• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ছিকিম

গেংটকত ২৩ কোটি টকা ব্যয়েৰে নিৰ্মিত প্ৰথমখন কিষাণ বজাৰ মুকলি

সাগৰ ছেত্ৰী by সাগৰ ছেত্ৰী
April 29, 2018 11:14 pm
KissanBazar

গেংটকত কিষাণ বজাৰ মুকলি কৰি থকা অৱস্থাত ছিকিমৰ কৃষি মন্ত্ৰী।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি এটা আনুষ্ঠানিকতাৰ জৰিয়তে ছিকিমৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ মন্ত্ৰী সোমনাথ পৌদ্যালে গেংটকত ২২.৭৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ৰাজ্যখনৰ প্ৰথমখন কিষাণ বজাৰ মুকলি কৰে।

সাতমহলীয়া এই বজাৰখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মন্ত্ৰীজনে কয় চৰকাৰে কৃষকসকল পোনপটীয়া বজাৰৰ লাভ দিবৰ বাবে আৰু তেওঁলোকক জৈৱিক কৃষিৰ বাবে উৎসাহিত কৰাৰ বাবে এই বজাৰ কেন্দ্ৰটো নিৰ্মাণ কৰিছে। “এই বজাৰখন সেইসকল কৃষকৰ বাবে খোলা আছে, যিসকলে নিজৰ জৈৱিক পদ্ধতিৰে উৎপাদিত কৃষিজাত সামগ্ৰী আৰু অন্যান্য জৈৱিক সামগ্ৰী বিক্ৰী কৰিব বিচাৰে। আগতে আমাৰ খেতিয়কসকলে লাল বজাৰৰ সৰু ঠাইত নিজৰ সামগ্ৰী বিক্ৰী কৰিছিল। কিন্তু আজিৰ পৰা তেওঁলোকে নিজৰ পাচলিবোৰ বিক্ৰী কৰিবলৈ এডোখৰ ভাল ঠাই পালে। এইটো আমাৰ জৈৱিক সামগ্ৰী অভিযানত এটা ডাঙৰ সংযোজন।” মন্ত্ৰীজনে কয়।

Apply Now

তেওঁ আৰু কয় যে তেওঁৰ বিভাগটোৱে জৈৱিকভাৱে উৎপাদিত সামগ্ৰী পোনপটীয়াকৈ বজাৰত বিক্ৰীৰ সুযোগ দি খেতিয়কসকলক তেওঁলোকৰ উৎপাদন আৰু আয় দুগুণ কৰাৰ বাবে উৎসাহিত কৰাৰ কথা ভাবি আহিছিল।

“মই নিশ্চিত যে এতিয়া ছিকিমৰ খেতিয়কে এই পোনপটীয়া বজাৰ ব্যৱস্থাৰ জৰিয়তে তেওঁলোকৰ জৈৱিক কৃষি সামগ্ৰীৰ বাবে উত্তম দাম পাবলৈ সক্ষম হ’ব। এইটোৱে তেওঁলোকক তেওঁলোকৰ উৎপাদন বৃদ্ধি কৰিবলৈ উৎসাহিত কৰিব।” মন্ত্ৰীজনে কয়।

আনহাতে আজিৰ উদ্বোধনৰ দিনটোতে বিভিন্ন ঠাইৰ পৰা তেওঁলোকৰ সামগ্ৰী বিক্ৰীৰ বাবে অহা কৃষকসকলক তেওঁলোকে চৰকাৰলৈ আগ বঢ়োৱা সমৰ্থনৰ বাবে পৌদ্যালে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে অতি সোনকালেই পূব ছিকিমৰ চিংটামত আন এখন এনেকুৱা কিষাণ বজাৰ স্থাপন কৰা হ’ব।

উল্লেখযোগ্য যে আজিৰ উদ্বোধনী দিনটোত নিজৰ সামগ্ৰী বিক্ৰী কৰিবলৈ বিভিন্ন ঠাইৰ পৰা খেতিয়কসকল আহিব পৰাকৈ আৰু তেওঁলোকৰ সামগ্ৰী আনিব পৰাকৈ ২৮ খন গাড়ীৰ ব্যৱস্থা কৰা হৈছিল। খেতিয়কসকলেও এই ব্যৱস্থাটোৰ বাবে চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা দেখা গ’ল।

আজিৰ অনুষ্ঠানটোত নগৰ উন্নয়ন মন্ত্ৰী এন কে সুভা আৰু অন্যান্য বিষয়াসকল উপস্থিত আছিল।

সাগৰ ছেত্ৰী

সাগৰ ছেত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd