• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোপাল বড়ো উঃ মাঃ বিদ্যালয়ৰ কাণ্ড : বিনামূলীয়াকৈ নামভৰ্তি কৰাৰ সলনি ৫০০ টকাকৈ মাচুল প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ পৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2018 4:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষাৰ অধিকাৰ আইন, ২০০৯ ৰ অধীনত ৰাজ্যৰ সকলো শিশুৱেই ১৪ বছৰ বয়স পৰ্য্যন্ত, অৰ্থাৎ অষ্টম শ্ৰেণী পৰ্য্যন্ত সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষা গ্ৰহণৰ সুযোগ পাব লাগে যদিও খোদ মহানগৰীৰ মাজমজিয়াতে চৰকাৰী বিদ্যালয়ে ৫০০-৬০০ টকাকৈ প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বিনিময়ত সংগ্ৰহ কৰি থকাৰ কথা পোহৰলৈ আহিছে।

আজি ছাত্ৰ এজনক নামভৰ্তি কৰাব খোজা অভিভাৱকৰ ৰূপত যোৱা এজন সাংবাদিকে এক অনুসন্ধানমূলক অভিযানত মহানগৰীৰ গণেশগুৰিস্থিত ঐতিহ্যমণ্ডিত গোপালবড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা কেইবা দিনো ধৰি ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে ৫০০ টকাকৈ লৈ থকাৰ কথাটো ধৰা  পেলায়। প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ পৰা ৫০০ টকাকৈ লোৱাৰ লগতে নামভৰ্তিৰ ফৰ্মৰ নামতো ১০০ টকাকৈ লোৱা বুলি স্বয়ং অধ্যক্ষা অৰ্পণা দেৱীয়ে স্বীকাৰ কৰে। এই সন্দৰ্ভত অভিভাৱকসকলৰ মাজতো বেচ অসন্তুষ্টি দেখা যায়। অভিভাৱকসকলে এই বিদ্যালয়খনৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগো উত্থাপন কৰিছে।

Apply Now

অধ্যক্ষাগৰাকীক চৰকাৰে বিনামূলীয়াকৈ নামভৰ্তি কৰোৱাৰ ব্যৱস্থা ৰখাৰ কথা মনত পেলাই দিয়াত ‘চৰকাৰৰ কথা বাদ দিয়ক। চৰকাৰে নিজেই মাননি হিচাপে ল’বলৈ এইটো নিৰ্দেশ দিছে।’ বুলি কয় অধ্যক্ষাগৰাকীয়ে।

আনহাতে টকা লোৱাৰ কাৰণ সোধাত, সৰস্বতী পূজা, পৰীক্ষাৰ খৰচ, বছৰেকীয়া ফাংচন, ছাত্ৰ-ছাত্ৰীক দিব লগীয়া প্ৰতীক (বেজ)ৰ খৰচৰ অজুহাত দেখুৱায়।

তাৎপৰ্য্যপূৰ্ণভাৱে এই ৫০০ টকা লোৱাৰ বিনিময়ত ৰচিদ দিয়া হয় নে নহয় বুলি সোধাত ৰচিদ দিয়া নহয় বুলি কয়।

দাৰিদ্ৰ্য সীমা ৰেখা বা বি পি এল পৰিয়ালে এই ক্ষেত্ৰত ৰেহাই পাব নেকি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত অধ্যক্ষাগৰাকীয়ে কয় যে বিপিএল এপিএল বুলি কোনো কথা নাই।

 

শিক্ষাৰ অধিকাৰ আইন, ২০০৯ ৰ জৰিয়তে দেশৰ সকলো শিশুকেই বাধ্যতামূলক আৰু বিনামূলীয়া শিক্ষা দিয়াৰ চৰকাৰৰ যি মহান পদক্ষেপ, তাক এই ধৰণৰ অনিয়মবোৰে পোনপটীয়াকৈ অৱমাননা কৰা দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd