• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আন্দোলনৰ ৪০ বছৰ : ৰূপায়ণ নোহোৱা বাবে কেন্দ্ৰৰ নীতিক দোষাৰোপ প্ৰফুল্ল কুমাৰ মহন্তৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 8, 2018 7:19 pm
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৮ জুনত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম আন্দোলন সংগ্ৰামী মঞ্চৰ মেঘদূত ভৱন যাত্ৰা।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৮ জুনত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অসম আন্দোলন সংগ্ৰামী মঞ্চৰ মেঘদূত ভৱন যাত্ৰা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“অসম আন্দোলন আৰম্ভ হোৱা আজি ৪০ বছৰ হ’ল, এই ৪০ বছৰ সময় আমাৰ হাতেদি ওলাই গ’ল। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ সোপা-ঢিলা নীতিৰ কাৰণেই অসম চুক্তি বাস্তৱত ৰূপায়িত হ’ব পৰা নাই।”

শুকুৰবাৰে অসম আন্দোলন সংগ্ৰামী মঞ্চৰ উদ্যোগত মেঘদূত ভৱন যাত্ৰাৰ আৰম্ভণিতে ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

Apply Now

উল্লেখযোগ্য যে শুকুৰবাৰে অসম আন্দোলন সংগ্ৰামী মঞ্চই সংকটত পৰা অসমীয়া বৃহত্তৰ জাতিটোক ৰক্ষা কৰাৰ হেতুকে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ দাবীত লক্ষীধৰ বৰা ক্ষেত্ৰৰ পৰা মেঘদূত ভৱনলৈ যাত্ৰা আৰম্ভ কৰে।

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে নাগৰিকত্ব আইন সংশোধনৰ জৰিয়তে অসমক বাহিৰৰ বোজা জাপি দিয়াৰ প্ৰক্ৰিয়াটো তেওঁলোকে সদায় বিৰোধিতা কৰি যাব।

আনহাতে এই কাৰ্য্যসূচীত উপস্থিত থকা অসম আন্দোলনত অগ্ৰণী ভূমিকা পালন কৰা নেতা বিৰাজ শৰ্মায়ো ভাষণ প্ৰসংগত বিজেপি চৰকাৰৰ নাগৰিকত্ব আইন সংশোধনীৰ সিদ্ধান্তৰ ঘোৰ বিৰোধিতা কৰে।

“অসমখনে বৰ্তমানলৈকে আন্দোলন নকৰাকৈ একো বস্তুৱেই পোৱা নাই” বুলি কৈ শৰ্মাই কয়, “আমি আন্দোলন কৰিব লাগিব। যিখন বিধেয়ক সংসদত আনিব বিচাৰিছে, সেইখন যাতে বাতিল হৈ যায় তাৰ কাৰণে আন্দোলন কৰি যাব লাগিব।”

ইয়াৰোপৰি অসম আন্দোলনৰ আৰম্ভণিৰ সময়ছোৱাত তেওঁ গণ সংগ্ৰাম পৰিষদৰ আহ্বায়ক আছিল বুলি সদৰী কৰি লগতে কয় ‘লক্ষীধৰ বৰা ক্ষেত্ৰৰ কাষতে থকা সাহিত্য সভাৰ ভৱনৰ পৰাই অসম আন্দোলনৰ পৰিচালনা হৈছিল। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰথম কাৰ্য্যালয় আছিল গুৱাহাটী বিশ্ববিদ্যালয় আৰু দ্বিতীয় কাৰ্য্যালয় আছিল কটন মহাবিদ্যালয়। গণ সংগ্ৰাম পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যৌথ আন্দোলন এসময়ত সফল হৈছিল।”

এই বিধেয়কখনে উত্তৰ-পূৰ্বাঞ্চলক প্ৰচুৰ ক্ষতি কৰিব বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয়, “মেঘালয় আৰু নাগালেণ্ড চৰকাৰে ইতিমধ্যে এই বিধেয়কখনৰ বিৰোধিতা কৰি দেখুৱালে। আশা কৰিছো উত্তৰ-পূবৰ সকলো ৰাজ্যই এই বিধেয়কখনৰ বিৰোধিতা কৰিব আৰু আমিও হেঁচা প্ৰয়োগ কৰি হ’লেও এই বিলখন বাতিল কৰাব লাগিব।”

প্ৰফুল্ল কুমাৰ নেতৃত্বত অনুষ্ঠিত এই মেঘদূত ভৱন যাত্ৰা কাৰ্য্যসূচীত সদৌ অসম গৰীয়া-মৰীয়া যুৱ ছাত্ৰ পৰিষদ, নাগৰিকত্ব সংশোধনী বিৰোধী মঞ্চৰ তৰফৰ পৰা জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্ত, অসম আন্দোলন সংগ্ৰামী মঞ্চৰ মুখ্য আহ্বায়ক কুমাৰ দীপক দাসকে মুখ্য কৰি প্ৰায় ৫ শতাধিক লোকে অংশগ্ৰহণ কৰে।

প্ৰতিবাদী সমদলৰ অন্তত মেঘদূত ভৱনস্থিত ডাকঘৰৰ পৰা ভাৰতৰ প্ৰধান মন্ত্ৰী,  ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰত্যেক ৰাজ্যৰ ৰাজ্যপাল, মুখ্য মন্ত্ৰীসকললৈ আৰু সাংসদলৈ ডাকযোগে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিল কৰাৰ বাবে আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd