• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিডৰ জটিল পৰিস্থিতিত জুবিন দম্পতীৰ মহানুভৱতা; দেখুৱালে এক সুন্দৰ নিদৰ্শন

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
May 6, 2021 9:18 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীত কোভিড মহামাৰীৰ পৰিস্থিতিয়ে ক্ৰমাৎ সংকটজনক ৰূপ ধাৰণ কৰিছে। লাহে লাহে ভৰ্তি হৈ আহিছে চিকিৎসালয়ৰ বিচনা।

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ৰোগীৰ বাবে নাইকিয়া হৈ আহিছে বিচনা।

Apply Now

তেনে সময়তে এইবোৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনপ্ৰিয় কণ্ঠ শিল্পী জুবিন গাৰ্গ আৰু তেওঁৰ পত্নী গৰীমা শইকীয়া গাৰ্গে লৈছে এক বিশেষ উদ্যোগ।

বৃন্দাবন চুপাৰমাৰ্টৰ তৰফৰ পৰা তেওঁলোকৰ কাহিলীপাৰাস্থিত দুমহলীয়া আৱাসগৃহটো “কোভিড কেয়াৰ কেন্দ্ৰ” হিচাপে ব্যৱহাৰ বাবে চৰকাৰক দিবলৈ ইচ্ছা প্ৰকাশ কৰাৰ কথা সামাজিক মাধ্যম যোগে জনাইছে।

index.jpg1

গৰিমা শইকীয়া গাৰ্গে নিজা ফেইচবুকৰ একাউন্টৰ নিশা ১২ বজাৰ এক পোষ্টৰ জৰিয়তে এই ইচ্ছা প্ৰকাশ কৰিছে।

তেওঁ লগতে বৃন্দাবন থিয়েটাৰৰ দুখন ট্ৰাক সকলো সময়তে কোভিড সম্পৰ্কীয় কামত ব্যৱহাৰ কৰাৰ বাবে চৰকাৰ/প্ৰশাসনক প্ৰদান কৰাৰ বাবেও আগ্ৰহ প্ৰকাশ কৰিছে।

কোভিডৰ এই জটিল পৰিস্থিতিত জুবিন দম্পতীৰ এই মহানুভাৱতাৰ সকলোৱে একেমুখে শলাগ লৈছে।

Tags: COVID-19
জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

October 3, 2026 4:15 pm
অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

October 3, 2026 3:31 pm
এছিয়ান গেমছৰ ক্ৰিকেটত ভাৰতৰ আধিপত্য! পাকিস্তানক হৰুৱাই খিতাপ অক্ষুণ্ণ ৰাখিলে ভাৰতে

এছিয়ান গেমছৰ ক্ৰিকেটত ভাৰতৰ আধিপত্য! পাকিস্তানক হৰুৱাই খিতাপ অক্ষুণ্ণ ৰাখিলে ভাৰতে

October 3, 2026 3:03 pm
গুৱাহাটীৰ নাইট ক্লাবৰ ক’লা অধ্যায় : নিজাববীয়া গোচৰ ৰুজু কৰিলে আৰক্ষীয়ে

গুৱাহাটীৰ নাইট ক্লাবৰ ক’লা অধ্যায় : নিজাববীয়া গোচৰ ৰুজু কৰিলে আৰক্ষীয়ে

October 3, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

October 3, 2026 4:15 pm
অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

October 3, 2026 3:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd