• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত দুবছৰত বৃদ্ধি পাইছে ৫৬৭ বৰ্গ কিলোমিটাৰ বনাঞ্চল : কেন্দ্ৰীয় প্ৰতিবেদন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2018 8:19 am
forest assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী হৰ্ষবৰ্দ্ধনে মুকলি কৰা এখন প্ৰতিবেদনত অসমত বনাঞ্চল বৃদ্ধি পোৱাৰ কথা প্ৰকাশ পাইছে। ২০১৭ চনৰ ‘ইণ্ডিয়া ষ্টেট অফ ফৰেষ্ট’ শীৰ্ষক প্ৰতিবেদন অনুসৰি বিগত দুবছৰ অসমত ৫৬৭ বৰ্গ কিলোমিটাৰ বনাঞ্চল বৃদ্ধি পাইছে।

প্ৰতি দুবছৰৰ অন্তৰত কেন্দ্ৰীয় চৰকাৰে দেশৰ বনাঞ্চল সম্পৰ্কত প্ৰতিবেদন প্ৰকাশ কৰি আহিছে। অসমৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি আশাৰ সঞ্চাৰ কৰি এইবাৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ৰাজ্যখনৰ সেউজ ভূমি বৃদ্ধিৰ বতৰা।

Apply Now

সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী হৰ্ষবৰ্দ্ধনে প্ৰকাশ কৰা ২০১৭চনৰ প্ৰতিবেদনখনৰ সৱিশেষ তথ্য অনুসৰি অসমত বৰ্তমান বনাঞ্চলৰ পৰিমান ২৮,১০৫ বৰ্গ কিলোমিটাৰ। ২০১৫ চনত ইয়াৰ পৰিমান আছিল ২৭,৫৩৮ বৰ্গ কিলোমিটাৰ।

উল্লেখযোগ্য যে ২০১৫ চনৰ প্ৰতিবেদনত অসমত ৪৮ বৰ্গ কিলোমিটাৰ বনভূমি হ্ৰাস পোৱাৰ তথ্য প্ৰকাশ পাইছিল। প্ৰতিবেদন অনুসৰি বৰ্তমান অসমৰ মাটিকালিৰ ৩৫.৮৩ শতাংশ বনভূমি।

প্ৰতিবেদনখনত প্ৰকাশ পোৱা অনুসৰি অসম আৰু মণিপুৰৰ বাহিৰে উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যকেইখনত বনাঞ্চলৰ পৰিমান হ্ৰাস পাইছে। যোৱা দুবছৰত অৰুণাচলত ১৯০, মেঘালয়ত ১১৬, মিজোৰামত ৫৩১, নাগালেণ্ডত ৪৫০, ত্ৰিপুৰাত ১৬৪ আৰু ছিকিমত ৯ বৰ্গ কিলোমিটাৰ বনভূমি হ্ৰাস পাইছে।

অসমত সামগ্ৰিকভাৱে বনাঞ্চলৰ পৰিমান বৃদ্ধি পাইছে যদিও ৰাজ্যখনৰ সাতখন জিলাত বনভূমিৰ পৰিমান হ্ৰাস পাইছে। এই জিলাকেইখন হৈছে ডিমা হাচাও, কোকৰাঝাৰ, গোৱালপাৰা, শিৱসাগৰ, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ। ইয়াৰ ভিতৰত ডিমা হাচাওত সৰ্বাধিক ৪৫ বৰ্গ কিলোমিটাৰ বনভূমি হ্ৰাস পাইছে।

ইয়াৰ বিপৰীতে বনভূমি বৃদ্ধি পোৱা জিলা কেইখনৰ ভিতৰত আছে হৈছে নগাঁও, শোণিতপুৰ, গোলাঘাট, বঙাইগাঁৱ আৰু চিৰাং। যোৱা দুবছৰ নগাঁও জিলাত সৰ্বাধিক ১৩০ বৰ্গ কিলোমিটাৰ বনভূমি বৃদ্ধি পাইছে।

অসমত বনাঞ্চল বৃদ্ধি পোৱাৰ কাৰণ হিচপে যোৱা দুবছৰত ৰাজ্যখনত ব্যাপক হাৰত বনানীকৰণ (গছ পুলি ৰোপণ) বুলি প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd