• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষক নেতা অখিল গগৈয়ে অৰ্কিড পাৰ্কৰ নামত চলাই আছে ব্যাপক দুৰ্নীতি : দুলাল বৰা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 19, 2018 9:18 pm
DulalBora

দুলাল বৰাৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি পুনৰ দিচপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল আয়োজন কৰি আৰ টি আই কৰ্মী দুলাল বৰাই অখিলক গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ লগতে কৃষক নেতাজনক কটাক্ষ কৰে।

“অখিল গগৈয়ে অৰ্কিড পাৰ্ক মুকলি কৰি তাত ব্যাপক ৰূপত দুৰ্নীতি কৰি আছে। তেওঁ কেইজনমান ভুৱা ব্যক্তিৰ নাম দেখুৱাই চৰকাৰী মাটিতে এই উদ্যানখন নিৰ্মাণ কৰিছে। লগতে সেই সময়ত কৃষি বিভাগৰ পৰা ফাণ্ড ডাইভাৰ্ট কৰি এই উদ্যানখন নিৰ্মাণ কৰিছিল।”  আজিৰ সংবাদমেলত এইদৰে কয় দুলাল বৰাই।

Apply Now

আনহাতে বৰপেটাৰ উদ্যানৰ পৰা অৰ্কিড উদ্যানৰ বাবে প্ৰয়োজনীয় একো সামগ্ৰী ক্ৰয় কৰা নাই বুলি মন্তব্য কৰি তেওঁ কয় “মোক উদ্যানৰ স্বত্বাধিকাৰীয়ে নিজে ফোনযোগে অৰ্কিড পাৰ্কৰ ৫০ হাজাৰ টকাৰো সামগ্ৰী ক্ৰয় কৰা নাই বুলি কৈছে।”

 

আনহাতে সেই স্বত্বাধিকাৰীগৰাকীয়ে অখিল গগৈক ভয় কৰি তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা নাই বুলি মন্তব্য কৰে।

বৰাই কয়, “স্বত্বাধিকাৰীগৰাকীয়ে মোক জনোৱা অনুসৰি গোচৰ ৰুজু কৰিলেই কৃষক নেতাগৰাকীয়ে তেওঁৰ নাৰ্ছাৰিৰ সন্মুখত এগালমান কৃষক মুক্তিৰ সদস্য আনি ধৰ্ণা দিব।’’

তদুপৰি দুলাল বৰাই বোকাখাত থানাত অখিল গগৈৰ বিৰুদ্ধে ১২৬/১৮ নম্বৰ গোচৰ ৰুজু কৰা বুলিও সদৰী কৰে।

লক্ষণীয় যে আৰ টি আই কৰ্মী দুলাল বৰাই তথ্য প্ৰদৰ্শন কৰি কয়, “ৰকিবুল হুছেইন কৃষি বিভাগৰ মন্ত্ৰী হৈ থকা সময়তে উদ্যানশস্য বিভাগৰ পৰা ২৫ লাখ টকা ৫০ শতাংশ ৰাজ সাহায্যত ঋণ লৈছিল। কৃষক নেতা গৰাকীয়ে চক্ৰান্তমূলকভাবে চৰকাৰী ভূমি কোনো ব্যক্তিৰ নামত দেখুৱাই এই উদ্যান চলাই নিছে।”

তেওঁৰ মতে ” মই আজি প্ৰত্যাহ্বান জনাইছো ভণ্ড কৃষক নেতাজনে কৃষকৰ মংগলকামী কি কাম কৰিছে তেওঁ মোক দেখুৱাই দিয়ক।”

তাৎপৰ্যপূৰ্ণ যে তেওঁ পূৰ্বে ৰকিবুল হুছেইনৰ পৰা ৫ কোটি টকা লোৱা বুলি কোৱা মন্তব্যৰ বিপৰীতে কয়, “তথ্য অনুসৰি ৫ কোটিতকৈ বেছি ধন ৰকিবুল হুছেইনৰ কৃষি বিভাগৰ পৰা ফাণ্ড ডাইভাৰ্ট কৰি আনি অৰ্কিড উদ্যান মুকলিৰ নামত দিয়া হৈছিল।”

ইয়াৰোপৰি তেওঁ অৰ্কিড উদ্যানখন উচ্ছেদ কৰি সেই মাটি ভূমিহীন কৃষক সকলক প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনোৱাৰ লগতে অখিলৰ বিৰুদ্ধে ৰুজু কৰা ৫টা গোচৰৰ উচিত তদন্তৰ দাবী জনায়।

উল্লেখযোগ্য যে দুলাল বৰাই পূৰ্বতে অৰ্কিড উদ্যানৰ বিৰুদ্ধে অনা অভিযোগ মিছা বুলি কৃষক নেতা অখিল গগৈয়ে দাবী কৰাৰ লগতে সেই ভূমি বোকাখাতৰ ৰাইজৰ দান বুলিহে সদৰী কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

July 2, 2026 12:57 pm
ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

July 2, 2026 12:32 pm
সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

July 2, 2026 12:01 pm
ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

July 2, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

ছিকিমত প্ৰথমবাৰৰ বাবে কেমেৰাত বন্দী হ’ল বিৰল প্ৰজাতিৰ মেকুৰী ‘ইউৰেচিয়ান লিংকছ’

July 2, 2026 12:57 pm
ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ ওপৰত ৫,০০০ কোটি টকাৰ বোজা! কেন্দ্ৰৰ নতুন গ্ৰাম্য নিয়োগ আঁচনিৰ বিৰোধিতা তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ

July 2, 2026 12:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd