• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ঘৰৰ এন্দুৰ মাৰিবলৈ সাপ মেলিব নেকি?’-নিজৰ চৰকাৰকে প্ৰশ্ন কৰিলে বিধায়ক অতুল বৰাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 9, 2018 5:14 pm
FB_IMG_1525862864522

বিজেপি নেতা তথা দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মোক মন্ত্ৰী সভাত অন্তৰ্ভূক্ত নকৰাৰ বাবে মুখ্য মন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো, কাৰণ মন্ত্ৰী হোৱাহেঁতেন অকলেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে যুঁজিবলগীয়া হ’লহেঁতেন,’-আজি গুৱাহাটীত এখন সংবাদেমেল অনুষ্ঠিত কৰি এইদৰে কয় বিজেপি নেতা তথা দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই।

‘’আপুনি মূৰত জাতীয় মুকুট পৰিধান কৰি আছে। গতিকে কনৰাড চাংমাৰ দৰে আপুনিও নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি সঁচা অৰ্থতে যে জাতীয় নায়ক সেই কথা নিশ্চিত কৰক। মোক মন্ত্ৰী সভাত অন্তৰ্ভুক্ত নকৰাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো। কাৰণ মই মন্ত্ৰী হোৱাহেঁতেনে অকলেই এই বিধেয়কখনৰ বিৰোধিতা কৰিবলগীয়া হ’লহেঁতেন,’‘- আজি নিজৰ বিধায়ক আবাসত আয়োজন কৰা সংবাদ মেলত দিছপুৰ সমষ্টিৰ শাসকীয় দলৰ বিধায়ক অতুল বৰাই মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা চিঠিত এই কথা উল্লেখ কৰা বুলি জানিবলৈ দিয়ে।

Apply Now

‘’মই জনাত আপোনাৰ কেবিনেটত বাংলাদেশৰ পৰা হিন্দু লোকসকলক আনি অসমীয়া জাতি ৰক্ষা কৰা মন্ত্ৰীসকলহে আছে। প্ৰথমে আমি অসমীয়া তাৰ পিছতহে আনবোৰ চিনাকি,’’-স্পষ্টবাদী বুলি পৰিচিত বিধায়কগৰাকীয়ে এইদৰে কয়।

‘’মেঘালয়ৰ চাংমাৰ দৰে অসম চৰকাৰৰ কেবিনেটতো কথাটো আলোচনা কৰিবৰ বাবে মই চিঠিখনত অনুৰোধ জনাইছো। নহ’লে আকৌ এটা সময় আহিব, য’ত সংঘাত হোৱাটো অনিবাৰ্য,’’-বৰাই কয়।

বিধায়কগৰাকীয়ে অসমীয়া জাতিৰ বাবে সদায়েই মাত মাতি যাব বুলিও ব্যক্ত কৰে।  ‘’মই যিটো দলতে আছো সেইটো কথা নাই, কিন্তু মই অসমীয়া জাতিৰ বাবে মাত মাতি যাম। এয়া মোৰ অংগীকাৰ। দলৰ বিধায়কসকলে অসমত ৰাজনীতি কৰিছে আৰু যিহেতু অসমৰ স্বাৰ্থত কৰিছে, গতিকে তেওঁলোকে অসমৰ স্বাৰ্থ আগত ৰখাটো মই বিচাৰো।‘’

পূৰ্বৰে পৰা গ্ৰহণ কৰি অহা নিজৰ ভূমিকাৰ কথা উল্লেখ কৰি বৰ্তমানৰ বিজেপি  বিধায়ক তথা এসময়ৰ প্ৰাক্তন ছাত্ৰনেতা গৰাকীয়ে কয়, ‘’পূৰ্বেও সদৌ গুৱাহাটী ছাত্ৰ সন্থা গঠন কৰি বেনাৰ-পোষ্টাৰ আঁৰিছিলো, অসমৰ স্বাৰ্থত মাত মাতিছিলো। বৰ্তমান এটা ৰাষ্ট্ৰীয় দললৈ অহাৰ পিছত মোৰ দেহত থকা জাতীয় অস্তিত্ব ৰক্ষাৰ তেজ নাইকিয়া হৈ নাযায়।‘’

বৰাই ‘জাতিটো উৰ্দ্ধত হোৱাটো উচিত দল কেনেকৈ উৰ্ধত হ’ব’ বুলিও প্ৰশ্ন কৰে।

হিন্দু বাংলাদেশী সম্পৰ্কত নিজ দলৰে একাংশৰ স্থিতিক সমালোচনা কৰি বৰাই তাৎপৰ্যপূৰ্ণভাৱে নিজৰ দৃষ্টিভংগী ব্যক্ত কৰে এনেদৰে-‘’ বাংলাদেশী মুছলমানসকলক ইয়াৰ পৰা নেখেদি বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আনি কেনেকৈ ভাৰসাম্য ৰক্ষা কৰিব। এইবিলাক গছত গৰু উঠা কথা। লগতে নিজৰ ঘৰত এন্দুৰ আছে বাবেই বেলেগৰ পৰা সাপ আনি ঘৰৰ ভিতৰত সাপ সোমোৱাই দিয়া লেখীয়া কথা। অসমীয়া জাতিৰ বাবে এয়া এক ভয়ানক পৰিকল্পনা।‘’

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd