• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী নেপাল

এপ্ৰিলত ভাৰত ভ্ৰমণলৈ আহিব নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2018 4:44 pm
kp sharma oli
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেপালৰ দৈনিক কাকত কাঠমাণ্ডু পোষ্টত প্ৰকাশ পাইছে যে ৰাষ্ট্ৰখনৰ নৱ-নিৰ্বাচিত প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লী তিনি দিনীয়া চৰকাৰী ভ্ৰমণ সূচীৰে ভাৰতলৈ আহিব।

বাতৰি পোৱা মতে, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দুজন শীৰ্ষ স্থানীয় বিষয়া আৰু নতুন দিল্লীস্থ নেপালী দূতাৱাসৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে যে যোৱা মাহত নেপালৰ প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত অ’লীৰ ভাৰত ভ্ৰমণৰ বিষয়টো সক্ৰিয়ভাৱে বিৱেচনা কৰি থকা হৈছে।

Apply Now

উল্লেখ্য যে যোৱা বাৰ অ’লীয়ে প্ৰথমবাৰ আৰত ভ্ৰমণলৈ আহোঁতে তেওঁক সিমান উষ্ম আদৰণি জনোৱা হোৱা নাছিল আৰু বিষয়টো লৈ ওলীৰ ঘনিষ্ঠ মহলত চর্চাও হৈছিল। অৱশ্যে শেহতীয়াকৈ ভাৰত চৰকাৰে বিষয়টো সূক্ষ্মভাৱে চিন্তা কৰিছে আৰু অতীতৰ পাৰ্থক্যখিনি পাহৰি দুয়ো দেশৰ সম্পৰ্কৰ এটা নতুন অধ্যায় আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে।

শীৰ্ষস্থানীয় বিষয়াসকলে প্ৰকাশ কৰিছে যে এক শক্তিশালী গণভিত্তিৰে ক্ষমতালৈ অহা অ’লীয়ে  তেওঁৰ তিনিদিনীয়া ভাৰত ভ্ৰমণৰ সময়চোৱাত দুয়ো দেশৰ মাজত সম্পাদিত হ’বলগীয়া চুক্তিসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ ল’ব পাৰিব।

বিগত ডিচেম্বৰ মাহত বামপন্থী মিত্ৰজোঁটে দুই ত্ৰিতীয়াংশ ভোট লাভ কৰাৰ পিছত  দেশখনৰ হাউছ অৱ ৰিপ্ৰেজেন্টেটিভত তেওঁৰ চৰকাৰে তিনি চতুৰ্থাংশ সমৰ্থন লাভ কৰিছিল।

যিহেতু বৰ্তমান নতুন দিল্লীত নেপালৰ কোনো ৰাষ্ট্ৰদূত উপস্থিত নাই, সেয়েহে ৰাষ্ট্ৰদূত ভাৰত কুমাৰ ৰেগনিক তেওঁৰ ছুটি সোনকালে শেষ কৰি সোনকালে নতুন দিল্লীলৈ উভতি আহিবলৈ কোৱা হৈছে।

এক নিৰ্ভৰযোগ্য সূত্ৰত প্ৰকাশ যে প্ৰধান মন্ত্ৰী ওলীৰ চৰকাৰী ভ্ৰমণৰ আগে আগে দেশখনৰ বিদেশ মন্ত্ৰী প্ৰদীপ গ্যাৱলীয়ে নতুন দিল্লী ভ্ৰমণ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

June 27, 2026 9:10 am
প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

June 27, 2026 8:40 am
অবিশ্বাস্য! এমবাপেকো নিষ্প্ৰভ কৰি ডেম্বলেৰ দুৰ্দান্ত হেট্ৰিক; নৰৱেক ৪-১ গ’লত পৰাস্ত কৰিলে ফ্ৰান্সে

অবিশ্বাস্য! এমবাপেকো নিষ্প্ৰভ কৰি ডেম্বলেৰ দুৰ্দান্ত হেট্ৰিক; নৰৱেক ৪-১ গ’লত পৰাস্ত কৰিলে ফ্ৰান্সে

June 27, 2026 8:10 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

June 27, 2026 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

June 27, 2026 9:10 am
প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

June 27, 2026 8:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd