• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত নৈত গা ধুবলৈ গৈ দুগৰাকী কন্যা শিশুৰ কৰুণ মৃত্যু

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
June 24, 2018 9:16 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ চাৰিওফালে বানপানীয়ে তাণ্ডৱ চলোৱাৰ সময়তে কোকৰাঝাৰ জিলাৰ দোতমা আৰক্ষী থানাৰ অন্তৰ্গত মাউৰিয়াগাঁৱত এক শোকাৱহ ঘটনা সংঘটিত হয়।

উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ দোতমা আৰক্ষী থানাৰ অন্তৰ্গত মাউৰিয়াগঁৱৰ গণকান্ত ব্ৰহ্মৰ কন্যা কবিতা ৰাণী ব্ৰহ্ম(৮) আৰু বিনয় মুছাহাৰীৰ কন্যা পামী মুছাহাৰী(৯) য়ে শনিবাৰে ঘৰৰ সমীপৰে লংগা নৈত গা ধুবলৈ গৈ নিৰুদ্দেশ হয়।

Apply Now

ফলত বহু সময় ধৰি শিশু দুটি ঘৰলৈ উভতি নহাত দুয়োটা পৰিয়ালৰ লোকে শিশু দুটিক বিচাৰ-খোচাৰ কৰে। কিন্তু নৈৰ পাৰত শিশু দুটিৰ কাপোৰ কানিৰ উদ্ধাৰ কৰাৰ বাহিৰে শিশু দুটিৰ কোনো শুংসূত্ৰ লাভ নকৰিলে। উপায়হীন হৈ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে।

আনহাতে আৰক্ষীয়ে লগে লগে নিশাই স্থানীয় লোকৰ সহায়ত শিশু দুটিৰ উদ্ধাৰৰ অভিযান চলোৱাৰ লগতে এনডিআৰএফ আৰু এচডিআৰএফক ঘটনা সন্দৰ্ভত অৱগত হৈ আজি পুৱাৰে পৰা অভিযান চলায়। কিন্তু শিশু দুটিক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।

ইফালে ঘটনাস্থলীৰ পৰা প্ৰায় ৩০ কি. মি. নিলগৰ তথা ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অধীনৰ আটানীত কবিতা ৰাণী ব্ৰহ্মৰ মৃতদেহ এজন মাছমৰীয়াই উদ্ধাৰ কৰে। পিছত আৰক্ষীৰ সহযোগত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে শিশুটিৰ মৃতদেহ পৰিয়ালৰ লোকে চিনাক্ত কৰে।

উল্লেখযোগ্য যে ঘটনাৰ বিষয়ত অৱগত হৈ কোকৰাঝাৰ পশ্চিম সমষ্টিৰ বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী ঘটনাস্থলীত উপস্থিত হৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে নিহতৰ পৰিয়ালবৰ্গক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে।

আনহাতে আনগৰাকী শিশুক বৰ্তমানলৈকে উদ্ধাৰ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে আৰু এনডিআৰএফ আৰু এচডিআৰএফে শিশু গৰাকী উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm
বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

September 20, 2026 5:23 pm
এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰৰ চমক! দলীয় শাখাৰ পাছত এইবাৰ ব্যক্তিগত শাখাতো ৰূপ জিনিলে ইলাভেনিলে

এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰৰ চমক! দলীয় শাখাৰ পাছত এইবাৰ ব্যক্তিগত শাখাতো ৰূপ জিনিলে ইলাভেনিলে

September 20, 2026 4:16 pm
ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

September 20, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm
বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

September 20, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd