• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত কেপ্টেইন জিন্টু গগৈ সোঁৱৰণি ফুটবল প্ৰতিযোগিতা আৰম্ভ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
January 2, 2018 8:03 pm
ডিব্ৰুগড়ত অনুষ্ঠিত কেপ্টেইন জিন্টু গগৈ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ এটি মহুৰ্ত। ফটো: অভিক চক্ৰৱৰ্তী

ডিব্ৰুগড়ত অনুষ্ঠিত কেপ্টেইন জিন্টু গগৈ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাৰ এটি মহুৰ্ত। ফটো: অভিক চক্ৰৱৰ্তী

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰৰ পৰা ডিব্ৰুগড়ৰ ভিক্টৰি পল’ গ্ৰাউণ্ডত কেপ্টেইন জিন্টু গগৈ সোঁৱৰণি ফুটবল প্ৰতিযোগিতাখনি আৰম্ভ হৈছে। নৱম ৰাজপুতনা ৰাইফলছে আয়োজন কৰা প্ৰতিযোগিতাখনৰ চতুৰ্দশ সংস্কৰণটো আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰয়াত কেপ্টেইন জিন্টু গগৈৰ পিতৃ ফ্লাইং অ’ফিচাৰ সন্মানেৰে সন্মানিত টি আৰ গগৈয়ে। মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি  নগেন শইকীয়াই।

মুঠতে ৰাজ্যখনৰ ১৬ টা দলে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে। আৰম্ভণিৰ খেলখনত স্থানীয় দল জকাই ৰূপজ্যোতি সংঘই গাৰোহৱাল ৰাইফলছক ২-০ ব্যৱধানত পৰাজিত কৰে। ৰূপজ্যোতি সংঘৰ হৈ দুয়োটা গ’ল দিয়ে ইন্দ্ৰজিৎ সোণোৱালে। অহা ১২ জানুৱাৰীত চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব।

Apply Now

কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা জিন্টু গগৈৰ স্মৃতিত সেনাই ২০০৪ চনৰে পৰা এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছে। ১৭ নং গাৰহোৱাল ৰাইফলছৰ ২৮ বছৰীয়া ডেকা জোৱানজনে ১৯৯৯ চনৰ ৩০ জুনত জুবেৰ পাহাৰৰ বাটালিক খণ্ডত অনুপ্ৰৱেশকাৰী পাকিস্তানী সৈন্যৰ সৈতে যুদ্ধত জীৱন উৎসৰ্গা কৰিছিল।

পৰ্বতৰ গুহা ৰাজ্যত অত্যন্ত প্ৰতিকূল বতৰৰ মাজতো তেওঁৰ দলটোক নেতৃত্ব দি শত্ৰুৰ সৈতে যুঁজ দি মৃত্যুবৰণ কৰা জিন্টু গগৈক মৰণোত্তোৰভাৱে  বীৰ চক্ৰ সন্মান প্ৰদান কৰা হৈছিল। যুৱ কেপ্টেইনজনে ৰাষ্ট্ৰৰ বাবে জীৱন উৎসৰ্গা কৰাৰ আগ মুহূৰ্তত নিজ হাতেৰে দুই শত্ৰুক হত্যা কৰিছিল। কাৰ্গিল যুদ্ধত ৫২৭ গৰাকী ভাৰতীয় সৈনিকে প্ৰাণ আহুতি দিছিল।

কেপ্টেইন গগৈক তেওঁৰ বিবাহৰ ১২ দিন পিছতে ছুটী বাতিল কৰি কৰ্তব্যত যোগ দিবলৈ নিৰ্দেশ দিয়া হৈছিল। যুদ্ধলৈ যোৱা চাৰিটা কোম্পানীৰ এগৰাকী বিষয়া আৰু  ১১ গৰাকী জোৱান উভতি অহা নাছিল।

গোলাঘাট জিলাৰ খুমটাইৰ বাসিন্দা জিন্টু গগৈক ২০০৭ চনত অসম চৰকাৰে মৰণোত্তৰভাৱে বীৰ চিলাৰায় সন্মান আগবঢ়ায়। ১৯৭০ চনৰ ২১ নৱেম্বৰত জন্ম গ্ৰহণ কৰা গগৈয়ে ১৯৮৪ চনৰ ৯ মে’ত চেন্নাইৰ অ’ফিচাৰ ট্ৰেইনিং একাডেমীত যোগ দিছিল আৰু ১৯৯৫ চনৰ ১১ মাৰ্চত গাৰহোৱাল ৰাইফলছত বিষয়া হিচাপে ভৰ্তি হৈছিল।

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd