• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত শিল্প দক্ষতাক সংৰক্ষণ কৰাৰ চেষ্টা কৰিব

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2018 10:19 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলত থকা পৰম্পৰাগত শিল্প-দক্ষতাবোৰক উপযুক্তভাৱে সংৰক্ষণ আৰু বিকাশ কৰাৰ কথা চিন্তা কৰিছে ড’নাৰ মন্ত্ৰ্যালয়ে। ইয়াৰ বাবে এক অভিলাষী আঁচনি লৈছে বুলি বিভাগটোৰ এটা সূত্ৰই জানিবলৈ দিছে। অঞ্চলটোৰ পৰম্পৰাগত শিল্পকৰ্মসমূহক জীয়াই ৰাখিবলৈ বিভাগটোৱে ইয়াৰ চৰকাৰবোৰ আৰু আন আন সংস্থাবোৰৰ সহায় ল’ব।

লগতে মন্ত্ৰ্যালয়টোৱে পৰম্পৰাগত তাঁতশিল্প আৰু হস্তশিল্পকো সংৰক্ষণ তথা সুৰক্ষা প্ৰদান কৰিব। এই উদ্দেশ্যে অহা মাৰ্চৰ ভিতৰত প্ৰায় ৮১৫৩ জন প্ৰাৰ্থীক প্ৰশিক্ষণ দিবৰ বাবে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰ্যালয়লৈ (MSDE)  ২৫ কোটি টকাৰ অনুমোদন আগ বঢ়োৱা হৈছে। ইয়াৰ ভিতৰত বাঁহশিল্প, হস্তশিল্প, তাঁতশিল্প আছে।

Apply Now

‘উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰ্যালয়ে ইয়াৰ বিভিন্ন সংস্থাবোৰৰ মাজেৰে পৰম্পৰাগত হস্ততাঁত আৰু হস্তশিল্পৰ সংৰক্ষণ আৰু বিকাশক সমৰ্থন আগ বঢ়াব।’ মন্ত্ৰ্যালয়ৰ সূত্ৰই এইদৰে কয়।

উত্তৰ-পূৰ্বাঞ্চল পৰিষদেও (NEC) কিছুমান ৰাজ্যৰ চৰকাৰ আৰু এজেন্সিক পৰম্পৰাগত উদ্যোগ শিল্পবোৰক সংৰক্ষণ আৰু বিকাশ কৰাৰ বাবে প্ৰয়োজনীয় সমৰ্থন আগ বঢ়াই আহিছে। মন্ত্ৰ্যালয়টোৱে এই ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল হস্তশিল্প আৰু হস্ততাঁত বিকাশ নিগম লিমিটেডক (NEHHDC)  সমৰ্থন আগ বঢ়াই আহিছে।

সম্প্ৰতি দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমৰ জৰিয়তে সক্ষমতা নিৰ্মাণ আঁচনি (Capacity Building Scheme) কাৰ্য্যকৰী আছে। এই আঁচনিখনৰ মূল লক্ষ্য হ’ল দক্ষতা বিকাশৰ বাবে পুঁজিৰ যোগান ধৰা, নিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰা আৰু স্ব নিয়োজন তথা উদ্যমিতাক উৎসাহ যোগোৱা।

লগতে ড’নাৰ মন্ত্ৰ্যালয়ে North Eastern Community Resource Management Project (NERCORMP) আৰু North Eastern Rural Livelihood Project (NERLP) নামৰ প্ৰকল্পৰ জৰিয়তে জীৱিকাৰ ক্ষেত্ৰবোৰত কাম কৰি থকা বিভিন্ন মন্ত্ৰ্যালয়বোৰক সহযোগ কৰি আহিছে।

সূত্ৰটোৱে জনোৱা মতে NERCORMP –এ জানুৱাৰি ১ তাৰিখ পৰ্য্যন্ত ১০খন জিলাৰ ২০৪১ গাৱঁৰ ৮৯৪৪৯ টা পৰিয়ালক সামৰি লৈছে। আনহাতে NERLP-এ ১১ জিলাৰ ১৬৪৫ গাৱঁক সামৰি লৈছে। মন্ত্ৰ্যালয়টোৰ NERLP প্ৰকল্পটোৰ জৰিয়তে ৯ হাজাৰ আত্মসহায়ক গোটৰ সদস্যক বৃত্তিমূলক প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰে ৪৬০০ জনে কাম পাইছে আৰু ২ হাজাৰ জনে নিজৰ কামৰ মাজেৰে সংস্থাপিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

চীনৰ ‘ছেডো নেটৱৰ্ক’ত ভাৰত! আমেৰিকাৰ প্ৰতিবেদনত নতুন দিল্লীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ

August 14, 2026 10:50 am
কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

কাজিৰঙা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ বিৰুদ্ধে সকীয়ালে পৰিৱেশবিদ যাদৱ পায়েঙে

August 14, 2026 9:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm
অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

অৰুণাচলৰ চাংলাঙৰ আছাম ৰাইফলছৰ চকীত উগ্ৰপন্থীৰ আক্ৰমণ; তালাচী অভিযান অব্যাহত

August 14, 2026 11:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd