• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

অপেক্ষা ১৪ জুন : অসমতো ফুটবল প্ৰেমীৰ মাজত বিশ্বকাপৰ উত্তাপ

উদ্দিপ্ত কুমাৰ গোস্বামী by উদ্দিপ্ত কুমাৰ গোস্বামী
June 13, 2018 2:43 pm
photo_verybig_184586-570x320
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াত সম্পূৰ্ণ হৈ উঠিছে ফুটবল মহাযুদ্ধৰ আয়োজন। পুটিনৰ দেশ ৰাছিয়াৰ চহৰ নগৰ প্ৰায় এমাহ ধৰি ফুটবল উন্মাদনাত নিমজ্জিত হৈ থাকিব। সুসজ্জিত মস্কোৰ লুজনিকি ষ্টেডিয়ামত ১৪ জুনৰ নিশা বিশ্ববাসী সাক্ষী হৈ ৰ’ব ফুটবল ইতিহাসৰ আন এক স্বৰ্ণিল যাত্ৰাৰ।

৩২ টা দলৰ অংশগ্ৰহণেৰে ৰাছিয়াৰ সেউজ দলিচাত হ’বলগীয়া এই মহাৰণত কোন দলে বিজয়ৰ শেষ হাঁহি মাৰি অহা চাৰিবছৰৰ বাবে বিশ্ব ফুটবলৰ সাম্ৰাজ্য নিজৰ দখলত ৰাখিব তাৰ বাবে অপেক্ষা কৰিব লাগিব এমাহ।

Apply Now

ইতিমধ্যে বিশ্বৰ অন্য প্ৰান্তৰ লগতে অসমতো দেখা গৈছে ফুটবল উন্মাদনা। আই এছ এলৰ পাছতে এনেদৰে বিশ্বকাপক লৈ উদ্বাউল হৈ পৰা দেখিবলৈ পোৱা গৈছে অসমৰ ফুটবল প্ৰেমীসকলক। ক্ৰীড়া আড্ডাত সঘনাই চৰ্চিত হৈ আছে কোন হ’ব চেম্পিয়ন? মেছিৰ দেশ আৰ্জেণ্টিনা নে চাম্বাৰ দেশ ব্ৰাজিল। এই দুখনৰ উপৰিও আছে যোৱাবাৰৰ চেম্পিয়ন জাৰ্মানী, টিকি টাকা শৈলীৰে ২০১০ ত চেম্পিয়ন হোৱা স্পেইন আৰু পদশিল্পৰ যাদুকৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ দেশ পৰ্তুগাল।

Luzhniki_Stadium2
লুজনিকি ষ্টেডিয়াম

যেণেদৰে ৰাছিয়াৰ ৰাজপথত বিভিন্ন দেশৰ সমৰ্থকসকল ফুটবলৰ ৰাগীত মাতাল হৈ পৰিছে ঠিক সেইদৰে অসম তথা উত্তৰ-পূবৰো বিভিন্ন অঞ্চলৰ ফুটবল প্ৰেমীসকল বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ ফিফা বিশ্বকাপৰ জ্বৰত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে। ৰাস্তাই ঘাটে, হাতে-বজাৰে, অফিচ-কাছাৰীত সকলোৰে মুখে মুখে সৰৱ আলোচনা। এয়াই ফুটবল উন্মাদনা। মহানগৰীৰ লগতে অসমৰ গাঁৱে-ভূঁঞে ৰাজপথত দেখা গৈছে মেছি, ৰ’নাল্ডো তথা নেইমাৰৰ জাৰ্ছী পৰিহিত শিশুৰ লগতে আৱাল-বৃদ্ধা সমৰ্থক। ৰাজ্যৰ প্ৰতিখন খেলপথাৰতে খেলুৱৈয়ে নিজৰ মনৰ পচন্দৰ খেলুৱৈক অনুসৰন কৰি ব্যস্ত আছে অনুশীলনত।

অতি পৰিতাপৰ বিষয় যে বিশ্বকাপত আজিলৈ ভাৰতে অংশগ্ৰহণ কৰিব পৰা নাই। কিন্তু এই দুখ একাষৰীয়া কৰি থৈ ভাৰতীয় ফুটবল প্ৰেমীৰ লগতে অসম তথা উত্তৰ-পূববাসীয়ে এই মহাযুদ্ধত হৈ পৰিব নিজ নিজ পচন্দৰ আন এখন দেশৰ নাগৰিক। কোনোবাই যদি মেছি, কোনোবাই নেইমাৰ আৰু আন কোনোবাই ৰ’নাল্ডো। স্পেইন, জাৰ্মানীৰো আছে অলেখ সংখ্যক সমৰ্থক।

সি যি নহওক ফুটবল মহাযুদ্ধ বিশ্বকাপলৈ মাত্ৰ কেইটা মান ঘণ্টা বাকী থকা অৱস্থাত ফুটবল প্ৰিয় উত্তৰ-পূবৰ সমৰ্থকসকল অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে নিজ নিজ দলৰ কলাত্মক খেল উপভোগ কৰিবলৈ।

উদ্দিপ্ত কুমাৰ গোস্বামী

উদ্দিপ্ত কুমাৰ গোস্বামী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd