• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘টিল উই মিট এগেইন পৰাগ’- এক শ্ৰদ্ধাঞ্জলি, নতুন প্ৰজন্মৰ বাবে মানৱ অধিকাৰ কৰ্মীগৰাকীৰ এক পৰিচয় : পৰিচালক

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
March 1, 2018 6:54 pm
Parag-Kumar-Das-570x320

পৰাগ কুমাৰ দাস

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী সাহসী সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী  পৰাগ কুমাৰ দাসৰ জীৱনৰ ওপৰত হিমজ্যোতি তালুকদাৰে নিৰ্মাণ কৰা তথ্যচিত্ৰ ‘টিল উই মিট এগেইন পৰাগ’ত দৰ্শকে তেওঁৰ চৰিত্ৰৰ কিছু দিশৰ বিষয়ে জানিব পাৰিব কিন্তু সম্পূৰ্ণভাৱে ইয়াত নাপাব।

হিমজ্যোতিয়ে নৰ্থ ইষ্ট নাওৰ আগত কয় যে তথ্যচিত্ৰখন এক শ্ৰদ্ধাঞ্জলি মাত্ৰ আৰু যোৱা ২৪ তাৰিখে তেওঁ জন্ম বাৰ্ষিকীত মুকলি কৰা হয়।

Apply Now

সেইদিনাখনেই, তেওঁৰ হত্যাকাৰীক বিচাৰি উলিয়াই উপযুক্ত ন্যায়ৰ আশা পালি ৰৈ থকা পৰাগ দাসৰ ৮৪ বছৰীয়া মাতৃৰ মৃত্যু হৈছিল।

১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰীত পৰাগ দাসৰ জন্ম হৈছিল আৰু ১৯৯৬ চনৰ ১৭ মে’ত ৩৫ বছৰ বয়সত গুৱাহাটীৰ ৰাজপথত অচিনাক্ত দুৰ্বৃত্তই তেওঁক গুলীয়াই হত্যা কৰিছিল।

মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ (মাছ) প্ৰতিষ্ঠাপক তথা নেতৃত্ব দিয়া ব্যক্তিগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ শোষণ, ৰাজ্য প্ৰশাসনৰ অৰাজকতা সৃষ্টি কৰা আদি বিষয়ত কঠোৰ সমালোচনা কৰি প্ৰৱন্ধ লিখিছিল আৰু আনকি আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বিচাৰি ভাৰতৰ পৰা বিছিন্ন হৈ নিজৰ সম্পদৰ ওপৰত দখন সাৱ্যস্ত কৰাৰ বাবে গণ আন্দোলনৰ আহ্বান জনাইছিল।

৩০ মিনিটৰ এই তথ্যচিত্ৰখন তেওঁৰ নিকট সানিধ্যৰ ব্যক্তিসকলৰ বৰ্ণনাৰে সমৃদ্ধ আৰু ইউ টিউবত আপলোড কৰা হৈছে। ইয়াৰ লিংকটো হৈছে  https://youtu.be/1uNH-9niXPc.

তথ্যচিত্ৰখনে পৰাগ দাসৰ সংযুক্ত মুক্তি বাহিনী অসম (আলফা)ৰ সৈতে সম্পৰ্কৰ উৰা বাতৰি, পত্নী আৰু সন্তানৰ সৈতে তেওঁৰ সম্পৰ্ক, গুৱাহাটী ষ্টক এক্সচেঞ্জৰ আকৰ্ষণীয় চাকৰি বাদ দি কিহে তেওঁক কলম হাতত তুলিবলৈ অনুপ্ৰাণিত কৰিলে ইত্যাদি বিষয়সমূহ স্পৰ্শ কৰিছে।

হিমজ্যোতিৰ সহকাৰী হিচাপে কাম কৰা শাক্য শামিকে কয় যে তথ্যচিত্ৰখনৰ বাবে বিত্তৰ যোগান ধৰা পৰিয়ালটোৱে স্পৰ্শকাতৰ বিষয়সমূহ দাঙি ধৰাটো বিচৰা নাছিল আৰু একে সময়তে তেওঁলোকে ৰাইজে তেওঁৰ বিষয়ে জনাটো বিচাৰিছিল।

‘’এয়া এক শ্ৰদ্ধাঞ্জলি মাত্ৰ, পৰৱৰ্তী প্ৰজন্মক মানুহজনক চিনাকি কৰি দিয়া। তেওঁৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ পৰিয়ালটোৰ এক পদক্ষেপ,’’- হিমজ্যোতিয়ে কয়।

তথ্যচিত্ৰখনৰ ইংৰাজী ধাৰাভাষ্য আগবঢ়াইছে ৰিকী শৰ্মাই আৰু সকলোৱে ভালকৈ বুজিব পৰাকৈ আৰু ব্যাপক দৰ্শকক আকৰ্ষিত কৰিবলৈ  ইংৰাজীত ছাব টাইট’ল লিখিছে অৱনিৱেশ শৰ্মাই।

স্মিতা ভট্টাচাৰ্য

স্মিতা ভট্টাচাৰ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd