• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমৌত ট্ৰাকৰ খুন্দাত থিতাতে নিহত অষ্টম শ্ৰেণীৰ ছাত্ৰ : চালক, হেণ্ডিমেনক গণপ্ৰহাৰ

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
May 31, 2018 6:42 am
dimou truck killed a student
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমৌৰ আঠাবাৰীত আজি দিনৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। NL-01Q-7894 নম্বৰত পঞ্জীয়নভুক্ত চিমেন্টভৰ্তি ট্ৰাকখনে ডিমৌৰ পৰা আঠাবাৰী অভিমুখে গৈ থকা অৱস্থাত পথৰ দাঁতিত ৰৈ থকা জুবিন বাঢ়ৈ নামৰ এজন অষ্টম শ্ৰেণীৰ ছাত্ৰক খুন্দিয়াই থিতাতে নিহত কৰে। ট্ৰাকখনৰ চালকজনে দুৰ্ঘটনাটো সংঘটিত কৰি প্ৰথমে পলায়ন কৰে যদিও পাছত ৰাইজে কৰায়ত্ত কৰি চালক আৰু হেণ্ডিমন দুয়োজনকে বেয়াকৈ প্ৰহাৰ কৰে।

উত্তেজিত ৰাইজৰ প্ৰহাৰত চালক আৰু হেণ্ডিমেনজন গুৰুতৰভাৱে আহত হয়। ইতিমধ্যে ঘটনাস্থলীত ডিমৌ আৰক্ষীৰ লোক আহি উপস্থিত হয়। আৰক্ষীৰ সন্মুখতে চালক-হেণ্ডিমেনক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি উত্তেজিত ৰাইজে ট্ৰাকখন ভাঙি চুৰমাৰ কৰে। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত উপস্থিত আৰক্ষীৰ লোকে চালক আৰু হেণ্ডিমেনক উদ্ধাৰ কৰাৰ চেষ্টা কৰিও উত্তেজিত লোকৰ ৰোষৰ পৰা দুয়োকে উদ্ধাৰ কৰাত ব্যৰ্থ হয়।

Apply Now

উত্তেজিত জনতাৰ সৈতে হোৱা হতাহতিত তিনিজন আৰক্ষীৰ লোকো আহত হয়। পিছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ যোৱাত বাধ্যত পৰি আৰক্ষীয়ে শূন্যলৈ ৫জাঁই গুলী-চালনা কৰিবলৈ কৰে। আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাৰ পাছত পৰিস্থিতিয়ে আৰু অধিক ভয়াবহ ৰূপহে লয়।

আৰক্ষীয়ে বহু কষ্টেৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক উদ্ধাৰ কৰে যদিও প্ৰাপ্ত তথ্য অনুসৰি তাৰে এজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।

বৰ্তমান ডিমৌ হাৰিপৰা আলিলৈ হাতত  দা-যাঠি লৈ ওলাই আহিছে শ শ লোক। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাই আছে আৰু উত্তেজিত ৰাইজক  ৰাস্তাত ‘বেৰিকেড’ দি বাধা প্ৰদান কৰি আছে। বৰ্তমানেও পথৰ ওপৰতে পৰি আছে ছাত্ৰজনৰ মৃতদেহ আৰু ট্ৰাকখন। এই ঘটনাৰ উচিত বিচাৰ দাবী কৰি ছাত্ৰজনৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবী তুলিছে উত্তেজিত জনতাই। বৰ্তমান সমগ্ৰ অঞ্চলটোতে উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰি আছে।

হিতোজ্বল চেতিয়া

হিতোজ্বল চেতিয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd