• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত নভ’টেল গুৱাহাটীত বিহু উদযাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 21, 2018 5:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে সন্ধিয়া নভ’টেল গুৱাহাটীৰ আছুতীয়া গৃহত আয়োজন কৰা হয় এক আকৰ্ষণীয় বিহু অনুষ্ঠানৰ। এই বিহু অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে আৰু অসমৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।

১৬০ কোটি টকা বিনিয়োগেৰে গুৱাহাটীস্থিত দুই কৰ্পোৰেট হাউছ এছএম গ্ৰূপ আৰু জেডিবি গ্ৰূপে নভ’টেলক প্ৰম’ট কৰিছে।

Apply Now

সোণোৱাল আৰু শৰ্মাৰ উপৰি এই বিশাল অনুষ্ঠানটোত আন কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক, আমোলা, সংবাদ মাধ্যমৰ ব্যক্তিত্ব, সুপৰিচিত ব্যৱসায়ী আৰু মহানগৰীৰ আন নাগৰিক উপস্থিত আছিল। অনুষ্ঠানত বিহু প্ৰদৰ্শনৰ লগতে বিশিষ্ট ব্যক্তিৰ ভাষণ আৰু সামৰণিত এক বহু ব্যঞ্জন সমৃদ্ধ নৈশ আহাৰৰ আয়োজন কৰা হয়।

নভ’টেল গুৱাহাটী ভাৰতত এখন আগশাৰীৰ হোটেল সংগঠনৰ ৫৪ নং হোটেল আৰু ইউৰোপীয় আতিথ্য সমৃদ্ধ অসমৰ ৰাজধানী চহৰ গুৱাহাটীত প্ৰথমখন হোটেল। ২০১৭ চনত স্থাপিত এই হোটেলখন গুৱাহাটীৰ মাজমজিয়াৰ বাণিজ্যিক অঞ্চলত অৱস্থিত।  জি এছ ৰোডত অৱস্থিত হোটেলখন বিনোদন আৰু ব্যৱসায়িক ভ্ৰমণকাৰীৰ বাবে অতি সুবিধাজনক।

জানিব পৰা মতে নভ’টেল গুৱাহাটীত ১১৮ টা অত্যাধুনিক সা-সুবিধাযুক্ত কোঠা তথা চুইট আছে য’ত পঞ্চ তাৰকাৰ সুবিধাসমূহ উপলব্ধ। হোটেলখন ভ্ৰমণকাৰী তথা স্থানীয় লোকসকলৰ বাবে মহানগৰীত মিলিত হোৱাৰ বাবে এখন অতি আকৰ্ষণীয় স্থান।

অনুষ্ঠানত ভাষণ দি  এছএম-জেডিবি ৰ অধ্যক্ষ এছ কে জাম আৰু পৰিচালন সঞ্চালক শিৱাজী প্ৰসাদ জয়ছোৱালে কয়, ‘’ বিহুৰ আনন্দৰ মুহূৰ্তত আমাৰ এই স্থানত এনেধৰণৰ বিশিষ্ট অতিথিক আদৰিবলৈ পাই আমি গৌৰৱবোধ কৰিছো।‘’

গ্ৰূপটোৰ অধ্যক্ষ  এছ কে জাম আৰু এছএম গ্ৰূপ তথা জেডিবি গ্ৰূপৰ প্ৰম’টাৰসকলে অঞ্চলটোৰ জনসাধাৰণে মহানগৰীৰ কেন্দ্ৰস্থলত অৱস্থিত ইউৰোপীয় আতিথ্যৰ হোটেলখনৰ অভিজ্ঞতা লাভ কৰাত কোনোধৰণৰ অসুবিধাৰ সৃষ্টি হ’বলৈ নিদিয়ে বুলি সদৰি কৰে।

‘’ নভ’টেল গুৱাহাটীয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে ১০০০ তকৈয়ো অধিক লোকক সংস্থাপন আগবঢ়াইছে,’’- অধ্যক্ষগৰাকীয়ে কয়।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ, ‘মোদানী’ সাম্ৰাজ্যৰ অংশ আখ্যা

June 5, 2026 4:07 pm
স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

স্বামীয়ে ১৩ দিন ধৰি কথা নপতাটো নিষ্ঠুৰতা নহয়, পত্নীৰ চৰম পন্থাৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 5, 2026 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd