• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

আলফা (স্বাঃ)ৰ সৈতে সংঘৰ্ষৰ পিছতে অৰুণাচল সীমান্তত বৃহৎ অভিযান সেনা বাহিনীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2018 6:34 pm
সেনাবাহিনী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে আলফা (স্বাঃ)ৰ সৈতে হোৱা সংঘৰ্ষৰ পিছতে সেনা বাহিনীয়ে আজি অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী তিনিচুকীয়াৰ জাগুন থানাৰ অন্তৰ্গত কাকৰাণী আৰু কথা সংৰক্ষিত বনাঞ্চলত বিদ্ৰোহী সংগঠনটোৰ সদস্যৰ সন্ধানত ব্যাপক অভিযান আৰম্ভ কৰিছে।

সেনাবাহিনীৰ মতে কালিৰ সংঘৰ্ষত আলফা (স্বাঃ)ৰ সদস্য আঘাতপ্ৰাপ্ত হৈছে। সেনা বাহিনীৰ এজন বিষয়াই এন ই নাওক কয়, ‘উগ্ৰপন্থীৰ সন্ধানত আমি আমাৰ অভিযান তীব্ৰতৰ কৰি তুলিছো।’

Apply Now

উল্লেখযোগ্য যে কালি সন্ধিয়া কথাবাৰি সংৰক্ষিত বনাঞ্চলত সন্দেহযুক্ত আলফা (স্বাঃ)ৰ সদস্যই সেনা বাহিনীৰ এটা কনভয়ৰ প্ৰতি গ্ৰেনেড নিক্ষেপ কৰিছিল।

জানিব পৰা মতে সেনা বাহিনীৰ গাড়ীলৈ গ্ৰেনেড নিক্ষেপ কৰাৰ লগে লগে সেনায়ো প্ৰত্যুত্তৰ দিয়ে আৰু ফলত এক সংঘৰ্ষৰ সূত্ৰপাত ঘটে।

চোৰাংচোৱা সূত্ৰৰ মতে আলফা (স্বাঃ)ৰ ৬ জনীয়া এটা দলে আগন্তুক গণৰাজ্য দিৱসৰ পূৰ্বে  অশান্ত পৰিস্থিতি সৃষ্টি কৰাৰ বাবে সংগঠনটোৰ পূব নাগালেণ্ডত থকা ঘাটিৰ পৰা তিনিচুকীয়া জিলাত প্ৰৱেশ কৰিছে।

উল্লেখযোগ্য যে যোৱা কিছু দিন ধৰি আলফা (স্বাঃ) এ তিনিচুকীয়া জিলাৰ অৰুণাচল সীমান্তৱৰ্তী অঞ্চল সমূহত ইয়াৰ কূটাঘাতমূলক কাৰ্যকলাপৰ তীব্ৰতা বৃদ্ধি কৰিছে।

অৰুণাচল সীমান্তৱৰ্তী বৰডুমচাৰ দিৰাক-সোণজান গাঁৱৰ অন্তেশ্বৰ মহন্ত আৰু তেওঁৰ পুত্ৰ অৰুণ মহন্তক যোৱা ১১ ডিচেম্বৰত আলফা (স্বাঃ)ৰ এটা ৪ জনীয়া সশস্ত্ৰ দলে গুলীয়াই হত্যা কৰিছিল।

একেদৰে জাগুনৰ পৰা ৬ কি. মি. দূৰৰ জয়ৰামপুৰৰ খাম্ডু গাঁৱৰ পৰা ১৫ ডিচেম্বৰত দিনদুপৰতে ৰূপম অসমৰ নেতৃত্বত আলফা (স্বাঃ)ৰ ৫ জনীয়া এটা সশস্ত্ৰ দলে অৰুণাভ ফুকন নামৰ এজন যুৱকক অপহৰণ কৰিছিল। অপহৰণৰ ১০ দিন পিছত ২৫ ডিচেম্বৰত আলফা (স্বাঃ)এ তেওঁক মুকলি কৰি দিয়ে।

যোৱা নৱেম্বৰটো নিষিদ্ধ সংগঠনটোৱে অঞ্চলটোৰ এখন চাহ বাগিচাক এছ এম ছ যোগে ধন দাবী কৰিছিল।

অহা ফেব্ৰুৱাৰি মাহত গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া বিশ্ব বিনিয়োগ সন্মিলনৰ সময়ত সংগঠনটোৱে অশান্তিৰ সৃষ্টি কৰিব পাৰে বুলিও আৰক্ষীয়ে আশংকা প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

August 22, 2026 9:41 am
ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

August 22, 2026 8:39 am
দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

August 22, 2026 8:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

August 22, 2026 9:41 am
ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd