• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰক্ষীৰ দ্বাৰা সাংবাদিকক আক্ৰমণৰ ঘটনা সন্দৰ্ভত অসম আৰু আৰু মিজোৰামৰ শীৰ্ষ আৰক্ষীক মানৱধিকাৰ আয়োগৰ জাননী

ছাংজুৱালা হমাৰ by ছাংজুৱালা হমাৰ
March 22, 2018 10:08 pm
NHRC
210
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ তৰফৰ পৰা  আজি অসম আৰু মিজোৰামৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ এখন জাননী প্ৰেৰণ কৰি অসম মিজোৰাম সীমান্তৰ দাঁতিত অৱস্থিত কোলাছিব জিলাৰ জফাই বৈৰবি এলেকাত  ৮ আৰু ১০ মাৰ্চত অসম আৰক্ষীৰ দ্বাৰা লাঠি চাৰ্জ আৰু শাৰীৰিকভাৱে অপদস্ত কৰা ঘটনাৰ বিতং প্ৰতিৱেদন বিচাৰিছে।

চাৰি সপ্তাহৰ ভিতৰতে প্ৰতিৱেদন দাখিল কৰাৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে আৰক্ষীৰ শীৰ্ষ বিষয়া দুগৰাকীক নিৰ্দেশ দিছে। অভিযোগকাৰীৰ পৰা ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছত আয়োগে এই নিৰ্দেশনা জাৰী কৰিছে ।

উল্লেখ্য যে মিজো জিৰলাই পাওল নামৰ ছাত্ৰ সংগঠনটো আৰু অসম আৰক্ষীৰ মাজত উত্তেজনাময় পৰিস্থিতিৰ উদ্ভৱ হোৱাত গ্ৰাউণ্ড জিৰ’ প্ৰতিৱেদন প্ৰস্তুত কৰাৰ বাবে তাত সাংবাদিকসকল উপস্থিত হৈছিল আৰু আৰক্ষীয়ে সাংবাদিকসকলৰ ওপৰত লাঠি চাৰ্জ কৰিছিল। অভিযোগ উত্থাপিত হোৱা মতে আৰক্ষীয়ে গুলিচালনাও কৰিছিল।

অভিযোগনামাত উল্লেখ কৰা আছে যে সাংবাদিকৰ পৰিচয়ত্ৰ দেখুওৱা সত্বেও আৰক্ষীৰ লোকে তেওঁলোকক বেয়াকৈ মাৰধৰ কৰিছিল য’ত মহিলা সাংবাদিককে ধৰি বহুতো সাংবাদিক গুৰুতৰভাৱে আহত হৈছিল।

Recent News

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

দিল্লীত এক পৈশাচিক ঘটনা! ছুটকেছৰ ভিতৰত উলংগ অৱস্থাত নাবালিকা

দিল্লীত এক পৈশাচিক ঘটনা! ছুটকেছৰ ভিতৰত উলংগ অৱস্থাত নাবালিকা

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

মাকক টকা নিদিয়াৰ বাবে হত্যা! পুত্ৰক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd