• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঐতিহাসিক কীৰ্তিচিহ্নৰ দায়িত্ব ব্যক্তিগত খণ্ডক : ৫ মে’ত আন্দোলনকাৰী সংগঠনৰে বৈঠকত বহিব পৰ্যটন মন্ত্ৰী ব্ৰহ্ম

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2018 11:12 am
28regtour_185407

পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম : ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঐতিহাসিক কীৰ্তিচিহ্নসমূহ চোৱাচিতাৰ দায়িত্ব ব্যক্তিগত কোম্পানীক দিয়াৰ ক্ষেত্ৰত সংগঠনসমূহৰ মাজত হোৱা শংকা নিৰসন কৰিবলৈ অহা ৫ মে’ শনিবাৰে সন্ধিয়া ৫ বজাত দিছপুৰত সংগঠনসমূহক আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱাৰ কথা জানিবলৈ দিছে পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই।

ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ লগতে প্ৰাচীন কীৰ্তিচিহ্ন ৰংঘৰ, কাৰেংঘৰ আৰু শিৱদৌল চোৱাচিতাৰ দায়িত্ব ব্যক্তিগত কোম্পানীক অৰ্পণ কৰাৰ বাতৰি প্ৰচাৰ হোৱাৰ পিছতে ৰাজ্যখনৰ দল-সংগঠনসমূহৰ লগতে সচেতন ৰাইজ জাঙুৰ খাই উঠাত অস্বস্তিত পৰিছে ৰাজ্য চৰকাৰে।

Apply Now

কেন্দ্ৰীয় চৰকাৰে দেশৰ অন্যান্য কীৰ্তিচিহ্নৰ লগতে অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰাচীন ঐতিহ্যসমূহৰ মূল এলেকা চোৱাচিতাৰ বাবে ব্যক্তিগত খণ্ডক অৰ্পণ কৰা নহয় বুলি বুধবাৰে ঘোষণা কৰিছিল যদিও কোনোটো দল-সংগঠন বা ৰাইজ প্ৰতীয়মান নহৈ প্ৰতিবাদী কাৰ্যসূচী  অব্যাহত ৰখাত মুখ্যমন্ত্ৰীয়ে বিষয়টোত হস্তক্ষেপ কৰিব লগীয়া হৈছে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পৰ্যটন বিভাগৰ দায়িত্ব গ্ৰহণ কৰা মন্ত্ৰী চন্দন ব্ৰহ্মই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি থকা সংগঠনসমূহক বিষয়টো আলোচনা কৰিবলৈ এখন বৈঠকৰ আহ্বান জনাইছে।

আনহাতে, সোণোৱালে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে ৰাজ্য চৰকাৰখনে ৰাইজৰ স্বাৰ্থত কাম কৰি যাব। কাজিৰঙাৰ ঐতিহ্যৰ স্বাৰ্থ ৰক্ষা কৰিহে চৰকাৰে কাম কৰিব। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে ৰাইজৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন উঠিছে যদিও ৰাইজ শংকিত হ’বলগীয়া নাই।

বৃহস্পতিবাৰে পৰ্যটন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই তেওঁৰ কাৰ্যালয়ত সাংবাদিকৰ আগত কয় যে বিষয়টো আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। ভাৰতৰ আন ৰাজ্যৰ কোনো এখন ৰাষ্ট্ৰীয় উদ্যান চোৱাচিতা কৰাৰ দায়িত্ব ব্যক্তিগত কোম্পানীক দিয়াৰ তালিকাত নাই। কাজিৰঙাৰ ক্ষেত্ৰত তেনে ব্যৱস্থা কৰাৰ বিৰোধিতা ৰাজ্য চৰকাৰে কৰিব বুলি উল্লেখ কৰি মন্ত্ৰী ব্ৰহ্মই কয় যে সেয়েহে ৰাজ্য চৰকাৰে তালিকাৰ পৰা কাজিৰঙাক বাদ দিবলৈ কেন্দ্ৰীয় চৰকাৰক পত্ৰ দিব।

কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্ৰত আচলতে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে ৰাজ্য চৰকাৰক এতিয়াও আনুষ্ঠানিকভাৱে অৱগত কৰোৱা নাই বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm
‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

August 17, 2026 7:46 pm
বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

August 17, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd