• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জামুগুৰীহটীয়া ৰাইজৰ সামূহিক উদ্যমেৰে দুশ বছৰ পাৰ কৰি আজিও সজীৱ বাৰেচহৰীয়া ভাওনা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2018 3:55 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জামুগুৰিহাটৰ পকামূৰা পথাৰত আজিৰ পৰা আৰম্ভ হ’ল জামুগুৰিৰ গঞাই বুকুৰ উমেৰে জীয়াই ৰখা বাৰেচহৰীয়া ভাওনাৰ এইবাৰৰ পৰ্ব।

আগৰ দিনত বাৰেচহৰীয়া মণ্ডপ প্ৰস্তুতি

ভাবিয়ে ভাল লাগে অসমৰ এখন বৃহৎ গাঁৱৰ মানুহে খেতি চপোৱাৰ পিছত ৰাজহুৱা বিনোদনৰ বাবে সামূহিক উদ্যোগেৰে পতা এটা গঞা নাট্য পৰম্পৰাৰ প্ৰতি দুশ বছৰৰ পিছতো আজিৰ জামুগুৰীয়া ডেকা-গাভৰুৰ অন্তৰতো জাগে সেই প্ৰাচীন উদ্দীপনা।

Apply Now

১৭৯৭ চনত শোণিতপুৰ জিলাৰ জামুগুৰি অঞ্চলৰ বহুবিলাক গাওঁ একেলগ হৈ শুকাইগিৰি নামৰ এজন গঞাৰ উদ্যোগত জামুগুৰিহাটৰ ৰঘুদলনি পথাৰত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছিল এই বাৰেচহৰীয়া ভাওনা। ‘বাৰে’ মানে বহুবিলাক, ‘চহৰ’ মানে গাওঁ আৰু ‘ভাওনা’ হ’ল মহাপুৰুষ শংকৰ্দেৱে আৰম্ভ কৰা অসমীয়া নাট্য পৰম্পৰা।

প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে জামুগুৰিৰ ৰাইজে বিৰাট উৎসাহেৰে পৰম্পৰাগতভাৱে আজি দুই শতিকাতকৈও অধিক কাল ধৰি সজীৱ কৰি ৰাখিছে অসমীয়া গঞাৰ এই গৌৰৱময় সমূহীয়া সাংস্কৃতিক উদ্যোগ।

এপাহ ফুলি থকা পদুমাকৃতিৰ এক বৃহৎ, ৩০/৪০ হাজাৰ মানুহ ধৰা, প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বাৰেচহৰীয়া ভাওনা।

বাৰেচহৰীয়াৰ পৰম্পৰাগত পতাকা উত্তোলনৰ দিনাৰ পৰাই আৰম্ভ হয় মণ্ডপ সজাৰ কাম। মণ্ডপ সজাত অভিজ্ঞ জ্যেষ্ঠ ‘বৰমেধি’ৰ নিৰীক্ষণত জামুগুৰিৰ ডেকা-ডেকেৰীয়ে অসমত থলুৱাভাৱে সুলভ বাঁহ, কাঠ, বেতেৰে সাজি উলিয়াই এই বিশাল মণ্ডপ য’ত ২০/২২ খন বেলেগ বেলেগ ‘খলা’(মঞ্চ)ত একেলগে চলি থাকে পৃথক পৃথক ভাওনা।

বাৰেচহৰীয়া ভাওনাৰ শিল্প

বাৰেচহৰীয়াৰ এইবাৰৰ উদ্বোধক কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে উল্লেখ নকৰিলেও বাৰেচহৰীয়া ভাওনাৰ আধুনিক ৰূপকাৰ আছিল জামুগুৰিহাটৰ বিখ্যাত লোক শিল্পী ‘শোণিত কোঁৱৰ’ গজেন বৰুৱা।

শোণিত কোঁৱৰে বাৰেচহৰীয়া ভাওনাৰ প্ৰত্যেক দিশ সামৰি আঁকিছিল বিভিন্ন তৈল চিত্ৰ। ফুলি থকা পদুম আকৃতিৰ দৃষ্টিনন্দন মণ্ডপৰো স্ৰষ্টাও আছিল তেৱেঁ।

শোণিত কোঁৱৰ গজেন বৰুৱা

প্ৰধানকৈ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা লাখ লাখ উৎসাহী দৰ্শকে আনন্দ লয় এই ভাওনাৰ।

বাৰেচহৰীয়া ভাওনাৰ সময়ত জামুগুৰিৰ প্ৰত্যেক ঘৰ মানুহৰ ঘৰ ভৰি থাকে ভাওনা চাবলৈ অহা অঙহী-বঙহীৰে।

আলহী আদৰিবলৈ আজিও ৰৈ থাকে কিছুমান মানুহ; এখন ঘৰ নহয়, অসমৰ এটুকুৰা ঠাইৰ প্ৰতিখন ঘৰ।

আজিৰ পৰা ৪ মাৰ্চলৈকে এইবাৰৰ বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হ’ব।

(এই সকলো তথ্য আৰু ছবি বাৰেচহৰীয়া ভাওনাৰ ৱে’বছাইট www.barechahariabhowna.com চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ টুইটাৰ হেণ্ডলৰ পৰা)

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd