• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাঁহ শিল্পৰ উত্তৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰিব সুকীয়া আঁচনি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2018 7:50 am
Sarbanada Sonowal

মুখ্য মন্ত্ৰীৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্থেবাৰীৰ পাঁচখেল গঞা গয়ৰহৰ উদ্যোগত ইয়াৰ ঐতিহ্যমণ্ডিত সভাখোলাত অনুষ্ঠিত এখন সম্বৰ্দ্ধনা সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে গ্ৰাম্য অৰ্থনীতি, গ্ৰাম্য সংস্কৃতি আৰু আধ্যাত্মিকতাৰ সৈতে নিবিড় সম্পৰ্ক থকা কাঁহ শিল্পক এক শক্তিশালী ৰূপত গঢ় দিয়াৰ উদ্দেশ্য ৰাজ্য চৰকাৰে বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি এক সুকীয়া আঁচনি গ্ৰহণৰ ব্যৱস্থা কৰিছে।

সৰ্থেবাৰীৰ ঐতিহ্য-সংস্কৃতিৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,’‘শিল্প কলা আৰু আধ্যাত্মিকতাৰ স্থান সৰ্থেবাৰীয়ে অসমৰ সাহিত্য সংস্কৃতি আৰু জাতীয় জীৱনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। শক্তিশালী শিল্প কলাক সৰ্থেবাৰীয়ে উজলাই তোলাই নহয়, অসমীয়া জাতিৰ গৌৰৱ বৃদ্ধি কৰিছে আৰু বিশ্বৰ বুকুত অসমৰ ঐতিহ্য প্ৰতিফলিত কৰিছে।‘’

Apply Now

শংকৰদেৱকে আদি কৰি গুৰুসকলে সত্ৰ প্ৰতিষ্ঠা কৰি সাংস্কৃতিক আৰু আধ্যাত্মিক বাতাবৰণ সৃষ্টি কৰিছিল আৰু তাৰ ভেটিতে অসমৰ সমাজ জীৱন পৰিচালিত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গুৰুসকলৰ আদৰ্শেৰে সমাজৰ পৰা অন্ধবিশ্বাস, দুস্কৃতি আঁতৰ কৰাৰ বাবে সমাজত ভাল মানুহৰ সৃষ্টি কৰিব লাগিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সু-শাসন ব্যৱস্থাৰ বাবে ভাল মানুহৰ প্ৰয়োজন। সমাজখন নিয়মানুৱৰ্তী, শৃংখলাবদ্ধ আৰু পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত প্ৰতিজন মানুহ দায়বদ্ধ হ’লেহে প্ৰকৃতাৰ্থত ৰাজ্যখনত পৰিৱৰ্তন হ’ব।

সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বিশিষ্ট অতিথি হিচাপে ভাষণ দি সৰ্থেবাৰীৰ ঐতিহ্য সংস্কৃতিৰ ওপৰত ব্যাখ্যা দাঙি ধৰি কয় যে এই অঞ্চলত মাধৱদেৱ স্থাপিত গোমূৰা পূবৰ সত্ৰ, গদ্য সাহিত্যৰ জনক ভট্টদেৱ স্থাপিত ব্যাসকুছি সত্ৰ আৰু মনোহৰদেৱ স্থাপিত বৰকাপলা সত্ৰ, কৃষ্ণগুৰু সেৱাশ্ৰমকে ধৰি অনেক সত্ৰ, থান আছে।

কাঁহ শিল্প, পিতল শিল্প, মৃৎ শিল্পৰে গৌৰৱান্বিত এই ঠাইৰ কাপলা বিলকে ধৰি জলাশয়সমূহ মাছ-পুঠিৰ বাবে বাবেও প্ৰখ্যাত বুলি উল্লেখ কৰে সভাপতি গৰাকীয়ে। তেওঁ কয় যে মুখ্যমন্ত্ৰী সোণোৱালে সত্ৰসমূহৰ সংৰক্ষণ, বেদখল উচ্ছেদ, মেধাৰ আধাৰত এপিএছচিকে ধৰি সকলো চৰকাৰী বিভাগতে নিযুক্তিকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

মুখ্যমন্ত্ৰীয়ে আজিৰ সভাতে সৰ্থেবাৰীৰ সভাখোলাৰ চৌপাশৰ পকীবেৰ নিৰ্মাণৰ বাবে ২৫ লাখ টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd