• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষি উন্নয়ন বিষয়াৰ নিযুক্তিৰ কেলেংকাৰিত পুনৰ গ্ৰেপ্তাৰ লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য বসন্ত দলে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2018 1:40 pm
Guwahati- Basanta Doley produce court (2)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰবাৰ গ্রেপ্তাৰ কৰা হৈছে অসম লোকসেৱা আয়োগৰ প্রাক্তন সদস্য বসন্ত কুমাৰ দলেক৷ আয়োগৰ জৰিয়তে এ চি এছ, এ পি এছ আৰু সহযোগী সেৱাৰ চাকৰিৰ নিযুক্তিত ব্যাপক ধনৰ লেনদেন কৰাৰ অভিযোগত পূর্বে গ্রেপ্তাৰ হোৱা বসন্ত দলেক বৃহস্পতিবাৰে কৃষি উন্নয়ন বিষয়াৰ নিযুক্তিৰ সময়তো ধনৰ লেনদেন কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰে৷

উল্লেখ্য যে ৰাকেশ পালৰ কার্যকালত কৃষি বিভাগত নিযুক্তি দিয়া ২৭জন কৃষি উন্নয়ন বিষয়াৰ নিযুক্তিত এই অনিয়মৰ অভিযোগ আছে৷ বিদ্যুৎ বিকাশ দাস নামৰ এজন প্রার্থীক উক্ত সময়ত চাকৰি দিয়াৰ বাবে ৰাকেশ পাল বাহিনীয়ে ১৫ লাখ টকা দাবী কৰা বুলি ভঙাগড় আৰক্ষী থানাত ৰাকেশ পাল আৰু ভূমি সংৰক্ষণ বিভাগৰ কনিষ্ঠ অভিযন্তা মফিদুল ইছলামৰ নাম উল্লেখ কৰি এক গোচৰ দিছিল৷ আৰু এই গোচৰ সংক্রান্তত তেতিয়াৰ আয়োগৰ সদস্য বসন্ত দলেক আৰক্ষীয়ে তলব কৰিছিল৷ কালি দিছপুৰ আৰক্ষী থানাত হাজিৰ হোৱা বসন্ত দলেক আৰক্ষীয়ে কেইবা ঘণ্টাজুৰি মাৰাথন জেৰা কৰে।

Apply Now

ইফালে জেৰাৰ অন্তত সন্ধিয়া দলেক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। লক্ষ্যণীয় যে ২০১৪ চনত লিখিত আৰু ২০১৫ চনত মৌখিক পৰীক্ষা অনুষ্ঠিত হোৱা পাছত নিযুক্তি দিয়া হৈছিল ২৭জন কৃষি উন্নয়ন বিষয়া৷

এই গোচৰৰ তদন্তৰ সময়ত আৰক্ষীয়ে প্রার্থীসকলৰ উত্তৰবহী জব্দ কৰি ফৰেনছিক বিজ্ঞানাগাৰলৈ প্রেৰণ কৰিছিল৷ উত্তৰবহীত নম্বৰ সালসলনি কৰাৰ স্পষ্ট প্রমাণ লাভ কৰে৷ যিসকল প্রার্থীয়ে কৃষি উন্নয়ন বিষয়াৰ পদত নিযুক্তি লাভ কৰিছিল তেওঁলোকৰ উত্তৰবহীত নম্বৰ বৃদ্ধিৰো প্রমাণ লাভ কৰাৰ লগতে নম্বৰ দিয়া লোকৰ হস্তাক্ষৰ একাধিক থকাৰ কথাও স্পষ্ট হয়৷

পাছত আৰক্ষীয়ে আয়োগৰ তিনিওজন অধ্যক্ষ-সদস্য ৰাকেশ পাল, বসন্ত কুমাৰ দলে আৰু ছামেদুৰ ৰহমানৰ হস্তাক্ষৰৰ নমুনা ফৰেনছিক বিজ্ঞানাগাৰলৈ প্রেৰণ কৰে৷ ফৰেনছিক বিজ্ঞানাগাৰৰ পৰীক্ষাত উত্তৰবহীত বসন্ত দলে আৰু ছামেদুৰ ৰহমানে প্রার্থীসকলৰ নম্বৰ বৃদ্ধি কৰাৰ কথা প্রমাণ হয়৷ তাৰ পাছতে আৰক্ষীয়ে তেওঁলোকক জেৰাৰ বাবে তলব কৰিছিল৷

আনহাতে এই গোচৰত ছামেদুৰ ৰহমানকো শীঘ্রে গ্রেপ্তাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। তাৰোপৰি বক্র পথেৰে চাকৰি লোৱা ২৭ গৰাকী কৃষি উন্নয়ন বিষয়াও শীঘ্রে আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd