• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰ্বি আংলং কাণ্ডৰ প্ৰতিবাদত কলিয়াবৰত বিভিন্ন দল-সংগঠনৰ মৌন সমদল

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
June 11, 2018 5:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
কাৰ্বি আংলঙৰ ডকমকাৰ হত্যাকাণ্ডৰ দোষীৰ উচিত শাস্তি বিচাৰি ৰাজ্যৰ বিভিন্ন স্থানত দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আৰু ইয়াৰ সমান্তৰালভাৱে আজি বিয়লি কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্র একতা সভা, কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী আৰু কলিয়াবৰৰ যুৱক-যুৱতী আৰু কলিয়াবৰৰ বিভিন্ন জাতি-জনজাতি আৰু কলিয়াবৰবাসী ৰাইজৰ সৌজন্যত এক মৌন সমদল কলিয়াবৰ মহাবিদ্যালয় আৰু কলিয়াবৰ তিনিআলিৰ পৰা কলিয়াবৰ মহকুমালৈ বাহিৰ কৰা হয়।
এই মৌন সমদলটোত অংশ গ্ৰহণ কৰা শতাধিক লোকে ‘আমাক শান্তিৰ অসম লাগে, এই যে সময় সমন্বয়ৰ সেতু গঢ়া, কাৰ্বি আংলং আৰক্ষী অধীক্ষক আৰু ডকমকা থানাৰ আৰক্ষী বিষয়াক বৰ্খাস্ত কৰক, সময়ে কৈছে অসমীয়া এক হোৱাৰ, পাহাৰ ভৈয়ামৰ সম্প্ৰীতি কুশলে ৰাখো আহক’ আদি বহুতো প্লে কাৰ্ড হাতে হাতে লৈ এক সুস্থিৰ বাতাবৰণ সৃষ্টিৰ কামনাৰে এই মৌন সমদল বাহিৰ কৰে।
আনহাতে এই মৌন সমদলৰ অন্তত সমদলকাৰী সকলে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
প্ৰাপ্ত তথ্য মতে স্মাৰকপত্ৰত তেওঁলোকে অভিজিৎ আৰু নিলোৎপলৰ হত্যাকাৰীক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি দোষীক মৃত্যুদণ্ড দিয়া, কাৰ্বি আংলং জিলাৰ উপায়ুক্ত, কাৰ্বি আংলঙৰ আৰক্ষী আৰু কৰ্তব্যত গাফিলতি কৰা আৰক্ষীক বিচাৰ কৰি উপযুক্ত শাস্তি বিহাৰ লগতে যি দুখৰ ঠাইত নিৰীহ দুই যুৱকে প্ৰাণ বিসৰ্জন দিব লগা হ’ল সেই ঠাইত  চৰকাৰে এক শ্বহীদ বেদী স্থাপন কৰি দুয়োজন যুৱকক জাতীয় শ্বহীদ ঘোষণা কৰাৰ দাবী সন্নিবিষ্ট কৰে।
আনহাতে মহকুমাধিপতিৰ অনুপস্থিতিত আন এগৰাকী মহকুমা প্ৰশাসনিক বিষয়াই স্মাৰকপত্ৰ গ্ৰহণ কৰি এখন সুন্দৰ সমাজ গঢ়াত সকলোৰে সহায়-সহযোগিতা কামনা কৰে।
তাৰোপৰি মহকুমা প্ৰশাসনিক বিষয়া গৰাকীয়ে সকলোকে কোনো কাৰণতে আইন হাতত তুলি নল’বলৈ আহ্বান জনাই যিকোনো ধৰণৰ উৰা বাতৰিকো প্ৰশ্চয় নিদিবলৈ অনুৰোধ জনায়।
আনহাতে তেওঁ ৰাইজক সজাক কৰাৰ উদ্দেশ্যে কলিয়াবৰ মহকুমা প্ৰশাসনে কলিয়াবৰৰ বিভিন্ন ঠাইত সজাগতা সভা অনুষ্ঠিত কৰিব বুলিও জানিবলৈ দিয়ে।
Apply Now
ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd