• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওদালগুৰিত নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে আছুৰ উদ্যোগত বিশাল প্ৰতিবাদী সমদল

চাজিদ খান by চাজিদ খান
May 29, 2018 1:17 pm
Udalguri-protest-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বিক্ষোভ- প্ৰতিবাদৰ জুই। সকলোৱে একমুখে ধিক্কাৰ দিছে জাতিধ্বংসী বিধেয়কখনক। ইয়াৰ মাজতে খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকি কঠিয়াই অনা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে সোমবাৰে ‘আছু’ৰ নেতৃত্বত ওদালগুৰি জিলাৰ টংলাত বৃহৎ প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ওলাই অহা হাজাৰ হাজাৰ লোকৰ উপস্থিতিত টংলা হাইস্কুল খেলপথাৰৰ পৰা বাহিৰ কৰা প্ৰতিবাদী সমদসটো টংলা চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰি বিভিন্ন শ্লোগানেৰে চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে।

Apply Now

ওদালগুৰি আছুৰ উদ্যোগত গ্ৰহণ কৰা প্ৰতিবাদী সমদলটোত আবছু, আক্ৰাছু, আৰছু, আগছু, আছা আদি সংগঠনৰ নেতা-কৰ্মীৰ লগতে সদস্যসকলে অংশগ্ৰহণ কৰে।

প্ৰতিবাদী কাৰ্যসূচীত আছুৰ সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্যই প্ৰতিবাদকাৰীক সম্বোধন কৰি অসমীয়া জাতীয় জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা নাগৰিকত্ব বিধেয়কখন অতি শীঘ্ৰে বাতিল কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দাবী জনায়।

তেওঁ লগতে কয় যে হিন্দুৱে হওক বা মুছলমানেই হওক অসমত ধৰ্মৰ নামত কোনো লোককে এই বিধেয়কখনৰ জৰিয়তে সংস্থাপন দিব নোৱাৰে।

ছাত্ৰ নেতাগৰাকীয়ে লগতে কয় যে অসম ইতিমধ্যে বহুতো বংলাদেশী লোকৰ বোজা বহন কৰি আছে। আৰু এতিয়া অসম চুক্তিৰ ভিত্তিত ১৯৭১ ৰ ২৫ মাৰ্চৰ পাছত অহা কোনো লোককে অসমত সংস্থাপন দিয়া নহ’ব।

আনহাতে ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক চফিকুল হকেও এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰি কোনো কাৰণতেই এই জাতি ধ্বংসী বিধেয়কখন মানি লোৱা নহ’ব বুলি চৰকাৰক সকীয়াই দিয়ে।

দহ হেজাৰৰো অধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা কাৰ্যসূচীত আবছুৰ উপ সভাপতি দীপেন বড়োৱে এই বিধেয়কখনৰ বিৰোধিতা কৰি অসমীয়া ভাষা, জাতি সুৰক্ষাৰ স্বাৰ্থত কোনো ধৰণৰ আপোচ কৰা নহ’ব বুলি মন্তব্য কৰে।

আবছুৰ উপ সভাপতিগৰাকীয়ে জাতি মাটি ভেটি সুৰক্ষাৰ নামত গঠন কৰা বিজেপি চৰকাৰে জাতিটোক সংকটৰ গৰাহত ঠেলি দিয়া এই বিধেয়কখনৰ প্ৰসংগত কিয় নিমাত বুলি প্ৰশ্নও উত্তাপন কৰা দেখা যায়।

ইফালে অসমৰ দল-সংগঠনে এই বিধেয়কৰ বিৰোধিতা কৰি থকাৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে এটা ৰাষ্ট্ৰীয় বৈদ্যুতিক সংবাদ মাধ্যমৰ জৰিয়তে এই বিধেয়কখনক সমৰ্থন কৰা কাৰ্যই অসমীয়া জাতিক ভেঙুচালি কৰা বুলিও প্ৰতিবাদকাৰীসকলে মন্তব্য কৰে।

আছুৰ উদ্যোগত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীটোত উপস্থিত থকা বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি সকলেও এই বিধেয়কখনৰ বিৰোধিতা কৰি ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়।

চাজিদ খান

চাজিদ খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am
পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

August 25, 2026 10:59 am
কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

পৰিবেশ হওক আমাৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু

August 25, 2026 11:57 am
পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd