• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ওজিং টায়েঙৰ হত্যাৰ তদন্ত চিবিআইক হস্তান্তৰ কৰাৰ দাবী সদৌ পূব চিয়াং জিলা ছাত্ৰ সন্থাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2018 2:17 pm
12-Ojing-Tayeng-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওজিং টায়েঙৰ হত্যাৰ তদন্ত চলাই থকা বিশেষ তদন্তকাৰী সংস্থাক অহা এমাহৰ ভিতৰত হত্যাৰ তদন্ত সম্পূৰ্ণ কৰাৰ বাবে সদৌ পূব চিয়াং জিলা ছাত্ৰ সন্থাই শেষ সময়সীমা বান্ধি দিয়ে।

বৃহস্পতিবাৰে ছাত্ৰ সংগঠনটোৱে স্পষ্ট ৰূপত কয় যে যদিহে তদন্তকাৰী সংস্থাটোৱে অহা এমাহৰ ভিতৰত উক্ত হত্যাকাণ্ডৰ একো শুংশুত্ৰ উলিয়াব নোৱাৰে তেন্তে হত্যাৰ গোচৰ চি বি আইলৈ হস্তান্তৰ কৰিব লাগিব।

Apply Now

বৃহস্পতিবাৰে ছাত্ৰ সংগঠনটোৰ নেতৃবৃন্দই সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি কয় যে ইতিমধ্যে উক্ত হত্যাৰ তদন্তৰ দায়িত্ব বহু পলমকৈ বিশেষ তদন্তকাৰী সংস্থাক অৰ্পণ কৰা হৈছিল। নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ ১১ মাহ উকলি যোৱাৰ পাছতো আৰক্ষীয়ে আজি পৰ্যন্ত হত্যাকাৰীক চিনাক্ত কৰিব নোৱাৰাটো অতিকৈ দুৰ্ভাগ্যজনক।

সদৌ পূব চিয়াং জিলা ছাত্ৰ সন্থাৰ আহ্বায়ক য়ন টাকিয়ে সংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰি কয় যে টায়েঙৰ হত্যাকাৰীক ছয়মাহৰ ভিতৰতে চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব বুলি আৰক্ষীয়ে দিয়া আস্বাসৰ পাছতো আজি পৰ্যন্ত একো সমাধান সূত্ৰ নোলোৱাতো গভীৰ উদ্বেগজনক।

ইফালে সংগঠনটোৰ সভাপতি ওয়িন য়’ছুঙে ৰাজ্যিক আৰক্ষীয়ে চলোৱা উক্ত হত্যাকাণ্ডৰ গোচৰ সন্দৰ্ভত গভীৰ ৰহস্যৰ গোন্ধ থকা বুলি তাৎপৰ্যমূলক মন্তব্য কৰে।

তেওঁ লগতে উল্লেখ কৰে যে মেবোত সংঘটিত হোৱা বমগে নিয়ৰিৰ হত্যাকাণ্ডৰ তদন্ত মাত্ৰ ১৯ দিনতে সমাপ্ত কৰিছিল পাচীঘাট আৰক্ষীয়ে। কিন্তু টায়েঙৰ হত্যাকাণ্ডৰ তদন্ত একেবাৰে স্তব্ধ। টায়েঙৰ হত্যাৰ তদন্ত চলোৱা আৰক্ষীয়ে পাচীঘাট আৰক্ষীৰ পৰা শিক্ষা লোৱা উচিত।

উল্লেখযোগ্য যে যোৱা বৰ্ষৰ ১০ জুনত ইটানগৰৰ নিটি বিহাৰত ওজিং টায়েঙক দুজন অচিনাক্ত লোকে শাৰিৰীক আক্ৰমণ কৰাৰ ফলত বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। আৰু পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ অনা হয় যদিও ঘটনা সংঘটিত হোৱাৰ চাৰিদিন পাছত টায়েঙ মৃত্যুমুখত পৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd