• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এ পি এছ চি কেলেংকাৰী : ৰাকেশ পাল সহ ৩৩ জন অভিযুক্তক পুনৰ জেৰাৰ আবেদনৰ আজি শুনানি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2018 8:29 am
APSC

এ পি এছ চিৰ কেলেংকাৰি প্ৰধান অভিযুক্ত ৰাকেশ পাল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এ পি এছ চিৰ ধনৰ বিনিময়ত চাকৰি বিক্ৰীৰ কেলেংকাৰীৰ গোচৰটোৰ তদন্তকাৰী আৰক্ষী দলটোৱে কেতবোৰ নতুন তথ্যপাতি লাভ কৰিছে। এই নতুন তথ্যপাতিৰ সত্যাসত্য নিৰূপণ কৰি অধিক নিশ্চিত হোৱাৰ বাবে নিলম্বিত অধ্যক্ষ ৰাকেশ পাল আৰু আন ৩৩ জন কাৰাবন্দী অৱস্থাত থকা বিষয়াক জেৰা কৰাৰ প্ৰচেষ্টা চলাইছে।

কাৰাবন্দী হৈ থকা  অভিযুক্তসকলক কাৰাগাৰতে জেৰা কৰাৰ বাবে অনুমতি বিচাৰি গোচৰটোৰ মুখ্য তদন্তকাৰী বিষয়া তথা ডিব্ৰুগড় আৰক্ষীৰ অতিৰিক্ত অধীক্ষক এছ এছ পানেছাৰে বৃহস্পতিবাৰে বিশেষ ন্যায়াধীশৰ আদালতত এখন আবেদন দাখিল কৰিছে।

Apply Now

তদন্তকাৰী বিষয়াই দাখিল কৰা আবেদনৰ ভিত্তিত বিশেষ ন্যায়াধীশৰ আদালতত আজি শুনানি হ’ব। তদন্তকাৰী বিষয়াই অভিযুক্ত বিষয়াসকলক পৃথকে আৰু লগতে ৰাকেশ পালৰ সৈতে মুখামুখিকৈ জেৰা কৰিব বিচাৰিছে।

ৰাকেশ পাল আৰু তেওঁৰ সহযোগীক ধন দি পৰীক্ষাত উত্তীৰ্ণ হৈ এ চি এছ, এ পি এছ আদি ৰাজপত্ৰিত বিষয়া হোৱা আৰু বৰ্তমান কাৰাবন্দী হৈ থকা  অভিযুক্তসকলৰ একাংশই অন্য  বহু প্ৰাৰ্থীৰ হৈ দালালি আৰু ধনৰ লেনদেন কৰা বুলি আৰক্ষীয়ে প্ৰমাণ লাভ কৰিছে বুলি জানিব পৰা গৈছে।

জালিয়াতিৰে অৰ্থাৎ নকল উত্তৰবহীত উত্তৰ লিখি অধিক নম্বৰ পাই বিষয়া হোৱা ২০১৫ আৰু ২০১৬ চনৰ বহুকেইজন ৰাজপত্ৰিত বিষয়াৰ উত্তৰবহী আৰু হাতৰ আখৰৰ ফৰেণছিক পৰীক্ষাৰ প্ৰমাণ আৰক্ষীৰ হাতত ইতিমধ্যে আহি পৰিছে। সেইবোৰ তথ্য প্ৰমাণে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া অধিক মসৃন কৰি তুলিছে।

আনহাতে, এ পি এছ চিৰ মূল গোচৰত জামিন লাভ কৰিলেও নিলম্বিত অধ্যক্ষ ৰাকেশ পাল ২০১৫ চনৰ কৃষি উন্নয়ন বিষয়াৰ বাছনিত হোৱা কেলেংকাৰীৰ গোচৰত বৰ্তমানো কাৰাবন্দী হৈ আছে। আজি শুনানিৰ পিছতে আদালতে দিয়া নিৰ্দেশৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়াই অধিক গতি লাভ কৰাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd