• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ঐতিহ্যক বেপাৰীৰ হাতত তুলি দিবলৈ দিয়া নহ’ব : চিৰিয়াখানা সুৰক্ষা মঞ্চ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 2, 2018 7:28 pm
চিৰিয়াখানা সুৰক্ষা মঞ্চ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘চৰকাৰৰ কাৰ্য্যকলাপ লক্ষ্য ৰাখি আমি এটা কথাই অৱগত হৈছো এইখন জনতাৰ চৰকাৰ নহয়। অসমৰ আপুৰুগীয়া সম্পদসমূহ বেপাৰীৰ হাতত তুলি দিবলৈ দিয়া নহ’ব।‘ আজি চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই এক সংবাদমেলত এইদৰে এই মন্তব্য কৰে।

অসমৰ ঐতিহ্যক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পন কৰাৰ সিদ্ধান্তক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এক ষড়যন্ত্ৰ আখ্যা দিয়ে চিৰিয়াখানা সুৰক্ষা মঞ্চই। লগতে কালি সমগ্ৰ অসমত জনমত গঠন কৰিবৰ বাবে সহযোগী সংগঠন ‘আহোম ৰয়েল চ’চাইটিৰ সভাপতি কমলা ৰাজকোঁৱৰক মুখ্য আহ্বায়ক হিচাপে লৈ এখন তিনিজনীয়া কমিটি গঠন কৰে। কমিটিৰ আন দুজন সদস্য হ’ল ক্ৰমে ‘গৰিয়া-মৰীয়া দেশী জনগোষ্ঠীয় পৰিষদ’ৰ ফজনুল কৰিম হাজৰিকা আৰু মধু কলিতা।

Apply Now

আনহাতে, চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি বৈশ্যই কয়, ‘‘বিভিন্ন সময়ত অসমীয়া জাতিৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে কৰি অহা অত্যাচাৰ বন্ধ কৰিবলৈ বাধ্য হ’ব লাগিব। যিবিলাক জাতিদ্ৰোহী বদনৰ সহায়ত দিল্লীয়ে ‘জাতি ধ্বংসী সিদ্ধান্ত লৈ আছে সময়ত সেইসকল ৰাইজৰ বিচাৰৰ সন্মুখীন হ’ব। মন্ত্ৰী বিধায়ক হোৱাৰ স্বাৰ্থত এনেবোৰ জাতিদ্ৰোহী কামৰ পৰা শীঘ্ৰে আঁতৰি থাকিবলৈ সকীয়াই দিছো।‘

উল্লেখযোগ্য যে এসময়ত চিৰিয়াখানাকো বেপাৰীৰ হাতত গতাবলৈ বিচৰা হৈছিল বুলি ৰাজকুমাৰ বৈশ্যই সদৰী কৰে। লগতে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ ধাৰাবাহিক আন্দোলনৰ বাবেহে তেনে সিদ্ধান্ত বাতিল কৰা বুলি বৈশ্যই আজিৰ সংবাদ মেলত ব্যক্ত কৰে।

আনহাতে, অখিল গগৈয়ে কালি কাজিৰঙাখন কৃষক মুক্তি সংগ্ৰাম সমিতিক চমজাই দিবলৈ আহ্বান জনোৱাক বৈশ্যই পূৰ্ণৰূপত সমৰ্থন জনাই কয়, ‘’সংগঠন ভিন্ন হ’লেও এইক্ষেত্ৰত যদি আমাৰ সহযোগিতা বিচাৰে তেন্তে আমিও সহযোগ কৰিবলৈ আগবাঢ়ি যাম।‘’

লক্ষ্যণীয়  যে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ উদ্যোগত আয়োজিত হ’বলগীয়া নাগৰিক সভাত ব্যক্তিগত খণ্ডক গতাবলৈ লোৱা হঠকাৰী সিদ্ধান্তক লৈ বিস্তৃতভাবে আলোচনা কৰা হ’ব বুলি মঞ্চৰ সাধাৰণ সম্পাদকগৰাকীয়ে সংবাদ মেলত ব্যক্ত কৰে।

নাগৰিক সভাৰ আলোচনাৰ পিছতে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হ’ব বুলি হুংকাৰ দিয়াৰ লগতে মঞ্চই সমগ্ৰ অসমত পদযাত্ৰা কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি জানিব দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd