো টুকিছে। জুবিনৰ শেষৰখন ছবিৰ বৰ্তমানৰ স্থিতিয়ে ইংগিত দিয়ে যে এই ছবিখনে অতি সোনকালে কিছুমান ডাঙৰ অভিলেখ সৃষ্টি কৰিবলৈ ওলাইছে। কোৱা বাহুল্য যে এই ছবিখনে বক্স অফিচত কেইবাখনো বিগ বাজেটৰ ছবিক অতিক্ৰম কৰি যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm
প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

September 24, 2026 4:43 pm
বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

September 24, 2026 3:35 pm
গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

September 24, 2026 3:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm
প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

September 24, 2026 4:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd