• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ড’নাৰ মন্ত্ৰ্যালয়ৰ আজৱ কাণ্ড : ৱেবছাইটত ৰাখিছে তামিল ভক্তিমূলক গীত-নাট

এন ই নাও নিউজ by এন ই নাও নিউজ
January 14, 2018 6:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ লক্ষ্য আৰু ক’ত তামিল ভক্তিমূলক গীত-নাট! কিন্তু আশ্চৰ্য্যৰ কথা যে দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ লক্ষ্যৰে গঠিত হোৱা ড’নাৰ মন্ত্ৰ্যালয়ৰ ৱেবছাইট খুঁচৰি চালে তাকেই পোৱা যায়। মন্ত্ৰ্যালয়টোৰ ৱেবছাই http://www.mdoner.gov.in লৈ গৈ আপুনি events-and-announcements ত সোমালে যিকেইটা ভিডিঅ’ দেখা পাব সেইকেইটা দেখি আপোনাৰ চকু কপালত উঠিব।

উল্লেখযোগ্য যে এই মন্ত্ৰ্যালয়টো ২০০১ চনত গঠন কৰা হৈছিল দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত এটা সমন্বয়ক প্ৰাধিকাৰী হিচাপে। ইয়াৰ কাম হ’ল উত্তৰ-পূবৰ অৰ্থনৈতিক উন্নয়ন, আন্তঃগাঁথনি, বুনিয়াদী সেৱাবোৰৰ সুব্যৱস্থা, বিনিয়োগ আৰু শান্তি তথা নিৰাপত্তা বিষয়বোৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয়বোৰ আৰু উত্তৰ-পূবৰ ৰাজ্য চৰকাৰকেইখনৰ মাজত সমন্বয়ক হিচাপে কাম কৰা।

Apply Now

কিন্তু ডিজিটেল ইণ্ডিয়াৰ শ্ল’গান দি থকা চৰকাৰৰ এটা মন্ত্ৰ্যালয়ৰ ৱেবছাইটতে কোনো সংগতি নথকা ভিডিঅ’ই কেনেকৈ স্থান পালে সেয়া চিন্তনীয় বিষয়। ৱেবছাইটটোৰ উক্ত শিতানৰ অধীনত ৰখা ভিডিঅ’ দুটা হ’ল তামিলনাডুৰ স্বাস্থ্য সেৱা বিষয়ক তথা প্ৰচাৰমূলক ভিডিঅ’ যেন লাগে। আনহাতে এটা পাৱাৰ পইণ্ট প্ৰেজেণ্টেইশ্যনো আছে, যিটোৰ বিষয়বস্তুও তামিলনাডুৰ এন আৰ এইচ্ছ এমৰ ভিতৰুৱা। নক’লেও হ’ব যে এইবোৰৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ কোনো সম্পৰ্ক নাই।

ভিডিঅ’কেইটাৰ প্ৰথমটো হ’ল মহিলাসকলে কৰা নাটক সদৃশ এটা অনুষ্ঠানৰ, য’ত দৰ্শক আৰু ভাৱৰীয়াই একেলগে হাঁহি-খিকিন্দালি কৰি অনুষ্ঠানত ভাগ লৈছে। ইংৰাজীত কোনো ছাব-টাইটল নথকাত ভালদৰে বুজিব পৰা নগ’ল।

আনহাতে আনটো হ’ল কেইগৰাকীমান মহিলাই ভক্তিমূলক গীত পৰিৱেশন কৰা এটা অনুষ্ঠানৰ। ইয়াতো কোনো ছাব-টাইটল নাই।

এই ভিডিঅ’কেইটাৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ এই মন্ত্ৰ্যালয়টোৱে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজলৈ কি বাৰ্তা দিব বিচাৰিছে সি দুৰ্বোধ্য সাঁথৰ হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ বাবে।

‘ড’নাৰ মন্ত্ৰ্যালয়ে তামিল নাডুৰ এই ভিডিঅ’কেইটাৰ জৰিয়তে আমাক কি বাৰ্তা দিব বিচাৰিছে আমি বুজি পোৱা নাই।’ শ্বিলঙৰ এজন ছাত্ৰ এইবৰ ধাৰে কয়। তেওঁ লগতে জানিবলৈ দিয়ে যে তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কিবা থাকিব পাৰে বুলিহে ৱেবছাইটটোৰ Events and Announcements শিতানটো চাইছিল।

এইবৰৰ দৰে গুৱাহাটীৰ এজন নিবনুৱা শিক্ষিত যুৱক মনোজ দাসেও কয় উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গঠন কৰা ড’নাৰ মন্ত্ৰ্যালয়ে এইটো হাস্যকৰ কাম কৰিছে।

আনহাতে এইবৰ ধাৰে কয় যে মন্ত্ৰ্যালয়ে এইবোৰ কৰি উত্তৰ-পূবৰ মানুহক বুৰ্বক বনাইছে। ইয়াৰ বিৰুদ্ধে সকলোৱে একেলগে প্ৰতিবাদ কৰিব লাগে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd