• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চি আই ডিয়ে যোগদল হত্যাকাণ্ডৰ প্ৰকৃত হত্যাকাৰীৰ সম্ভেদ দিওঁতালৈ আগবঢ়াব ১০ লাখ টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 2, 2018 8:01 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন বছৰৰ প্ৰথম দিনটোতে যোগদল হত্যাকাণ্ডৰ তদন্ত সন্দৰ্ভত চি আই চিয়ে গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়াইছে। ২০০৯ চনত সংঘটিত লোমহৰ্ষক যোগদল হত্যাকাণ্ডৰ তদন্তৰ ফাইল নতুনকৈ খোলা চি আই ডিয়ে প্ৰকৃত হত্যাকাৰীৰ সম্ভেদ দিওঁতালৈ ১০লাখ টকাৰ পুৰস্কাৰ আগবঢ়াব। লক্ষ্যণীয় যে শেহতীয়াকৈ চি আই ডিয়ে যোগদলৰ হৰকান্ত দলৈৰ ৫জনীয়া পৰিয়ালটোৰ হত্যাকাণ্ড সন্দৰ্ভত সোণাপুৰত বিভিন্ন সংগঠন, ব্যক্তি আদিৰ সাক্ষ্য গ্ৰহণ কৰিছিল। ইয়াৰ উপৰি এই হত্যাকাণ্ডত জড়িত কিছু নথি-পত্ৰ কাহিলীপাৰাৰ ফৰেনছিক গৱেষণাগাৰৰ পৰা উন্নত পৰীক্ষাৰ বাবে গুজৰাটৰ গান্ধীনগৰৰ ফৰেনছিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰা বুলি এক শুত্ৰই জানিবলৈ দিছে।

মনকৰিবলগীয়া যে চি আই ডিয়ে চলোৱা তদন্তত কেতবোৰ ন ন বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। এই তথ্যৰ যোগেদি হত্যাকাৰীৰ দিশে অগ্ৰসৰ হোৱাত কিছু জটিলতা আছে। সেয়েহে চি আই ডিয়ে হত্যাকাৰীৰ প্ৰকৃত সম্ভেদ দিওঁতালৈ পুৰস্কাৰৰ কথা ঘোষণা কৰিছে।প্ৰকৃত তথ্য তথা হত্যাকাৰীৰ সন্ধান দিয়াজনৰ নাম আৰু ঠিকনা সম্পূৰ্ণভাবে গোপনে ৰখা হ’ব বুলি কয় চি আই ডিৰ নৱ নিযুক্ত ডি আই জি দেৱজিৎ হাজৰিকাই। লোমহৰ্ষক হত্যাকাণ্ড সন্দৰ্ভত যিকোনো সম্ভেদ দিবলৈ চি আই ডিৰ ডি আই জি নাইবা আৰক্ষী অধিক্ষকক ৯৪০১৫ ১৫৬০৭ আৰু ৮৬৩৮৪ ৯৮৫৬৪ নম্বৰ দুটাত যোগাযোগ কৰিব পাৰিব।

Apply Now

উল্লেখযোগ্য যে চি আই ডিয়ে কিছুদিন পূৰ্বে এই হত্যাকাণ্ড সন্দৰ্ভত দুজন আৰক্ষী বিষয়াক প্ৰমাণ নস্ত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। ধৃত বিষয়া দুজন হৈছে প্ৰণৱ ডেকা আৰু আব্দুল লতিফ মজুমদাৰ। মন কৰিবলগীয়া যে হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত প্ৰণৱ ডেকা আছিল সোনাপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু আব্দুল লতিফ মজুমদাৰ আছিল ঘটনাটোৰ তদন্তকাৰী বিষয়া।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd