• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষি-উদ্যান শস্য প্ৰদৰ্শনী মেলাই অসমৰ ব্যৱসায় বৃদ্ধি কৰিব

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
January 4, 2018 7:37 pm
কৃষি-উদ্যান শস্য মেলা

ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া কৃষি-উদ্যান শস্য মেলা সম্পৰ্কে সংবাদ মেলত ব্যক্ত কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰৰ পৰা ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত আৰম্ভ হ’বলগীয়া কৃষি-উদ্যান শস্য প্ৰদৰ্শনী মেলাৰ চতুৰ্থ সংস্কৰণটোৱে অসমৰ কৃষি খণ্ডৰ ববাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰিছে ৰাজ্যখনৰ কৃষিমন্ত্ৰী অতুল বৰাই। শুকুৰবাৰে ৰাতিপুৱা ১১ বজাত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনহাতে, অহা ৮ জানুৱাৰিৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকিব অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু।

প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত আয়োজন কৰা এই প্ৰদৰ্শনী মেলাখন যোৱা বছৰ গুৱাহাটীত অনুষ্ঠিত হৈছিল। ‘’ অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলাই অসমৰ কৃষি, উদ্যান শস্য, খাদ্য সংসাধনকে ধৰি ইয়াৰ লগত সংশ্লিষ্ট খণ্ডক উদগণি যোগাব। কৃষিজাত সামগ্ৰীৰ মেলা তথা প্ৰদৰ্শনীৰ লগতে এই মেলাত আলোচনা চক্ৰ, নেটৱৰ্কৰ সমাৱেশ, পুষ্পসজ্জা, কৃষক সমাৱেশ আৰু অন্যান্য জাকজমকতাপূৰ্ণ অনুষ্ঠান থাকিব,’’- এখন সংবাদ মেলত কংষিমন্ত্ৰী অতুল বৰাই এই কথা প্ৰকাশ কৰিছে। তেওঁ জনায় যে এই অনুষ্ঠানত বহু বিদেশী ৰাষ্ট্ৰয়ো অংশ গ্ৰহণ কৰিব।

Apply Now

‘’কৃষি প্ৰযুক্তি সম্পৰ্কে  বহু কথা জানিব পৰাকৈ কৃষকৰ বাবে এইখন হ’ব এখন বিশাল মঞ্চ,’’-তেওঁ কয়। তেওঁ লগতে জনায় যে অসম কৃষিখণ্ডত পিছ পৰি আছে কিন্তু এই মেলাই অসমৰ কৃষকসকলক বহু কথা জনাৰ আৰু কৃষি পদ্ধতি উন্নীত কৰাৰ বাবে সহায় কৰিব।

এই প্ৰদৰ্শনী মেলাখন আয়োজন কৰিছে অসম কৃষি বিশ্ববিদ্যালয়, নাবাৰ্ড আৰু ইণ্ডিয়ান চেম্বাৰ অপ কমাৰ্ছৰ সহযোগত ৰাজ্যৰ কৃষি আৰু উদ্যান শস্য তথা খাদ্য সংসাধন বিভাগে।

‘’ দেশৰ বিভিন্ন অংশৰ ২০০ খনতকৈয়ো অধিক বিপনীয়ে মেলাত অংশ গ্ৰহণ কৰিব। এই মেলাই আমাৰ স্থানীয় কৃষকসকলক কৃষি প্ৰযুক্তি সম্পৰ্কে শিকাৰ সুযোগ আগবঢ়াব। মেলাৰ প্ৰতিটো দিনতে আলোচনাৰ অনুষ্ঠান থাকিব। এইটোৱে স্থানীয় কৃষকসকলক উপকৃত কৰিব। আমাৰ এই মেলাৰ মুখ্য লক্ষ্য হৈছে আমাৰ ব্যৱসায় বৃদ্ধি কৰা আৰু স্থানীয় কৃষকক সহায় কৰা,’’-মন্ত্ৰী বৰাই জানিবলৈ দিয়ে।

তেওঁ জনায় যে থাইলেণ্ড, নেপাল, টাইৱান, বাংলাদেশ, ইটালী, চুইডেন, ভূটান, ম্যানমাৰ আৰু নেদাৰলেণ্ডৰ দৰে দেশে মেলাত অংশগ্ৰহণ কৰিব।

‘’উজনি অসমৰ লোকসকল নামনি অসমৰ তুলনাত কৃষি কৰ্মত কম জড়িত আৰু এই মেলাই তেওঁলোকক কৃষিৰ প্ৰতি উদগণি দিব। আমি মেলাত কৃষকৰ বাবে কৃষক প্ৰশিক্ষণৰ আয়োজন কৰিম আৰু আঁচনিসমূহ সম্পৰ্কত কৃষকৰ মাজত থকা সন্দেহ ই দূৰ কৰিব। এই প্ৰদৰ্শনীত বিশেষ গ্ৰীন হাউছ আৰু লেণ্ডস্কেপ প্ৰযুক্তিৰ বৈশিষ্ট্যসমূহ দাঙি ধৰা হ’ব,’’-কৃষিমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।

 

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সৰ্বাঙ্গীন উন্নয়নৰ লক্ষ্যৰে জিলাসমূহৰ বাবে নতুন অভিভাৱক মন্ত্ৰীৰ দায়িত্ব ঘোষণা মুখ্যমন্ত্ৰীৰ

June 7, 2026 4:32 pm
ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

ৰন্ধন গেছৰ মূল্য বৃদ্ধি: ১২ বছৰত ৫৩০ টকাৰ লুণ্ঠনৰ অভিযোগ তুলি মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ মল্লিকাৰ্জুন খাৰ্গে

June 7, 2026 3:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

অংগনৱাড়ীৰ খাদ্যত ওলাল মৃত সাপ! গৰ্ভৱতী মহিলালৈ যোগান ধৰা পেকেটক লৈ তীব্ৰ চাঞ্চল্য

June 7, 2026 5:40 pm
ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

ইণ্ডি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পূৰ্বে বাঢ়িছে খৰিয়াল, চিপিআইএম আৰু ডিএমকে-ৰ মাজত তীব্ৰ অসন্তুষ্টি

June 7, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd