• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৰসায়ন বিজ্ঞান, গণিতৰ প্ৰশ্নকাকত আগতেই হৈছিল ‘ফাদিল’ : গোৱালপাৰাৰ বেচৰকাৰী বিদ্যালয়লৈ সন্দেহৰ আঙুলি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 6, 2018 5:25 pm
ahsec exam assam
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলি থকা অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ ৰসায়ন বিজ্ঞান, গণিত আৰু পদাৰ্থ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বিস্ফোৰক অভিযোগ উঠিছে।

পদাৰ্থ বিজ্ঞানৰ পৰীক্ষা ৯ মাৰ্চত অনুষ্ঠিত হ’ব লগাৰ বিপৰীতে ৰসায়ন বিজ্ঞান আৰু গণিতৰ পৰীক্ষা যোৱা ২৭ ফেব্ৰুৱাৰি আৰু ৫ মাৰ্চত ইতিমধ্যেই হৈ গৈছে।

Apply Now

গোৱালপাৰাৰ ভালুকডুবি চাইন্স একাডেমি নামৰ এখন বেচৰকাৰী শিক্ষানুষ্ঠানে আৰ্হি কাকত হিচাপে উলিওৱা কাকতখনেই ৯ মাৰ্চত হ’ব লগা পদাৰ্থ বিজ্ঞানৰ চূড়ান্ত পৰীক্ষাৰো কাকত বুলি কালি সোমবাৰে বাতৰি ওলাইছিল।

পদাৰ্থ বিজ্ঞানৰ আৰ্হি কাকতখন

এতিয়া অভিযোগ উঠিছে যে একেখন বেচৰকাৰী বিদ্যালয়ৰে ৰসায়ন বিজ্ঞান আৰু গণিতৰ আৰ্হি কাকতকেইখন হৈ যোৱা পৰীক্ষা কেইটাৰ কাকতৰ সৈতে হুবহু মিলি গৈছে।

সংসদৰ সচিব কমলজ্যোতি গগৈ আৰু পৰীক্ষা নিয়ন্ত্ৰকে আজি পুৱা গৈ একাডেমিখনৰ আৰ্হি কাকতসমূহ সংগ্ৰহ কৰিছে।

সচিব গগৈয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি সংগৃ্হীত কাকতসমূহ পৰীক্ষা কৰাৰ পিছত অভিযোগ সত্য প্ৰমাণিত হ’লে বিদ্যালয়খনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব।

আৰ্হি প্ৰশ্নকাকতসমূহ পৰীক্ষা কৰা হ’ল নেকি জানিবৰ বাবে এন ই নাওৰ ফালৰ পৰা সচিবজনক ফ’নত যোগাযোগ কৰিবলৈ চেষ্টা কৰা হৈছে যদিও এতিয়ালৈকে তেওঁক পোৱা হোৱা নাই।

সচিবগৰাকীয়ে পৰীক্ষাৰ্থীসকলক শংকিত নহ’বলৈ আহ্বান জনাইছে যদিও পৰীক্ষা চলি থকাৰ মাজতে উঠা এই অভিযোগে পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলক চূড়ান্তভাৱে দুঃশ্চিন্তাত পেলাইছে।

‘পৰীক্ষা চলি থকা অৱস্থাত পৰীক্ষাৰ হেঁচাৰ মাজতে এনেধৰণৰ খবৰে ল’ৰা-ছোৱালীক চূড়ান্তভাৱে হতাশ কৰি পেলাইছে’ বুলি মন্তব্য কৰি এজন অভিভাৱকে ‘পৰীক্ষা আয়োজক শিক্ষা সংসদ আৰু শিক্ষা মন্ত্ৰীয়ে এই সন্দৰ্ভত জৰুৰীভাৱে বিষয়টো স্পষ্ট কৰক’ বুলি এন ই নাওৰ ওচৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বেও অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ব’হাগ বিহুৰ উৰুকাৰ বাবে চলি থকা প্ৰথম বাৰ্ষিকৰ এটা পৰীক্ষাৰ দিন সলনি কৰিছিল।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd