• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুলীবিদ্ধ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি মণিপুৰৰ সীমান্ত চহৰ ম’ৰেত তীব্ৰ উত্তেজনা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 4, 2018 11:25 am
Body-found-570x320

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী ভাৰতীয় নাগৰিকৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি শুকুৰবাৰে মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। আৰক্ষীৰ সূত্ৰৰ পৰা এই কথা প্ৰকাশ পাইছে।

আন্ত:ৰাষ্ট্ৰীয় সীমান্তত থকা মণিপুৰৰ ম’ৰে চহৰৰ মুছলিম নগৰৰ ৫নং ৱাৰ্ডৰ ২০ বছৰীয়া মহম্মদ খেৰুদ্দিন নামৰ এগৰাকী ব্যক্তিৰ মৃতদেহ শুকুৰবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰে।

Apply Now

স্থানীয় বাসিন্দাসকলে নিশ্চিত কৰিছে যে মৃত যুৱকজন আছিল এগৰাকী দৈনিক হাজিৰা কৰা লোক। তেওঁ বন্ধুৰ সৈতে যোৱা বুধবাৰে সীমান্ত অঞ্চলেৰে মাছ মাৰিবলৈ গৈছিল।

অৱশ্যে, মৃত ব্যাক্তিগৰাকীৰ বন্ধুগৰাকী নিজৰ ঘৰলৈ উভতি আহিছিল যদিও খেৰুদ্দিন নিৰুদ্দেশ হৈ আছিল।

উল্লেখযোগ্য যে মৃত যুৱকজনৰ জ্যেষ্ঠ ভাতৃগৰাকীয়ো প্ৰায় ডেৰবছৰ আগেয়ে ভাৰত-ম্যানমাৰ সীমান্ত অঞ্চলত মাছ মাৰিবলৈ গৈ নিৰুদ্দেশ হৈছিল। তেওঁৰ কোনো সন্ধান আজিলৈকে পোৱা হোৱা নাই।

মৃতদেহ উদ্ধাৰৰ বাতৰি পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল।

বিষয়াসকলে জানিব দিয়ে যে মৃতদেহটো প’ষ্টমৰ্টেমৰ বাবে ইম্ফললৈ নিয়া হৈছিল। বৰ্তমানলৈকে কোনো উগ্ৰপন্থী সংগঠনে এই হত্যাৰ কথা স্বীকাৰ কৰা নাই।

বৃহস্পতিবাৰৰ পুৱাৰ ভাগত মণিপুৰত অসমৰ এগৰাকী গাড়ী চালকৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হৈছিল।

কেইগৰাকীমান অচিনাক্ত দুৰ্বৃত্তই তেওঁৰ গাড়ীখন ভাৰাত লৈ মণিপুৰৰ এখন গাওঁলৈ লৈ গৈছিল। তেওঁ নিৰুদ্দেশ হৈ আছিল আৰু পিছত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল।

কেইমাহমান আগতে এগৰাকী মহিলা চকীদাৰক ম’ৰেত দিনৰ পোহৰতে গুলীয়াই হত্যা কৰা হৈছিল। আৰক্ষীয়ে হাত্যাকাৰীক আজিলৈকে ধৰিব পৰা নাই।

ইয়াৰ আগেয়ে বৃহস্পতিবাৰে মণিপুৰ আৰক্ষীয়ে অসমৰ পৰা প্ৰৱেশ কৰিবলৈ বিচৰা তিনিগৰাকী ৰহিংগিয়া মহিলা আৰু এগৰাকী অভিযুক্ত মানৱ সৰবৰাহকাৰীক আটক কৰিছিল।

তেওঁলোকে মহিলা কেইগৰাকী অসমৰ পৰা অহা বঙালী বুলি কৈ মণিপুৰৰ জিৰিবাম জিলাত প্ৰৱেশ কৰিব বিচাৰিছিল। অৱশ্যে, আৰক্ষীয়ে কয় যে তেওঁলোকে বাংলা ক’বই নাজানে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

সাগৰত চীনৰ ‘চালামী স্লাইচিং’ নীতি: স্থলভাগত ভাৰতে বাধা দিলে, সাগৰত আমেৰিকাই পাৰিবনে?

June 27, 2026 9:17 pm
‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

‘মই এজন কৃষক’: নিজ মন্ত্ৰালয়ৰ পৰা ১ কোটি টকাৰ ৰাজসাহায্য লোৱা কাৰ্যক সমৰ্থন কেন্দ্ৰীয় মন্ত্ৰীৰ

June 27, 2026 9:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd