• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কয়লাৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে অভিযান

এন ই নাও, শিৱসাগৰ : by এন ই নাও, শিৱসাগৰ :
November 24, 2017 10:48 am
জব্দ কৰা ট্ৰাককেইখন।

জব্দ কৰা ট্ৰাককেইখন।

190
VIEWS
Share on FacebookShare on Twitter

কয়লাৰ অবৈধভাৱে কৰা সৰবৰাহৰ আৰু অতিৰিক্ত বোজাই কৰা কয়লাভৰ্তি গাড়ীৰ বিৰুদ্ধে বুধবাৰে নিশা বিহুবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনিল কুমাৰ বৰুৱাৰ নেতৃত্বত চলা অভিযানত চাৰিখনকৈ ট্ৰাক জব্দ কৰা হয়। শিৱসাগৰ জিলাৰ উপায়ুক্তৰ নিৰ্দেশত এই অভিযান চলোৱা হৈছিল বুলি জানিব পৰা গৈছে। জব্দ কৰা ট্ৰাককেইখনত অনুমোদিত পৰিমাণৰ ওপৰঞ্চি কয়লা সৰবৰাহ কৰাৰ লগতে চালানকেইখন ভুৱা আছিল বুলি জনা গৈছে, যিটোক চৰকাৰক ৰাজহ ফাঁকি দিব খোজা বুলি আৰক্ষীৰ সূত্ৰই কয়। নাগালেণ্ডৰ নাগিনীমৰাৰ পৰা এইদৰে অসমৰ মাজেদি দেশৰ বিভিন্ন ঠাইলৈ কয়লাৰ অবৈধ সৰবৰাহ নিয়মীয়াকৈ চলি থাকে বুলি জানিব পৰা গৈছে। এইদৰে অনা কয়লা নাজিৰাৰ বিভিন্ন ঠাইত কাঠফুলাৰ দৰে গঢ় লৈ উঠা কয়লাৰ ডিপোটত মজুত কৰি পিছত সুবিধা অনুসৰি সেইবোৰৰ সৰবৰাহ কৰা হয়। ফলত চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱায়। অভিযানত জব্দ কৰা ট্ৰাককেইখনৰ নম্বৰ হ’ল ক্ৰমে AS 18 A 0943, AS 01 BC 5445, AS 09 C 5614 আৰু AS 01 AC 6247. ট্ৰাককেইখন শিৱসাগৰ জিলা পৰিৱহণ কাৰ্য্যালয়ত নথি-পত্ৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd