• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ মুখা খুলিলে জুবিনৰ সহযোগী কণ্ঠশিল্পী ছুইটী দাসে, কি ক’লে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 23, 2025 8:04 am
484
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰহস্য ক্ৰমে গভীৰ হৈ পৰাৰ সময়তে জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ খুলিছে তেওঁৰ সহযোগী কণ্ঠশিল্পী ছুইটী দাসে।

ছুইটী দাসে এটা ভিডিঅ’ত কয় যে ‘‘মই জুবিন গাৰ্গৰ সহঃশিল্পী হিচাপে জুবিন গাৰ্গৰ সৈতে অনুষ্ঠান পৰিৱেশ কৰি আছিলোঁ। বিশেষকৈ শ্যামকানু মহন্তক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। জুবিন গাৰ্গ সম্পৰ্কে চলি থকা বিতৰ্কত মইয়ো কিছু কথা ক’ব খুজিছো। শ্যামকানু মহন্তই আৰ্টিষ্টক শুহি-শুহি খায়। নৰ্থ-ইষ্টৰ আৰ্টিষ্টক প্লেটফ’ৰ্ম দিয়াৰ নামত নিজে উপাৰ্জন কৰি আছে। জুবিন গাৰ্গেও শ্যামকানু মহন্তক বেয়া পায়। জুবিন দাই কৈয়েই থাকে সি আৰ্টিষ্টক শুহি খায়। নৰ্থ ইষ্টৰ আৰ্টিষ্টক প্লেটফৰ্ম দিয়াৰ নামত প্ৰাপ্য ধন নিদিয়ে। জুবিন দাই সেয়ে ৰঙালীত জানি বুজিয়েই খেলিমেলি কৰিছিল।’’

Apply Now

ছুইটী দাসে কয় যে ‘‘ৰঙালীৰ সময়ত কি কৰিছিল, চাওক। ৰঙালীত যেতিয়া দিনত ছাউণ্ড চেক কৰিবলৈ গৈছিলো, তেতিয়াই ভাবিছিলো আজি যদি জুবিন গাৰ্গে অনুষ্ঠান কৰে, তেন্তে বহুত খেলি-মেলি হ’ব। তাৰ আগতেই জুবিন দাই কৈছিল, এইবাৰ শ্যামকাণুক দি আছো। শিক্ষা দিব লাগিব। খং উঠিলে জুবিন দাই উদ্ভণ্ডালি কৰেই। সেয়ে গেটত গোৰ মাৰি আহিছিল।’’

ছুইটীয়ে কয়, ‘‘জুবিন গাৰ্গে শ্যামকানুক একেবাৰে ভাল পোৱা নাছিল। জুবিনদাই জানিছিল শ্যামকানু মহন্তই মানুহক শোষণ কৰে। নৰ্থ ইষ্ট ফেষ্টিভেলত জুবিন দা নিজৰ ইচ্ছাৰেই গৈছে নে তেওঁক লৈ যোৱা হৈছে সেইটো এতিয়া কোনে ক’ব। জুবিন গাৰ্গে কেৱল ফুৰিবলৈ গ’লে নিজেই কেতিয়াও নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰচাৰ কৰি ফেচবুকত নিদিলেহেঁতেন।’’

ইপিনে. জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিষয়েও বিস্ফোৰক মন্তব্য কৰিছে ছুইটী দাসে। তেওঁ কয় যে ‘‘জুবিন গাৰ্গৰ মেনেজমেণ্ট আগৰ পৰাই বিফল। সিদ্ধাৰ্থ শৰ্মা আগৰে পৰা অভদ্ৰ মানুহ। আমাৰ লগত আগৰে পৰা অভদ্ৰামি কৰে। পেলনীয়া বস্তুৰ নিচিনাকৈ আমাক ট্ৰীট কৰে। ছোৱালী আৰ্টিষ্টক আগৰ পৰাই ৰাস্তাত পৰি থকা সামগ্ৰী টাইপ ব্যৱহাৰ কৰে। সিদ্ধাৰ্থই চিধাই কয় মই কেৱল জুবিন গাৰ্গক চিনি পাওঁ নিজৰটো নিজেই চাবি। সিদ্ধাৰ্থ শৰ্মা আগৰ পৰাই বিফল মেনেজাৰ। আমাক জুবিন গাৰ্গে মেনেজ কৰিছিল।’’

ছুইটীয়ে কয়, ‘‘জুবিন গাৰ্গে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠান কৰিব গৈছে। জুবিনদাৰ ক্ষেত্ৰত মই যত্ন ল’লো হয়। দেখি যিটো অনুভৱ কৰিছো, এয়া মেনেজমেণ্টৰ বিফলতা। জুবিনৰ মৃত্যুৰ আগদিনা সিদ্ধাৰ্থ শৰ্মাৰ ষ্টেটাছত মদ খাই থকাৰ ফটো দেখিছিলো। ENJOY কৰিবলৈ ৩দিন আগত গৈছিল। যদি নিজেই ENJOY কৰা তেন্তে জুবিন গাৰ্গক চাবলৈ মানুহ নিব লাগিছিল। সিদিনা মোৰ নিজৰে খং উঠিছিল।’’

ছুইটীয়ে লগতে কয় যে এয়া মই পৰিকল্পিত হত্যাকাণ্ড বুলি নকও, কেয়াৰলেচৰ বাবে জুবিন গাৰ্গৰ প্ৰাণ গ’ল। অভদ্ৰ মেনেজাৰ কেতিয়াও কেপেৱ’ল হ’ব নোৱাৰে।’’


এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd