• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘কেব’ৰ বিৰুদ্ধে অহা ৩০ নৱেম্বৰত কটনিয়ানৰ বৃহৎ জোঁৰ সমদল; অংশ ল’ব জুবিন গাৰ্গেও

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 28, 2019 8:50 pm

1 min read

‘কেব’ৰ বিৰুদ্ধে অহা ৩০ নৱেম্বৰত কটনিয়ানৰ বৃহৎ জোঁৰ সমদল; অংশ ল’ব জুবিন গাৰ্গেও

প্ৰতিনিধিত্বমূলক ফটো

3.1k
VIEWS
Share on FacebookShare on Twitter

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম তীব্ৰতৰ হৈ উঠিছে কটনিয়ানৰ মাজত। অহা ৩০ নৱেম্বৰত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ৰাজ্যজুৰি এক বৃহৎ জোঁৰ সমদল উলিয়াব। এই কথা আজি এক সংবাদমেল যোগে জনায় বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজে।

এই লৈ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজে আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ ছাত্ৰ সমাজক ওলাই আহিবৰ বাবে আহ্বান জনায়।

আজিৰ সংবাদমেলতে বিধেয়ক বাতিল কৰিবলৈ তেওঁলোকে চৰকাৰক আহ্বান জনায় “কেব’ বাতিল নকৰিলে চৰকাৰৰ বিৰুদ্ধে অসহযোগ আন্দোলন ঘোষণা কৰিব বুলিও উল্লেখ কৰে।

লগতে বিধেয়ক বাতিলৰ দাবীৰে ৫ হাজাৰ কটনিয়ানে প্ৰধান মন্ত্ৰীলৈ স্বাক্ষৰিত পত্ৰ প্ৰেৰণ কৰিব বুলিও ব্যক্ত কৰে। আনহাতে “কেব’ৰ বিৰুদ্ধে কটনীয়ান সকলৰ কাষত থিয় দিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ জুবিন গাৰ্গে।

জনপ্ৰিয় শিল্পী গৰাকীয়ে আজি ছচিয়েল মিডিয়াত এটা ভিভিঅ’ৰ জৰিয়তে সকলোকে “কেব’ৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনায়।

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd