• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চূড়ান্ত এন আৰ চিৰ পূৰ্বে কেন্দ্ৰৰ দ্বাৰা আপিল কৰ্তৃপক্ষ গঠনৰ পোষকতা তৰুণ গগৈৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 10, 2018 7:01 pm
গুৱাহাটীৰ কইনাধৰাত সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

গুৱাহাটীৰ কইনাধৰাত সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। য়ু বি ফটোজ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চূড়ান্ত এন আৰ চিত কিবা কাৰণত কোনো প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভুক্ত নহ’লে এই সম্পৰ্কীয় অভিযোগসমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে এক আপিল কৰ্তৃপক্ষ গঠনৰ পোষকতা কৰিছে অসম কংগ্ৰেছে।

চূড়ান্ত এন আৰ চিৰ পূৰ্বে এই আপিল কৰ্তৃপক্ষ গঠনৰ বাবে দলটোৱে কেন্দ্ৰীয় চৰকাৰক এক প্ৰস্তাৱ দাখিল কৰিব।

Apply Now

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আজি এক সংবাদমেলত কয় যে, ‘আনকি চূড়ান্ত এন আৰ চিটো নাম অন্তৰ্ভুক্ত নোহোৱা প্ৰকৃত ভাৰতীয় সকলৰ দাবী সমূহ নিষ্পত্তি কৰাৰ বাবে এজন ন্যায়াধীশৰ অধীনত এক আপিল কৰ্তৃপক্ষ স্থাপনৰ বাবে আইন প্ৰণয়ন কৰিবলৈ ভাৰত চৰকাৰক আমি প্ৰস্তাৱ কৰিম।’

তেওঁ লগতে কয়, ‘যদি চূড়ান্ত এন আৰ চিত কাৰোবাৰ নাম নাথাকে, তেওঁ কলৈ যাব? বিদেশী ন্যায়াধীকৰণত এটা গোচৰ নিষ্পত্তি হ’বলৈ বহুত সময় লয়। সেয়ে গোচৰ সমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে এজন ন্যায়াধীশৰ অধীনত এক আপিল কৰ্তৃপক্ষ থাকিলে সুবিধা হ’ব।’

গগৈয়ে কয়, ‘চূড়ান্ত এন আৰ চিৰ পূৰ্বেই এই সন্দৰ্ভত আমি কেন্দ্ৰলৈ প্ৰস্তাৱ পঠাম।’

তেওঁ লগতে কয়, ‘মই আইদিয়াটো দিলো, ৰাইজে এতিয়া বিচাৰ কৰি চাব।’

ৰাজ্যত চলি থকা এন আৰ চিৰ কাম-কাজক লৈ গগৈ সন্তুষ্ট নহয়। এন আৰ চিৰ প্ৰথম খচৰাত আনকি নামো অন্তৰ্ভুক্ত নোহোৱা ন্যায়াধীশ আফতাৱ হুছেইন শইকীয়াৰ উদাহৰণ গগৈয়ে এই সন্দৰ্ভত দাঙি ধৰে।

প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয় যে, ‘পৰিস্থিতি যদি এনেকুৱাই হয় তেন্তে মানুহে স্বাভাৱিকতেই সন্দেহ কৰিব এইসকল লোকে শুদ্ধ এন আৰ চি প্ৰস্তুত কৰিব পাৰিব নে নোৱাৰে।’

এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাক সমালোচনা কৰি গগৈয়ে কয় যে এন আৰ চিৰ প্ৰথম খচৰাখনৰ পৰা প্ৰমাণ হৈছে যে হাজেলাই আনকি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাকো মানি চলা নাই। এই সন্দৰ্ভত তেওঁ কয় যে, ‘উচ্চতম ন্যায়ালয়ে তেওঁক এন আৰ চিত প্ৰকৃত ভাৰতীয় সকলৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ কৈছিল কিন্তু হাজেলাই ওলোটাই এন আৰ চিৰ খচৰাৰ পৰা প্ৰকৃত ভাৰতীয়ৰ নাম বাদ হে দিছে।’

গগৈয়ে লগতে তাৎপৰ্যপূৰ্ণভাৱে মন্তব্য কৰে যে খচৰা এন আৰ চিৰ বিৰুদ্ধে শিলচৰৰ সাংসদ সুস্মিতা দেবৰ ক্ষোভ স্বাভাৱিক। ‘সুস্মিতাৰ ক্ষোভ স্বাভাৱিক,’ বুলি কৈ গগৈয়ে প্ৰশ্ন কৰে, ‘এন আৰ চিৰ কাৰ্যকৰ্তাসকল ইমান অসাৱধান কেনেকৈ হ’ব পাৰে?’

তেওঁ লগতে কয় যে হিন্দীভাষীয়ে হওক বা বাংলাভাষীয়ে হওক কোনো প্ৰকৃত ভাৰতীয়ক কংগ্ৰেছে কেতিয়াও অন্য ৰাজ্যলৈ ভাগিবলৈ নিদিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd