• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোৱালপাৰাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ : বিকল্প পথটোও বন্ধ হোৱাৰ উপক্ৰম

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2018 8:41 am
Goalpara
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাই নৈৰ দলঙত ফাট মেলাৰ পিছত জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দলঙৰ ওপৰেৰে যাতায়াত বন্ধ কৰি দিয়াত বিকল্প পথ হিচাপে দুধনৈ-মাটিয়া-গোৱালপাৰা-পঞ্চৰত্ন পথটো মুকলি কৰি দিয়া হৈছিল যদিও সেই পথটোও এতিয়া বন্ধ হোৱাৰ উপক্ৰম হৈছে।

দুধনৈ-পঞ্চৰত্ন ৰাজ্যিক ঘাইপথটো ঠিকাদাৰৰ হেমাহি আৰু গড়কাপ্টানি বিভাগৰ দুৰ্বলতাৰ  বাবে বিধ্বস্ত হৈ পৰিছে। উক্ত পথছোৱা নিৰ্মাণৰ দায়িত্ব পোৱা মেছাৰ্ছ ব্ৰহ্মপুত্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড, জে  ভি ঠিকাদাৰ গোষ্ঠীয়ে সময়মতে পথটো নিৰ্মাণৰ কাম নকৰাৰ বাবে নতুনকৈ নিবিদা আহ্বান কৰি পথছোৱা চাৰিটা অংশত বিভক্ত কৰি অইন ঠিকাদাৰক নিৰ্মাণৰ দায়িত্ব অৰ্পন কৰা হৈছিল।

Apply Now

ইয়াৰে ‘চি’ অংশটো ডুবাপাৰাৰপৰা গোৱালপাৰা চহৰৰ বি অ’ চিলৈকে নিৰ্মাণৰ বিষয়টো সম্প্ৰতি উচ্চ ন্যায়ালয়ৰ মজিয়াত পৰি আছে। ‘চি’ অংশৰ কামৰ বাবে মুঠ চাৰিজন ঠিকাদাৰে নিবিদা দাখিল কৰিছিল। ইয়াৰে গুৱাহাটী এ টি ৰোডৰ ২০১ কৰ্মাচ হাউছৰ পি কে এণ্ড কোম্পানীক ‘চি’ অংশৰ কামৰ বাবে গড়কাপ্টানি বিভাগে বিগত বৰ্ষৰ ২৯ আগষ্টত প্ৰাৰম্ভিক নিৰ্দেশ দিয়ে।

এই নিৰ্দেশনাৰ বৈধতাক লৈ চি চি এল ইণ্টাৰনেচনেল লিমটেড নামৰ প্ৰতিষ্ঠানটোৱে উচ্চ ন্যায়ালয়ত গোচৰ তৰে।

দুধনৈ-মাটিয়া পথছোৱাৰ নিৰ্মাণৰ কাম ইমানেই নিম্নমানৰ যে ৰাইজে নৰক যন্ত্ৰণা ভোগ কৰিব লগা হৈছে। এই ৪৬ নং ৰাজ্যিক ঘাইপথটো বহু বছৰ ধৰি বন্ধ, সময়ে সময়ে নতুনকৈ কৰা নিৰ্মাণ কাৰ্যই হাজাৰ হাজাৰ লোকৰ আহুকালৰহে সৃষ্টি কৰিছে।

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ কৃষ্ণাইত বন্ধ কৰি দিয়াৰ পিছত দুধনৈৰ পৰা  মাটিয়া-গোৱালপাৰালৈ আহিব পৰা একমাত্ৰ বিকল্প পথটোও বন্ধ হোৱাৰ উপক্ৰম হৈছে। এই পথছোৱা বন্ধ হৈ গ’লে পশ্চিম অসমৰ লগতে মেঘালয়ৰ বহু অঞ্চলৰে যোগাযোগ বন্ধ হৈ পৰিব।

এই পথছোৱাৰ ‘চি’ অংশ মেৰামতি আৰু নিৰ্মাণৰ দাবীত ৩১ মাৰ্চত ৰাইজে পথ অৱৰোধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd