• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ঐতিহ্যক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ হাতত গতালে হেংদাং ল’বলৈও প্ৰস্তুত তাই আহোম যুৱ পৰিষদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 5, 2018 10:05 pm
TaiAhomYuvaParisad
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“এডপ্ট এ হেৰিটেইজৰ নামত যদি ব্যক্তিগত খণ্ডক এই সমূহ সম্পদৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব দিয়ে তথা মুনাফা লুটিবৰ বাবে দিয়ে তেন্তে তাই আহোম যুৱ পৰিষদে হাতত হেংদাং তুলি ল’বলৈ বাধ্য হ’ব।” -চৰকাৰে ব্যক্তিগত খণ্ডক অসমৰ ঐতিহ্যক্ষেত্ৰ চোৱাচিতা কৰাৰ নামত গতাই দিয়াত ক্ষোভ প্ৰকাশ কৰি তাই আহোম যুৱ পৰিষদৰ সভাপতি চাও দিলীপ গগৈয়ে আজি এইদৰে কয়। আজি গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল আয়োজন কৰি তাই আহোম যুৱ পৰিষদে কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক কঠোৰভাৱে সমালোচনা কৰে।

তদুপৰি চৰকাৰৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি দিলীপ গগৈয়ে কয়, “ব্যক্তিগত কোম্পানিৰ পৰা চৰকাৰে সাহায্য পুঁজিটো নলয় কিয়? কোম্পানিয়ে ধনখিনি দিয়াৰ ক্ষেত্ৰত চুক্তিৰ কিহৰ প্ৰয়োজন?”

Apply Now

আনহাতে জে টি আইৰ স্বত্বাধিকাৰী আশিস ফুকনে কাজিৰঙাৰ ২০০ বিঘা মাটি জোৰা অঞ্চলত যাদুঘৰ নিৰ্মাণ কৰাৰ সন্দৰ্ভত দিলীপ গগৈয়ে কয়, “কাজিৰঙাত উচ্ছেদ চলাই সৰু-সৰু দুখীয়া মানুহখিনিক খেদি পঠিয়ালে, তাৰ বিপৰীতে পুঁজিপতি মানুহ বিলাকক ৰঙা দলিচা পাৰি দিছে। এনেকুৱা ঘটনা হ’ব পাৰে নেকি? ১০০ জন মানুহক চৰকাৰে প্ৰাধান্য দিব নে ১জন মানুহক প্ৰাধান্য দিব? এই কথাৰ আমি ঘোৰ বিৰোধিতা কৰিছো।”

“কাজিৰঙাত গঁড় মাৰি আছে, বানপানীৰ কৱলত হাজাৰ হাজাৰ জীৱ-জন্তু মৃত্যুমুখত পৰিছে, তাক ৰোধ কৰিব পাৰিছেনে চৰকাৰে? সেইবিলাক সমস্যা ৰোধ কৰাৰ সলনি আকৌ লেট্ৰিন-বাথৰুম বনাবলৈ গৈছে। লেট্ৰিন-বাথৰুম নালাগে বুলি ক’ব খোজা নাই। কিন্তু তাৰ আগতে জীৱ-জন্তু, গছ-গচনি ৰক্ষণাবেক্ষণ দিব লাগিব।” দিলীপ গগৈয়ে কয়।

আনহাতে শনিবাৰৰ সংবাদমেলৰ জৰিয়তে চৰকাৰক জীৱ-জন্তু ৰক্ষণাবেক্ষণ দিবৰ বাবে হাইলেণ্ড নিৰ্মাণ কৰিবৰ বাবে সংস্থাৰ সভাপতিয়ে দাবী জনায়। লগতে অসমৰ খণ্ডসমূহ কাৰো পৈতৃক সম্পত্তি নহয়, ৰাজহুৱা সম্পত্তি বুলি সদৰী কৰে গগৈয়ে।

উল্লেখযোগ্য যে উক্ত সংবাদ মেলতে চৰকাৰী যন্ত্ৰৰ প্ৰতৰাণামূলক কোনো নীতিকেই অসমত বলৱৎ কৰিবলৈ দিয়া নহ’ব আৰু ঐতিহ্যক বিকৃত কৰি অসমৰ স্বাভিমানক আঘাত হানিবলৈ কোনো বেপাৰী-বহতীয়া চৰকাৰক অনুমতি দিয়া নহ’ব বুলি তাই আহোম যুব পৰিষদে স্থিতি স্পষ্ট কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd