• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

চাকমা-হাজং প্ৰব্ৰজনকাৰী সন্দৰ্ভত উচ্চতম ন্যায়্যালয়ে গ্ৰহণ কৰিলে অৰুণাচল প্ৰদেশৰ এছ এল পি

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
March 13, 2018 10:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইনাৰ লাইন পাৰ্মিট অবিহনেই অৰুণাচল প্ৰদেশত প্ৰৱেশৰ বাবে চাকমা আৰু হাজংসকলৰ অধিকাৰ সম্পৰ্কীয় এটা প্ৰশ্নক লৈ অৰুণাচল প্ৰদেশ চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা ৰায়ক প্ৰত্যাহ্বান জনাই দিয়া আৱেদন উচ্চতম ন্যায়ালয়ে শুনানিৰ বাবে গ্ৰহণ কৰিছে। স্পেচিয়েল লিভ পিটিশ্যন ( SLP (C) CC No. 17762/2016)খন শুনানিৰ বাবে গ্ৰহণ কৰি শীৰ্ষতম আদালতখনে চাকমাসকলৰ অধিবক্তাই আৱেদনখন খাৰিজ কৰিবলৈ দিয়া যুক্তি খণ্ডন কৰে।

উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০১৩ চনৰ ১৯ মাৰ্চৰ ৰায়টো আছিল চাকমা-হাজংসকলৰ সপক্ষে। ৰায়টোত কোৱা হৈছে যে চাকমা আৰু হাজংসকলক অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিবলৈ কোনো ধৰণৰ ইনাৰ লাইন পাৰ্মিটৰ দৰকাৰ নহয়। এনেকুৱা পাৰ্মিট অবিহনেও তেওঁলোকক পাৰ্মিট দিয়া বুলি ধৰা হ’ব।

Apply Now

এই ৰায়টোৰ বিৰোধিতা কৰি অৰুণাচল চৰকাৰে উচ্চতম ন্যায়ালয়ত গোচৰটো পুনৰ তৰিছিল।

জানিব পৰামতে গোচৰটো যোৱা ১২ মাৰ্চত উচ্চতম ন্যায়ালয়ত উঠিছিল আৰু অৰুণাচল প্ৰদেশৰ চৰকাৰী অধিবক্তাৰ যুক্তি শুনাৰ পিছত ন্যায়ালয়ে গোচৰটো আগ বঢ়াবলৈ সিদ্ধান্ত লয়।

ইয়াৰ বিৰোধিতাৰে যুক্তি দিয়া তথা চাকমাক প্ৰতিনিধিত্ব কৰা উকীলৰ যুক্তি খণ্ডন কৰে সৰ্বোচ্চ আদালতে।

আনহাতে অৰুণাচল প্ৰদেশৰ হৈ উপস্থিত থকা ৰাজ্যৰ অতিৰিক্ত মহাধিবক্তাজনে কয় যে উচ্চতম ন্যায়ালয়ে এছ এল পি গ্ৰহণ কৰাৰ অৰ্থ এইটোৱে যে এতিয়া চৰকাৰে এই বিষয়টো সন্দৰ্ভত সকলো দিশ খৰচি মাৰি উপস্থাপন কৰিব পাৰিব। অৰুণাচল প্ৰদেশৰ খিলঞ্জীয়া লোকৰ সাংবিধানিক ৰক্ষাকৱচৰ লগত সম্পৰ্ক থকা সকলোবোৰ দিশ উত্থাপন কৰাৰ সুযোগ দিয়াৰ উপৰি উচ্চতম ন্যায়ালয়কো বিষয়টো সূক্ষ্মভাৱে চালিজাৰি চোৱাৰ সুযোগ দিব। ইয়াৰোপৰি চাকমা আৰু হাজংসকলৰ অনুপ্ৰৱেশৰ বাবে দেশৰ প্ৰান্তীয় প্ৰদেশখনত হোৱা কৃত্ৰিম আৰু দ্ৰুত জনগাঁথনিগত পৰিৱৰ্তন সন্দৰ্ভতো উচ্চতম ন্যায়ালয়খনক অৱগত কৰাৰ চৰকাৰৰ দায়িত্ব হ’ব।

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd