• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনআৰচিঃ বৰপেটা জিলাত বহু সংখ্যক লোকৰ নাম বাদ পৰাৰ সম্ভাৱনাক লৈ প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2018 2:09 pm
NRC

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩০ জুনত প্রকাশ পাব ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা ৷  নাগৰিকপঞ্জী উন্নীতকৰণৰ বংশবৃক্ষ পৰীক্ষণৰ অন্তিম তাৰিখ পাৰ হোৱাৰ পাছতো ৰাজ্যৰ আন কিছু স্থানৰ দৰে বৰপেটা জিলাৰ চেঙাতো এতিয়ালৈকে বংশবৃক্ষ পৰীক্ষণৰ কাম সম্পূর্ণ হোৱা নাই বুলি জানিব পৰা হোৱা নাই৷ চেঙা ৰাজহ চক্রৰ অন্তর্গত ১১খন গাঁও পঞ্চায়তৰ প্রমাণ-পত্রৰ পুনৰীক্ষণৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই৷

জানিবলৈ পোৱা মতে ইতিমধ্যে চেঙা ৰাজহ চক্রৰ অন্তর্গত এনআৰচিৰ বংশবৃক্ষ পৰীক্ষণত ২৯,৩১৬গৰাকীয়েহে ব্যৱহূত গাঁও পঞ্চায়তৰ প্রমাণ-পত্রৰ পুনৰীক্ষণৰ কাম শেষ হৈছে৷ এতিয়াও ৰাজহ চক্রটোৰ অন্তর্গত খোলাবন্ধা গাঁও পঞ্চায়তৰ ৬গৰাকী, কাছুমাৰা গাঁও পঞ্চায়তৰ ১৯গৰাকী, মুছলমানপাৰা গাঁও পঞ্চায়তৰ ২৪৭গৰাকী, মহচৰা গাঁও পঞ্চায়তৰ এগৰাকী, গোমা গাঁও পঞ্চায়তৰ ৬০৬গৰাকী, ৰৌমাৰী পাথাৰ গাঁও পঞ্চায়তৰ ২৯০গৰাকী, বাটগাঁও গাঁও পঞ্চায়তৰ ৬গৰাকী, বহৰি আৰু বহৰি ৰিজার্ভ গাঁও পঞ্চায়তৰ ক্রমে ৩ আৰু ২৩৩গৰাকী, নিজ চেঙা গাঁও পঞ্চায়তৰ ১১৯গৰাকী আৰু হৰিপুৰ গাঁও পঞ্চায়তৰ ২২গৰাকীকে ধৰি মুঠ ১৫৫১গৰাকীৰ প্রমাণ-পত্রৰ পুনৰীক্ষণৰ কাম সম্পন্ন কৰিবলৈ বাকী আছে৷

Apply Now

চেঙা ৰাজহ চক্রৰ চক্র বিষয়া ৰাজীৱ কুমাৰ দাসে এই সন্দর্ভত শুনানিৰ বাবে প্রেৰণ কৰা জাননীত হোৱা ভুল ঠিকনাৰ বাবে এই সহস্রাধিক প্রমাণ-পত্রৰ পুনৰীক্ষণৰ কাম আঠ জুনৰ ভিতৰত সম্পূর্ণ কৰা হ’ব বুলি জানিবলৈ দিছে আৰু এই ক্ষেত্রত প্রয়োজনীয় ব্যৱস্থা ইতিমধ্যেই গ্রহণ কৰিছে৷ ইফালে এই পর্যন্ত ৰাজহ চক্রটোৰ অন্তর্গত এনআৰচিৰ আবেদনকাৰীসকলৰ কিছুমান আবেদনকাৰীয়ে ভুৱা লিগেচি তথা তথ্য-পাতি ব্যৱহাৰ কৰাটো নিশ্চিত হোৱাত তেওঁলোকৰ নাম কর্তন কৰা হৈছে বুলি জানিব পৰা গৈছে৷

এক বিশেষ সূত্রই জনোৱা মতে চেঙা ৰাজহ চক্রৰ অন্তর্গত ৩০ লক্ষাধিক আৱেদনকাৰীয়ে এনআৰচিৰ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিছিল৷ বিগত সময়ত আবেদনকাৰীসকলৰ তথ্য-পাতি পুনৰীক্ষণৰ পাছত প্রায় ১৫০-২০০খন ভুৱা লিগেচি ইতিমধ্যেই নাকচ কৰা হৈছে৷

সূত্রটোৰ মতে চেঙা ৰাজহ চক্রৰ অন্তর্গত এনআৰচিৰ আবেদনকাৰীসকলৰ মাজৰ পৰা প্ৰায় দুই তিনি সহস্রাধিক লোকৰ নাম খচৰাৰ পৰা কর্তন হ’ব পাৰে৷

বৰপেটা জিলাৰ চেঙা ৰাজহ চক্রৰ অন্তর্গত এই তথ্য যদি সঁচা প্রমাণিত হয়, স্বাভাৱিকতে সংখ্যালঘু বসতিপ্রধান চেঙা সমষ্টিটোৰ লগতে বৰপেটা জিলাত বৃহৎ সংখ্যক লোকৰ নাম এনআৰচিৰ খচৰাৰ পৰা বাদ পৰাটো প্ৰায় খাটাং হৈ পৰিছে৷

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd