• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম বীজ নিগমৰ উদ্যোগত বৰপেটাত ২০০০ কৃষকক বিনামূলীয়া ধানৰ বীজ বিতৰণ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
June 14, 2018 9:29 pm
Assam seed corporation

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বীজ নিগমৰ উদ্যোগত আৰু জিলা কৃষি বিভাগ বৰপেটা, কৃষি বিজ্ঞান কেন্দ্ৰ হাউলীৰ সহযোগত ২০১৮-১৯ বৰ্ষৰ বাবে বীজ গাঁও আঁচনিৰ অধীনত বৰপেটা জিলাত মুঠ ২০০০ কৃষকক বিনামূলীয়া এইছ ৱাই ভি ধানৰ বীজ বিতৰণৰ কাৰ্যসূচী কালি অনুষ্ঠিত হয়।

এই আঁচনিৰ অধীনত জিলাখনৰ ২০০০ কৃষকক ৰঞ্জিত চাব-১ আৰু স্বৰ্ণ চাব-১ জাতৰ সৰ্বমুঠ ১২০ কুইণ্টল বীজ বিতৰণৰ শুভাৰম্ভ কৰা হয়। এই উদ্দেশ্যে কালি অনুষ্ঠিত এখন সভাত জিলাখনৰ প্ৰতিজন কৃষকক ৬ কেজিকৈ এইছ ৱাই ভি ধানৰ বীজ বিতৰণ কৰা হয়।

Apply Now

বৰপেটা জিলা কৃষি বিষয়া ৰফিউল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত অংশ গ্ৰহণ কৰি বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত (কৃষি) বিপুল শইকীয়াই তেওঁৰ ভাষণত অসম বীজ নিগমৰ বৰপেটা শাখাই বিতৰণ কৰা বিনামূলীয়া ধানৰ খেতিত বিশেষ গুৰুত্ব আৰোপ কৰি চৰকাৰৰ আঁচনি সফল কৰিবলৈ সভাত উপস্থিত থকা কৃষকসকলক আহ্বান জনায়।

এই সভাখনত কৃষি বিজ্ঞান কেন্দ্ৰ হাউলীৰ মুখ্য বিজ্ঞানী ডঃ অৰূপ কুমাৰ ডেকা, কৃষি বিশেষজ্ঞ পিংকুধৰ বৰ্মন, ৰাতুল দাসে উপস্থিত থাকি কৃষি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰি বীজ ৰোপণ কৰি খেতি চপোৱালৈকে খেতিত সম্পূৰ্ণ মনোনিৱেশ কৰি খেতিৰপৰা আশানুৰূপ উৎপাদন পোৱাৰ ব্যৱস্থা কৰিবলৈ খেতিয়কসকলক আহ্বান জনায়।

সভাপতিৰ ভাষণত জিলা কৃষি বিষয়া ৰফিউল ইছলামে বীজ নিগম, বৰপেটা শাখাই বিতৰণ কৰা বিনামূলীয়া ধানৰ খেতিত বিশেষজ্ঞসকলে আগবঢ়োৱা পৰামৰ্শ গ্ৰহণ কৰি কৃষি কাৰ্যত মনোনিৱেশ কৰিবলৈ কৃষকসকলক আহ্বান জনাই অসম বীজ নিগমৰ বৰপেটা শাখাই বিনামূলীয়া ধানৰ বীজ বিতৰণৰ ব্যৱস্থা কৰাৰ বাবে বিভাগৰ ফালৰ পৰা শলাগ লয় জিলা কৃষি বিষয়াগৰাকীয়ে।

এই  সভাতে জিলাখনৰ ৪ জন কৃষকক সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি বীজ নিগম, বৰপেটা শাখাৰ দ্বাৰা এখন বিনামূলীয়া পুস্তিকা কৃষকসকলৰ মাজত বিতৰণ কৰা হয়।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm
অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 30, 2026 9:23 am
চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

চৰকাৰেই জড়িত, প্ৰশ্নকাকত ফাদিলক লৈ বিস্ফোৰক যোশী; বাজপেয়ী যুগৰ শীৰ্ষ মন্ত্ৰীৰ মন্তব্যত আলোড়ন

August 30, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm
অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

অবিশ্বাস্য! ধ্বংসস্তুপৰ তলত চেপা খাই পৰি আছিল ৩ দিন; নেপালত প্ৰাণ ৰক্ষা পৰিল ৬ বছৰীয়া শিশুৰ

August 30, 2026 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd