• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমগুৰিত একেলগে ১৫০খন হাতে লিখা আলোচনী উন্মোচন

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
June 3, 2018 9:57 am
facebook_1527925258438
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমগুৰি টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষক সমাজৰ উদ্যোগত আমগুৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয় আৰু খণ্ড মিছন সমন্বয়কৰ কাৰ্য্যালয়ৰ সহযোগত শনিবাৰে গৌৰীসাগৰত এক সাহিত্য সাংস্কৃতিক প্ৰতিযোগিতাৰ লগতে মুকলি সভা আৰু বটাঁ বিতৰণী  অনুষ্ঠান অনুস্থিত হয়।

গৌৰীসাগৰ চেন্ট্ৰেল পাব্লিক হলত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ পুৱা  স্মৃতি তৰ্পণ কৰে শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰাক্তন সম্পাদক সুৰেশ চন্দ্ৰ বড়াই। ইয়াৰ পিছতে অনুস্থিত হোৱা চিত্ৰাংকণ, ৰচনা আৰু ভেশচন প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দাদু বৰাই।

Apply Now

দুপৰীয়ালৈ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দেৱজ্যোতি গগৈৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানটো ৩৮৪ নং মিটং নামদাং প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলে পৰিবেশন কৰা সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয়।

সভাখনত  জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা দীপাংকৰ চক্ৰৱতী,আমগুৰি শিক্ষাখণ্ডৰ বিদ্যালয়সমূহৰ  সহ পৰিদৰ্শক ক্ৰমে উদয় ভাস্কৰ শৰ্মা, বব বৰগোহাঁই সৰ্বশিক্ষা মিশ্যনৰ শিক্ষক প্ৰশিক্ষণৰ জিলা আচঁনি বিষয়া দীপক বড়া বিশিষ্ট অতিথি হিচাবে উপস্থিত থকাৰ লগতে প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি তুতু বৰঠাকুৰ, মধ্য ইংৰাজী শিক্ষক সন্থাৰ জিলা সভাপতি ছামচুল বাৰিক, মজলীয়া বিদ্যালয় শিক্ষক সন্থাৰ সম্পাদক জয়ন্ত সাউদ সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাতুল দত্ত, ব্ৰজেন দাস,বিনন্দ দত্ত,বুদ্ধিন হাজৰিকাকে ধৰি বহু কেইজন গন্য মাণ্য ব্যক্তি উপস্থিত থাকে।

আনহাতে, আজিৰ এই অনুষ্ঠানতে আমগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয় সমূহৰ ছাত্র-ছাত্ৰী আৰু শিক্ষামিত্ৰসকলে হাতেলিখা ১৫০ খন আলোচনী সৰ্ব শিক্ষা অভিযান শিৱসাগৰৰ সমন্বিত শিক্ষা আঁচনি বিষয়া দীপক বৰাই উন্মোচন কৰে।

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হোৱা ৰচনা ,চিত্ৰাংকণ ,ভেশচন প্ৰতিযোগিতাত প্ৰথম ,দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত ছাত্র ছাত্ৰী সকলক পুৰস্কাৰ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা গীত বাদ্য নৃত্য আদি প্ৰদৰ্শন কৰা হয়।

টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষক সমাজৰ এনে ব্যতিক্ৰমী প্ৰচেষ্টাই ছাত্র ছাত্ৰী সকলক উৎসাহিত কৰাৰ উপৰিও সাহিত্য সংস্কৃতিৰ দিশত আগুৱাই নিব বুলি ৰাইজে মন্তব্য কৰে। অনুষ্ঠানত ছাত্র-ছাত্ৰী শিক্ষক সকলৰ লগতে শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে ।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd