• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপ নেতৃত্বৰ দুতলীয়া স্থিতিক সমালোচনা আঞ্চলিকতাবাদী অগপৰ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
December 29, 2017 6:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ডিব্ৰুগড় প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি অসম গণ পৰিষদৰ পৰা ফাটি যোৱা আঞ্চলিকতাবাদী অগপই (AAGP) অগপ নেতৃত্বৰ দুতলীয়া স্থিতিক কঠোৰ ভাষাৰে সমালোচনা কৰে। সাংবাদিকৰে হোৱা কথা-বতৰাত আঅগপৰ সভাপতি সুনীল ৰাজকোঁৱৰে কয় যে বিজেপিৰ সৈতে মিত্ৰতাৰ পিছত অগপ নেতৃত্বই আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱালে। ৰাজকোঁৱৰে লগতে অভিযোগ কৰে যে, ‘অগপ আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ বাবে গঠন কৰা হৈছিল অথচ বৰ্তমানৰ অগপৰ শীৰ্ষ নেতৃত্বই বিজেপিৰে মিত্ৰতা কৰি তেওঁলোকৰ আচল পৰিচয় হেৰুৱালে। বিজেপি-আৰ এছ এছে অসমৰ পৰা আঞ্চলিকতাবাদক নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে। সেয়ে তেওঁলোকে অগপৰ নেতাসকলক পথভ্ৰষ্ট কৰি তেওঁলোকক ৰাষ্ট্ৰীয়তাবাদীত পৰিণত কৰিছে।’ তেওঁ কয় যে সাম্প্ৰদায়িক বিজেপি-আৰ এছ এছে তেওঁলোকৰ আদৰ্শ জাপি দি অসমীয়া সংস্কৃতি শেষ কৰিব খুজিছে। ৰাজকোঁৱৰে কয়, ‘তেওঁলোকে হিন্দু-বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰি অসমত সংস্থাপিত কৰিব খুজিছে আৰু অগপ নেতৃত্ব বোবা হৈ আছে। মই অগপৰ শীৰ্ষ নেতৃত্বক এই ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছো।’ তেওঁ লগতে কয় যে, ‘ত্ৰিপুৰা আৰু মেঘালয় নিৰ্বাচনৰ লক্ষ্য আগত ৰাখি হিন্দু-বাংলাদেশী ৰাজনীতি কাৰ্ড খেলি ভোট আদায়ৰ চেষ্টা কৰিছে। হিন্দু-বাংলাদেশীক বিজেপিয়ে নাগৰিকত্ব দিলে নিজ ৰাজ্যতে অসমৰ খিলঞ্জীয়া লোক সংখ্যা লঘুত পৰিণত হ’ব আৰু অসম হৈ পৰিব এখন বাংলাদেশী সংখ্যা গৰিষ্ঠ ৰাজ্য।’ তেওঁ কয় যে আঞ্চলিকতাবাদী কাৰ্যসূচীৰে অগপই দুবাৰকৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। আঅগপৰ সভাপতিজনে লগতে কয়, ‘অসমৰ খিলঞ্জীয়া সকলৰ অধিকাৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে সম্পূৰ্ণ ওলোটা খৰ মাৰি হিন্দু-বাংলাদেশী নাগৰিকত্ব দিব খুজিছে। যিকোনো উপায়েৰে নহ’লেও আমাৰ অধিকাৰৰ সুৰক্ষা লাগিবই। সেই বাবে অগপই বিজেপিৰে মিত্ৰতা ভংগ কৰি অসমৰ জনগণৰ উন্নতিৰ পক্ষে কাম কৰা উচিত।’

Apply Now
অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd